জ্যোৎস্না 🌷 retweetledi
জ্যোৎস্না 🌷
231 posts

জ্যোৎস্না 🌷 retweetledi

@Dimpy_alam গুৰুত্ব কা কোৱা হয় বাইদেউ, লগতে কিমান আৰু কেনেকৈ দিবলৈ লাগে ক'ব নেকি আপুনি 👀🤧
বাংলা

@Dimpy_alam ...... কিন্তু আপুনি কোৱাৰ দৰে, সময় আৰু মন থাকোতেই নিজৰ হেঁপাহবোৰক অলপ হ'লেও ঠাই দিয়াটো সঁচাকৈ প্ৰয়োজনীয়।
জীৱনটো কেৱল জীয়াই থকাৰ বাবে নহয়, উপভোগ কৰাৰ বাবেও। কামৰ মাজত নিজৰ পছন্দৰ কাম এটুকুৰা বিচাৰি পালে দিনটোৰ ভাগৰ বহুখিনি কমি যায়। তেতিয়া মানসিক ভাৱে আমি সুস্থ হৈ উঠোঁ।
বাংলা






