KRISHNA PUZARI

3.6K posts

KRISHNA PUZARI

KRISHNA PUZARI

@KPuzari

Asomiya believing in waiting list, good days ahead. খেতি কৰি খাম

Guwahati Katılım Şubat 2017
1.2K Takip Edilen1.6K Takipçiler
Tom Browser
Tom Browser@BrowserTom1·
@KPuzari @himantabiswa Govt one has just started. Give it few more years. Akhil will close his shop, sell the property and make huge money from it.
English
1
0
0
8
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
অসম চৰকাৰেও এখন অৰ্কিড পাৰ্ক আৰম্ভ কৰিছে ।প্ৰবেশ মূল্য এশ আশী টকা ।আনহাতে অখিল গগৈৰ উদ্যোগত থকা খনৰ মূল্য মাত্ৰ এশ । দুয়োখনেই কিন্তু দৰ্শকক বিমুখ নকৰে @himantabiswa ,
KRISHNA PUZARI tweet mediaKRISHNA PUZARI tweet media
বাংলা
2
0
29
1.6K
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
ঐ নাহৰ । দিখৌমুখৰ কমলা শইকীয়া সমাধিক্ষেত্ৰৰ ওচৰত ।
KRISHNA PUZARI tweet media
বাংলা
0
0
14
166
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
ব্ৰহ্মপুত্ৰৰ পাৰত এজোপা কাজি নেমু !কৰ পৰা আহিল ।গুগুল চাই দেখিলোঁ এইখিনিতে এখন হাইস্কুল আছিল, নদীয়ে গ্ৰাস কৰিলে ।এইয়াই মাজুলী ।।মানুহে আশাৰ পুলি ৰোৱা ঠাই ।নদীয়ে কেৱল নাসাজে, ভাঙে সপোন।
KRISHNA PUZARI tweet mediaKRISHNA PUZARI tweet media
বাংলা
0
0
17
478
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
@rnsarma কাজিৰঙাৰ অৰ্কিড পাৰ্কত (গগৈ) ।
বাংলা
1
0
1
8
Ramendra
Ramendra@rnsarma·
@KPuzari লেমনৰ গোন্ধযুক্ত অৰ্কিদ কত পোৱা যায়
বাংলা
1
0
0
13
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
উজনিত ভোট দিবলৈ সকলে যেন অৰ্কিডৰ গোন্ধ লবলৈ মিচ নকৰে । ফুল ফুলাৰ এতিয়া ভৰ পক। লেমণ ফ্লেভৰ অৰ্কিডৰ গোন্ধ থকা অৰ্কিড দেখিছেনে ?
KRISHNA PUZARI tweet mediaKRISHNA PUZARI tweet mediaKRISHNA PUZARI tweet media
বাংলা
1
0
12
317
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
কালি ভোট দিলো, আজি কাজিৰঙাৰ অৰ্কিড পাৰ্কত ।ধন্যবাদ অখিল গগৈ ।
KRISHNA PUZARI tweet media
বাংলা
0
0
6
286
KRISHNA PUZARI retweetledi
Avinav Sharma
Avinav Sharma@abhinabsharma11·
Petrol diesel ka dam Kab increase hoga ? Election over...bengal anyways u aren't winning .
English
0
1
0
77
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
ডুবাই চুবাই বাদ দিয়ক । APSC মেইনচত চোকা মানুহে উত্তৰ লিখা দেখা মানুহ এই পৃথিৱীত আছেনেকি ? সেই চেণ্টাৰত তেৰাৰ ওচৰত বহি পৰীক্ষা দিয়া কাৰোবাক সোধক । তাৰাৰ শিষ্যৰ মহিমা অপাৰ ।সেই পাপে আজিও কংগ্ৰেছক খেদি ফুৰিছে ।
বাংলা
0
0
18
1.4K
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
শান্তি: দেৰগাঁৱত ভোট দিলোহি ।পৰিপাটি আয়োজন । মাত্ৰ পাঁচ মিনিটৰ লাইন । প্ৰাৰ্থী দুজনেই ভাল । বিজেপিৰ মৃদুল দত্ত ভাল তথা ভদ্ৰ মানুহ বুলি সকলোৱে জানে । কংগ্ৰেছৰ সাগৰিকাও বোলে কৰ্মক্ষম তথা যুৱ প্ৰতিনিধি।প্ৰায় ৪০~ ৫০ বছৰৰ মূৰত দেৰগাঁৱত ভাল মানুহ ইলেকচনত উঠিছে ।এইবাৰ কাম হব ।
