Sabitlenmiş TweetBini 🇮🇳@Bini988·29 Eylআকৌ আহিব লাগিব আপুনি আমাৰ মাজলৈ, বহুত আশাৰে বাত চাম আপোনালৈ 🙏🙏Çevir বাংলা53663K2
Bini 🇮🇳@Bini988·22 Araবহু ঘাট প্ৰতিঘাতৰ মাজেৰে আজি জীৱনৰ বহু ডাঙৰ সপোন এটি পূৰণ কৰিবলৈ সক্ষম হলোঁ কেৱল মা-দেউতাৰ আশীৰ্বাদ আৰু সহযোগৰ বাবে। জীৱনৰ প্ৰতিটো বিফলতাক আওকাণ কৰি আগুৱাই যোৱাৰ বাবেই হয়তো ইমান খিনি সফলতা আজি পাইছোঁ। বহুত বহুত ধন্যবাদ ভগৱান মোৰ সপোন পূৰণ কৰাৰ বাবে 🙏Çevir বাংলা180802.6K2
Nibirr Manab Kasshyap🕊️@NibirrManabM5·25 Ara@Bini988 অভিনন্দন।শুভকামনা আগতেও আছিল আৰু এতিয়াও আছে।আগুৱাই যোৱা।Çevir বাংলা10023
Bini 🇮🇳@Bini988·23 Ara@mridukalpa @CMOfficeAssam @himantabiswa চৰকাৰ খনৰ প্ৰতি ধন্যবাদ সদায় থাকিব দাদা।Çevir বাংলা00145
মৃদুকল্প বৰুৱা 🇮🇳🇮🇱@mridukalpa·23 Ara@Bini988 এই চৰকাৰ খনকো এবাৰ ধন্যবাদ দিয়ক। নহ'লে অকৃতজ্ঞ যেন দেখাব @CMOfficeAssam @himantabiswaÇevir বাংলা10062
Jiaul Hoque@hoquejiaul344·23 Ara@Bini988 Congratulations to you, but you are a really so sweet and beautiful looking ❤️❤️❤️Çevir English10029
Banajit Das/বনজিৎ দাস@bana111das·23 Ara@Bini988 Randomly seen and feel overwhelmed to see hardworker getting their rewards. Congratulations 👏🏻Çevir English10047