সমীক্ষা পাটগিৰি🥥🧆

2.9K posts

সমীক্ষা পাটগিৰি🥥🧆 banner
সমীক্ষা পাটগিৰি🥥🧆

সমীক্ষা পাটগিৰি🥥🧆

@Samiksha_Fire

jina hain tou, khake jio 😃 #food #lover #foody 🍊🍎🍏🥥🥪🥙🧆🥚🍛🍱🍣

Katılım Kasım 2022
50 Takip Edilen2.5K Takipçiler
অপৰাজিতা সন্দিকৈ💙
সদায় সকলোবোৰ একে ধৰণে নাথাকে। কেতিয়াবা কথা শেষ হৈ যায়, কেতিয়াবা কোলাহল হঠাৎ নীৰৱ হৈ পৰে। আৰু কেতিয়াবা ভীৰৰ মাজত নিসংগ হৈ যায় জীৱন। কেতিয়াবা অতি আপোনজন হঠাতে আঁতৰি যায়। কিন্তু সময় গৈ থাকে আৰু এদিন সকলো সলনি হৈ যায়, যি জীয়াই থাকে সেয়া হৈ পৰে স্মৃতি।।😥💔
অপৰাজিতা সন্দিকৈ💙 tweet media
বাংলা
4
5
29
578
নীল নয়ন🥀
নীল নয়ন🥀@NeelNayaan7·
আজি @Iam_MeghaliNath ই তাইৰ পিতৃক হেৰুৱালে, খবৰটো শুনি অতি মৰ্মাহত হলোঁ। মৃ্ত্যু শ্বাশ্বত, তথাপিওঁ আপোনজনক হেৰুওৱাৰ বেদনা সদায় গভীৰ। ঈশ্বৰে তোমাক এই কঠিন সময় খিনি সহিবলৈ শক্তি দিয়ক। তেখেতৰ আত্মাই চিৰশান্তি পাওঁক। ঔম শান্তি 🪔
বাংলা
10
2
20
1K
Rajesh Ram Phookan
Rajesh Ram Phookan@RamPhookan·
@Samiksha_Fire ইলাচী, বৰ্তমান বজাৰত খুচুৰা মূল্য প্ৰতি কিলো চাৰি হাজাৰ টকা।
বাংলা
1
0
1
6
𝐌𝖊𝖌𝖍𝖆𝖑𝖎 𝐍𝖆𝖙𝖍🚩
🥀অসমীয়াত কিছুমান শব্দৰ অৰ্থ এনেকুৱা ও হব নোৱাৰে নেকি? *ধেমালি- চতুৰতাৰে কৰা একপ্ৰকাৰৰ অপমান। *জ্বলন - নিজে সৰু মনৰ হোৱাৰ প্ৰমাণ। *বুৰ্বক- সম্পর্ক বচাই ৰখাৰ কৌশল। *আত্মীয়তা - যেতিয়ালৈকে প্ৰয়োজন হয় তেতিয়ালৈকে।। 😉🥀 #সুপ্ৰভাত 🌿🧡 #ৰিপিট_টুইট🍃
বাংলা
5
13
45
879
𝐌𝖊𝖌𝖍𝖆𝖑𝖎 𝐍𝖆𝖙𝖍🚩
জুবিন দাক স্মৰণ কৰি, জুবিন দাৰ কথাৰে সকলোলৈকে ৰঙৰ উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 🫟 Happy and colourful holi to everyone. Happy Holi 🫟 #HappyHoli #happyholi2026 #ফাকুৱা #দৌল_উৎসৱ #আবিৰ 🫟
বাংলা
3
13
42
1.1K
সমীক্ষা পাটগিৰি🥥🧆 retweetledi
𝐌𝖊𝖌𝖍𝖆𝖑𝖎 𝐍𝖆𝖙𝖍🚩
🥀" বিশ্বাসী সম্পর্ক এটা, এখন কিতাপৰ দৰে হয়, যিমানে পুৰণি নহওঁক কিয়, শব্দবোৰ কেতিয়াওঁ সলনি নহয়...!🥀 #শুভআবেলি 🌝 #ZubeenDaForever ♾️
বাংলা
3
18
34
793
অপৰাজিতা সন্দিকৈ💙
কোনোবাদিন দিঠকত আহিবা, এই স্তব্ধ হৃদয়ৰ মাজত সাৱটি লৈ নিৰৱে প্ৰকাশ কৰিম মোৰ মনৰ অনুৰাগ। আহিবা দিঠকত এদিন সপোন হৈ এখন এখনকৈ পঢ়ি শুনাম তোমাক দিম বুলি লিখি থকা আধৰুৱা চিঠিবোৰ।।😒
অপৰাজিতা সন্দিকৈ💙 tweet media
বাংলা
3
16
50
1.5K
অপৰাজিতা সন্দিকৈ💙
মোৰ ছন্দ বিহীন নিশাৰ বুজি নোপোৱা এঙামুৰিত তোমাৰ প্ৰতিটো উশাহেই কবিতা হৈ সৰি পৰে! সেই কামনাত সাৰে থাকে মোৰ অনালিঙ্গন চকু-পতা হয়টো এন্ধাৰ অভিসাৰৰ দুয়ো দুয়োৰে নিৰৱ শ্ৰোতা। হয়টো মোৰ সুগন্ধি প্ৰেম বোৰে এদিন তোমাৰ উশাহৰ জখলা বগাই হৃদয়ৰ গহ্বৰত ঝংকাৰ তুলিব অকৃত্রিম ভালপোৱাৰ।।🫀❤️
অপৰাজিতা সন্দিকৈ💙 tweet media
বাংলা
2
16
42
1.5K
সমীক্ষা পাটগিৰি🥥🧆
বগী কৈ চাউলত কলি মহৰ দৈ, বাতি ভৰাই খাম, বাহৰ চুঙাৰ দৈ। ঘন ঘন কুঁৱলীৰ টিপ টিপ পানী, আহিব আমাৰ ঘৰলৈ বিহু খাবলৈ বুলি।🤗 সকলোকে উৰুকা আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।♥️🫀 #মাঘবিহু #ভোগালীবিহু
সমীক্ষা পাটগিৰি🥥🧆 tweet media
বাংলা
2
16
29
334