KRISHNA PUZARI tweet mediaKRISHNA PUZARI tweet media
বাংলা
0
0
18
966
KRISHNA PUZARI retweetledi
Fight Against Injustice of APSC
💥💥💥কিমান নিৰ্লজ্জ হ'লে এটা দলে এই ধৰণৰ প্ৰচাৰ কৰিব পাৰে! ◾মাত্ৰ দুদিন আগতে এপিএছচি কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনখনকেই কাৰ্যতঃ অবৈধ বুলি ৰায় দিলে ন্যায়ালয়ে।।ইয়াৰ মূল কাৰণ আছিল চৰকাৰী অধিবক্তা নলীন কোহলীৰ ৰহস্যজনক আৰু দুৰ্বল স্থিতি।। প্ৰকৃততে ন্যায়িক আয়োগৰ প্ৰতিবেদন জমা দিয়া দিনৰ পৰাই আৰম্ভ হৈছিল শৰ্মা চৰকাৰৰ ষড়যন্ত্ৰ।। ◾ তদুপৰি আজিৰ দিনতো আয়োগৰ প্ৰতিবেদনত উল্লেখিত বা বিশেষ ন্যায়ালয়ে নিজাববীয়াকৈ অভিযুক্ত কৰা (অৰ্থাৎ শৰ্মা চৰকাৰৰ পুলিচে চাৰ্জশ্বীট দিবলৈ ইচ্ছা নকৰা) ট্ৰিদিৱ ৰয়,নৱনীতা শৰ্মা, অমিতৰাজ চৌধুৰীৰ দৰে কেইবা ডজন ঠগ প্ৰৱঞ্চনাৰে বাচনিভূক্ত বিষয়াই বুকু ফিন্দাই চাকৰি কৰি আছে।।কি স্বাৰ্থত এই সকলক আজিলৈ নিলম্বনো নকৰিলে-সেইয়া সহজেই অনুমেয়।। ◾আনকি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত চাকৰিৰ পৰা বৰ্খাস্ত কৰা বিষয়া সকলো আজি শৰ্মা চৰকাৰৰ দিনত সুৰক্ষিত।। ◾স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ বিধান সভাত উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিম বুলি কৈ আজিলৈ উচ্চতম ন্যায়ালয়ত কি ৰহস্যজনক কাৰণত আপীল নকৰিলে! ◾ইমানৰ পিছতো না লাজ আছে শৰ্মা চৰকাৰৰ ,না লাজ আছে বিজেপি দলৰ বৰমূৰীয়া সকলৰ।।
Fight Against Injustice of APSC tweet media
বাংলা
0
4
20
1.1K
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
@Jitumon62660068 মোমায়ে অহাবাৰ জুৰি শৰ্মা বৰদলৈক দিব ।প্ৰকৃততে গুৱাহাটীত সন্মানীয় শব্দটো মিল নহয়।একালত ৰাজধানীত কাম বিচাৰি অহা পিয়ন বাবু মহৰীৰ নাতি পুতিয়েই আজিৰ গুৱাহাটী।জাতীয় চেতনা ইয়াত নাথাকে , থাকে নিজৰ লাভ তোষামোদ ইত্যাদি ।আলফাৰ পোনতে নেগুৰ পেলোৱাকিজন কৰ আছিল !
বাংলা
0
0
2
112
Jitumoni Bora
Jitumoni Bora@Jitumon62660068·
সংসদত গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ সৰৱ। বিজেপিৰ কেৱল পৱিত্ৰ মাৰ্ঘেৰিটা ,দিলীপ শইকীয়া সক্ৰিয়। সন্মানীয় সমষ্টি বুলি যে কয়, এই গুৱাহাটী সংসদীয় সমষ্টিৰ বিজেপিৰ সাংসদগৰাকী ১০ বছৰে লোকসভাত সঁচা অৰ্থত নিমাতী কইনা। কুইন ওজা,বিজুলী কলিতা মেধিয়ে গুৱাহাটীৰ বাবে কোনো যোজনা, আঁচনি আনিব নোৱাৰিলে।এওঁলোকে ইংৰাজী নাজানে, হিন্দী নাজানে তাতে কি হ'ল ? অসমীয়াতে কওকচোন। ২০২৯ত বিজেপিয়ে এই প্ৰাৰ্থীগৰাকী সলাই ভোট বিচাৰিব। কুইন ওজা আৰু বিজুলী কলিতা মেধিৰ পাৰ্থক্য নেদেখিলো। এওঁলোকৰ নাম চাই কাম নহ'ল। গুৱাহাটী লোকসভাৰ এগৰাকী ভোটাৰ হিচাপে লজ্জিত। প্ৰদান বৰুৱা, ৰণজিৎ দত্ত আদি সকলক বিজেপিয়ে সন্ন্যাস দিয়ক। শিক্ষাগত অৰ্হতাৰ কথা এওঁলোকৰ নকওৱে ! হিন্দীটোও শিকি ল'ব পৰাকৈ মেধাৰ অভাৱ এওঁলোকৰ। ৰণজিৎ দত্তই সমষ্টিত সাধাৰণ মানুহৰ সমুখত দিয়া ভীমৰ ভাও দেখিছোঁ, সংসদত শিল-বৰষুণে খুন্দা মানুহৰ দৰে থাকে। নালাগে এনেকুৱা জনপ্ৰতিনিধি‌। বিজেপিয়ে মুখ্যমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীৰ বতাহত বিজুলী কলিতা, প্ৰদান, ৰণজিৎ দত্তৰ দৰে যাকে-তাকে এবাৰ জিকাই আনে, পাছৰবাৰ অন্য এক নমুনা বিচৰা কাৰবাৰটোৰ সলনি কৰক। সমষ্টিৰ বাবে যুদ্ধ কৰিব পৰা, দেশৰ এক কণ্ঠ হ'ব পৰা জনপ্ৰতিনিধিক ৰাইজে বিধানসভাৰ বাবে ভোট দিয়ক। শশী থাৰুৰ দৰে জনপ্ৰতিনিধি লাগে, শশী দাসৰ দৰে নহয়।
