Sabitlenmiş Tweet
ৰমেন ধন ডেকা 𝓡𝓪𝓶𝓮𝓷 𝓓𝓱𝓪𝓷 𝓓𝓮𝓴𝓪
7K posts

ৰমেন ধন ডেকা 𝓡𝓪𝓶𝓮𝓷 𝓓𝓱𝓪𝓷 𝓓𝓮𝓴𝓪
@dhan__13
𝕄𝕒𝕟𝕪 𝕡𝕖𝕠𝕡𝕝𝕖 𝕒𝕣𝕖 𝕗𝕠𝕦𝕟𝕕 𝕚𝕟 𝕝𝕚𝕗𝕖, 𝕓𝕦𝕥 𝕤𝕠𝕞𝕖 𝕒𝕣𝕖 𝕗𝕠𝕦𝕟𝕕, 𝕨𝕙𝕚𝕔𝕙 𝕨𝕚𝕝𝕝 𝕟𝕖𝕧𝕖𝕣 𝕓𝕖 𝕗𝕠𝕣𝕘𝕠𝕥𝕥𝕖𝕟.
পৃথিৱী🌍 Nalbari, Assam, India Katılım Eylül 2014
249 Takip Edilen210 Takipçiler

@TheSicari0 সেইটো মামাই হে জানিব।
ৰাজ্যত ক'ত অপৰাধী মুকলি আকাশৰ তলত ঘুৰি আছে, সেইবোৰৰ বাবে দেখোন সকলো কাছ দৰে...
বাংলা

পিঠা-লাৰু আৰু ৰঙালী বিহুটি— এইয়াই দেখোন আমাৰ স্বাভিমান। সেইবাবেই কেনেকৈ নপতাকৈ থাকোঁ ৰঙালী বিহুটিক! গছ-বনেও আজি কুঁহিপাত মেলিলে,সৰাপাতবোৰক ফাগুনৰ হাতত গটাই।বৰদৈচিলাজনীয়েও চ'ততে নাচি দেখুৱাইছে— ৰঙালীত কেনেকৈ ককাল ঘূৰাই। বাইদেউ আপোনাক লগতে পৰিয়ালৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা..
Aparajita Kaushik@AparaKaushik
সমাজৰ বাবে এগৰাকী gazetted officer আৰু পৰিয়ালৰ বাবে এগৰাকী খাটি অসমীয়া বোৱাৰী.... This is how I balance life.....
বাংলা

@Rasmi_ZG কংসৰ পিছত দৌৰা কেইটাই ঢুকি পোৱা লৈকে বহুত পলম হৈ যাব আৰু তাৰ ভোগ আহিবলগীয়া প্ৰজন্মই ভুগিব লাগিব।
বাংলা
ৰমেন ধন ডেকা 𝓡𝓪𝓶𝓮𝓷 𝓓𝓱𝓪𝓷 𝓓𝓮𝓴𝓪 retweetledi
ৰমেন ধন ডেকা 𝓡𝓪𝓶𝓮𝓷 𝓓𝓱𝓪𝓷 𝓓𝓮𝓴𝓪 retweetledi

हमारे यहाँ कुछ 10-12वी पास, कुछ हिस्ट्री शीटर और कुछ की डिग्री का ही पता नहीं है।
law वाला health minister और
BA वाला Education minister बन जाता है!
Umashankar Singh उमाशंकर सिंह@umashankarsingh
नेपाल में ‘पढ़ा लिखा’ मंत्रिमंडल
हिन्दी

@Rasmi_ZG যি সকলে আকৌ এবাৰ সেই সকলকে ভোট দি নিজৰ বিবেকক নিলাম কৰি আহিছে। তেওঁলোকৰ বাবে হয়তো আকৌ ইহঁতবোৰ মুকলি আকাশৰ তলত আহিব।
বাংলা

@Rasmi_ZG মুৰ্খমন্ত্ৰীয়ে পাহৰি গৈছে চাগে তেখেত যে এখন ৰাজ্যৰ মুৰব্বী।
বাংলা

Pixel পৃথিৱীখনত সকলোৱেই নিখুঁত,কিন্তু আমাৰ বাস্তৱটো আজিও কেঁচা আলিবাট,বিদ্যালয় আৰু চিকিৎসালয়ৰ সংগ্ৰামৰ মাজতে আছে।ডিজিটেল জনপ্ৰিয়তাই জনমত গঢ়িব পাৰে,কিন্তু জনসাধাৰণৰ জীৱন সলনি কৰিবলৈ মাটিৰ সংস্পৰ্শ আৰু নিষ্ঠাৰ প্ৰয়োজন।অনুভৱবোৰ ডিজিটেল হ’লেও দায়িত্ববোৰ যেন সদায় বাস্তৱ হৈ থাকে
দীপশিখা 🌊🐢@DipshikhaKhaund
বাংলা

@TheSicari0 এতিয়া নেতাক প্ৰশ্ন কৰিলে appointment, চিনি নাপায়, certificate ইত্যাদি ইত্যাদি..
আচলতে ভয় কিহৰ? যদি হাতত উত্তৰ নাই তেন্তে তেনেকুৱা প্ৰশ্ন সৃষ্টি কিয় কৰে?
#Lallantop
বাংলা

@ChetiaLahon তাকেই.. সকলোৱে পাহৰি গ'ল।
কেতিয়াবা ভয় হয় এনেকৈ লিখিলে ঘৰলৈ পুলিচ পঠিয়াই নিদিলে হ'ল..!
বাংলা























