Bipul Roy

4.3K posts

Bipul Roy banner
Bipul Roy

Bipul Roy

@Bipul_Roy12

কৰ্মই আমাক জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যে দিয়ে যাৰ অবিহনে জীৱনৰ কোনো মূল্য নাই ।

সৰভোগ , (Assam, India) Katılım Mart 2018
1.9K Takip Edilen5.1K Takipçiler
Bipul Roy retweetledi
Licypriya Kangujam
Licypriya Kangujam@LicypriyaK·
My urgent message to Mr @narendramodi ji. Why are you still silent on today's killing of innocent 2 babies while sleeping with her mother in midnight with rockets by Kuki militants? Manipur is not a part of India? Manipur deserves justice now. No Justice, No Rest. 😢🙏
English
2.3K
21.1K
64.2K
1.8M
Techi Meena26
Techi Meena26@TMeena644·
Moments like these heal quietly 🧿✨
Techi Meena26 tweet mediaTechi Meena26 tweet mediaTechi Meena26 tweet mediaTechi Meena26 tweet media
English
8
2
61
1.6K
Bini 🇮🇳
Bini 🇮🇳@Bini988·
বহু ঘাট প্ৰতিঘাতৰ মাজেৰে আজি জীৱনৰ বহু ডাঙৰ সপোন এটি পূৰণ কৰিবলৈ সক্ষম হলোঁ কেৱল মা-দেউতাৰ আশীৰ্বাদ আৰু সহযোগৰ বাবে। জীৱনৰ প্ৰতিটো বিফলতাক আওকাণ কৰি আগুৱাই যোৱাৰ বাবেই হয়তো ইমান খিনি সফলতা আজি পাইছোঁ। বহুত বহুত ধন্যবাদ ভগৱান মোৰ সপোন পূৰণ কৰাৰ বাবে 🙏
Bini 🇮🇳 tweet media
বাংলা
18
0
80
2.6K
Himanta Biswa Sarma
Himanta Biswa Sarma@himantabiswa·
Deeply anguished to learn about the untimely demise of eminent flutist Dipak Sarma, who has contributed immensely towards Assamese music and popularised flute as a musical instrument. My sincere condolences to the bereaved family members and well-wishers. Om Shanti
Himanta Biswa Sarma tweet media
English
79
189
1.3K
22.5K
Akhil Gogoi
Akhil Gogoi@AkhilGogoiAG·
বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা দেৱ আৰু আমাৰ মাজত নাই! আজি বহুদিনৰ পৰা ৰোগাক্ৰান্ত দীপক শৰ্মা দেৱৰ মৃত্যু আমাৰ বাবে অপূৰণীয় ক্ষতি। তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ জনালোঁ গভীৰ সমবেদনা।
Akhil Gogoi tweet media
বাংলা
2
1
17
978
Ranoj Pegu
Ranoj Pegu@ranojpeguassam·
বিশিষ্ট বাঁহীবাদক, সংগীত পৰিচালক দীপক শৰ্মাৰ বিয়োগত মৰ্মাহত হৈছোঁ। বাঁহীবাদনেৰে আন্তঃৰাষ্ট্ৰীয় স্তৰত অসমক গৌৰৱান্বিত কৰা খ্যাতিমান শিল্পীগৰাকীৰ অকাল বিয়োগ ৰাজ্যৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াল তথা গুণমুগ্ধসকললৈ সমবেদনা জনাইছোঁ।
Ranoj Pegu tweet media
বাংলা
3
1
14
1.2K
Manisha Kataki
Manisha Kataki@KatakiManisha·
"Induvaare Vratam Sthitvaa Niraahaaro Maheshwaraa.. Naktam Houshyaami Devesha Ekabilvam Shivaarpanam.." OM NAMAHA SHIVAYA!! May SadaShiva Kashipati Baba Vishwanath bless His devotees with good health, peace n power. #Bhakti #Bharat #Shiva 🙏🙏🙏
Manisha Kataki tweet media
हिन्दी
50
43
107
1.3K
Aparajita Kaushik
Aparajita Kaushik@AparaKaushik·
উফ্..... কি গৰম....!!!
Aparajita Kaushik tweet media
বাংলা
2
0
12
372
Bipul Roy
Bipul Roy@Bipul_Roy12·
@ImSantanuKonwar @X ওপজা দিনৰ অলেখ শুভ কামনা জনালোঁ, শুভ জন্মদিন🎂🎈
বাংলা
0
0
0
42
Chao Santanu Konwar
Chao Santanu Konwar@ImSantanuKonwar·
জন্মদিনৰ এই বিশেষ দিনটোত শুভেচ্ছা জনোৱাৰ বাবে❤️🥳 ধন্যবাদ @X
Chao Santanu Konwar tweet media
বাংলা
21
0
43
1.4K
Manisha Kataki
Manisha Kataki@KatakiManisha·
"Yaa Devi Sarvabhutesu.. Shaktirupena Samsthitaa Namastasyai Namastasyai Namastasyai Namo Namaha!!!" JAI MATA DI!!! 🙏🔱🙏🔱🙏🔱🚩 Bharat Mata Ki Jai!! JAI HIND!! Wishing everyone a blessed day. #OperationSindoor 🇮🇳🙏🇮🇳
Manisha Kataki tweet mediaManisha Kataki tweet media
हिन्दी
34
30
96
1.4K
Bipul Roy
Bipul Roy@Bipul_Roy12·
@AparaKaushik সু-প্ৰভাত বাইদেউ।
বাংলা
0
0
1
40
Aparajita Kaushik
Aparajita Kaushik@AparaKaushik·
মোৰ নামত প্ৰেমৰ কবিতা পুথি লিখিছে মোৰ প্ৰশিক্ষাৰ্থী ধীৰাজ মিলিয়ে। লগতে মোৰ প্ৰতিচ্ছবি আঁকিছে। দেখি মনটো ভৰি পৰিছে।
Aparajita Kaushik tweet mediaAparajita Kaushik tweet media
বাংলা
6
0
54
1.8K
Sarbananda Sonowal
Sarbananda Sonowal@sarbanandsonwal·
শ্ৰীশ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱমন্দিৰৰ ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজাত ভক্তিপ্ৰাণ ৰাইজৰ সৈতে, গুৱাহাটীত twitter.com/i/broadcasts/1…
বাংলা
2
9
32
828
Bipul Roy retweetledi
Bipul Roy
Bipul Roy@Bipul_Roy12·
সৰাপাতৰ হিচাব লোৱলৈ ফাগুণ আকৌ আহিল, কি সাজেৰে সজাব খুজিলা অ' আকাশ বৃষ্টিসনা এই আহে এই যায় ঘৰমুৱা এজাক পক্ষী এনেয়ে উতলা তাতে আকৌ ফাগুণৰ বাসনা ।
Bipul Roy tweet mediaBipul Roy tweet mediaBipul Roy tweet media
বাংলা
2
5
97
0