বাংলা
6
2
37
1.4K
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
@rituparnasarm10 Partially true.But কংগ্ৰেছী are running state BJP. All corrupted congress MLAs are now Sanatani ! Yes, BJP may win again, but ex Congress Minister will be our CM, HM and all. Soon Raqibul would be joined as AGP president
English
0
0
1
12
rituparna bharat sarma
rituparna bharat sarma@rituparnasarm10·
@KPuzari Congress AJP RD can not do anything for Assam as these 3 parties all decision will finalize by Muslim League n Masood Madani, Congress will sideline both AJP n RD n will welcome AIUDF into Govt, If AJP merge with AGP on 4 May we would have get a Anchalikatavaad Govt in Assam
English
1
0
0
31
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
অসমতো লাহে লাহে ব্যৱসায়িক প্ৰতিষ্ঠান দখলৰ এক অশুভ পৰম্পৰা আৰম্ভ হৈছে । কুংকি জিকিলে চৌধুৰী পৰিয়ালে চাগে নতুন যুদ্ধৰ বাবে সাজু হব লাগিব ।বৃহৎ সম্পদত চকু পৰাই স্বাভাৱিক ।
বাংলা
1
0
18
588
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
বাৰে বাৰে প্ৰধান মন্ত্ৰী গৃহ মন্ত্ৰীৰ আগমন, মুখ্যমন্ত্ৰীজনাৰ বিতৰ্কিত সংলাপে কি ইংগিত দিয়ে ।বিজেপিৰ আসন ৫০ ৰ তলত থাকিলে, কোকৰাঝাৰৰ শাসন লাগু হব । উজনিত আকৌ যেন ধুমুহাৰ ইঙ্গিত।
KRISHNA PUZARI tweet media
বাংলা
2
0
9
1.1K
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
গোলাঘাট জিলাৰ দেৰগাঁৱত বিজেপি জিকাৰ চাঞ্চ যদিহে এজিপীৰ মানুহে অন্যদলত ভোট নিদিয়ে ।অজন্তাৰ এইবাৰ বচাৰ আশা খুব টান ।মৃণাল শইকীয়া, অতুল বৰা নিৰাপদ যেন লাগে ।
বাংলা
2
0
16
768
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
@kumar_kalita যোৰহাট শিৱসাগৰৰ মানুহেহে কব পাৰিব ।কিন্তু মই জনাত যোৰহাট শিৱসাগৰৰ মানু্হৰ অৰ্থনৈতিক অৱস্থা নলবাৰী বৰপেটাত কৈ বেয়া নহয় ।শিক্ষা দীক্ষাটো পিছ পৰি থকা নাই ।বাকী উন্নয়নৰ মেইন ১২০০ টকা বা ইলেকচন পূৰ্বে দিয়া কিবা ন হাজাৰ টকা সকলো ঠাইৰ মানুহেই পাইছে
বাংলা
0
0
1
58
pranab kumar kalita
pranab kumar kalita@kumar_kalita·
@KPuzari যোৰহাটৰ মানুহে কি ফল পালে? সমষ্টিৰ উন্নয়ন হলনে?
বাংলা
1
0
1
85
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
এনেকুৱা ওফাইডাং মৰা ফচহো কথাৰ বাবেই যোৰহাটৰ মানুহে যোৱাবাৰ গৌৰৱক ভোট দিছিল ।মোৰ বিশ্বাস, অসম জাতীয় পৰিষদৰ ভিতৰত কুংকিয়ে সৰ্বাধিক ভোট পাব । মুখ্যমন্ত্ৰীয়ে অলপ বিশ্ৰাম লোৱা স্বাস্থ ৰ কাৰণে ভাল ।
বাংলা
4
0
31
825