🎀সংগীতা🎀

420 posts

🎀সংগীতা🎀 banner
🎀সংগীতা🎀

🎀সংগীতা🎀

@Sangitadas21

ɢɪᴠᴇ ʀᴇꜱᴘᴇᴄᴛ ᴛᴀᴋᴇ ʀᴇꜱᴘᴇᴄᴛ🙏

Assam, India Katılım Ocak 2020
316 Takip Edilen1.3K Takipçiler
নীল নয়ন🥀
নীল নয়ন🥀@NeelNayaan7·
অসমত এতিয়া কি News চলি আছে ?
বাংলা
3
0
6
606
🎀সংগীতা🎀
🎀সংগীতা🎀@Sangitadas21·
কেতিয়াবা অকলশৰে বহিও ভাল লাগে কোলাহলৰ পৰা বহু দূৰত... 😌😌
🎀সংগীতা🎀 tweet media
বাংলা
1
0
18
487
🎀সংগীতা🎀
🎀সংগীতা🎀@Sangitadas21·
আপোনাৰ বিফলতাত কিছু লোকে হয়তো সমালোচনা কৰিব... কিন্তু তেওঁলোকে নাজানে সপোনবোৰ পূৰণ কৰাটো বৰ কষ্টকৰ, চেষ্টা কৰাজনে হে এই কথা বুজে...
🎀সংগীতা🎀 tweet media
বাংলা
5
1
72
2.4K
🎀সংগীতা🎀
🎀সংগীতা🎀@Sangitadas21·
আজিৰ দিনটোতে (৫ আগষ্ট, ১৬৬৯ চনত) অসম আৰু অসমীয়াৰ ৰক্ষাৰ্থে আহোম সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত হোৱা ঐতিহাসিক আলাবৈ ৰণত ১০ হাজাৰ অসমীয়া সেনাই মোগলৰ (মোগল সেনাক নেতৃত্ব দিছিল ৰামসিংহই) বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিছিল। সেইসকল বীৰ যুদ্ধাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ🙏🙏
🎀সংগীতা🎀 tweet media🎀সংগীতা🎀 tweet media
বাংলা
0
2
41
1.5K
Dhrubajyoti Das
Dhrubajyoti Das@DxDhrubajyoti·
পৰিস্থিতি যেনেকুৱাই নহওঁক কিয়, সঁচা ভালপোৱাজনে কেতিয়াওঁ এৰি থৈ নাযায় কাৰণ, এৰি যোৱা জনৰ বাবে সাধাৰণ এটা কাৰণেই যথেষ্ট
Dhrubajyoti Das tweet media
Barpeta, India 🇮🇳 বাংলা
1
0
21
568
Ramen kr Das
Ramen kr Das@RamenkrDas2·
@Sangitadas21 তাৰমানে মই ধুনীয়া আৰু সুন্দৰও 😜
বাংলা
1
0
1
17
Ramen kr Das
Ramen kr Das@RamenkrDas2·
হিংসা আৰু স্বাৰ্থৰে ভৰা পৃথিৱীত ! মানুহক হিংসা আৰু স্বাৰ্থৰে প্ৰত্যুত্তৰ দিব নালাগে । নহ'লে হিংসা আৰু স্বাৰ্থ দুগুণ হৈ পৰিব ।
Ramen kr Das tweet media
বাংলা
8
0
68
1.7K
Ramen kr Das
Ramen kr Das@RamenkrDas2·
@Sangitadas21 তেনেকৈ ক'লে লাজ লাগি যায় 🤭 ! ধন্যবাদ 🙏 ।ধুনীয়া ছোৱালীৰ ধুনীয়া কথা 😜।
বাংলা
1
0
1
35
Jayanta K Das
Jayanta K Das@jayantakrdas·
বৰ ধুনীয়া ফল। দেখিলেই লোভ লাগে। কিন্তু খাব নোৱাৰি। ভিতৰ খন কুৎসিত। ঠিক আমাৰ চৰকাৰ, বিভিন্ন ৰাজনৈতিক দল‌ সংগঠনৰ নেতা, মন্ত্ৰী বিধায়ক, সাংসদৰ দৰেই। কি ফল বাৰু?
Jayanta K Das tweet media
Guwahati, India 🇮🇳 বাংলা
11
2
74
4.4K
Aprita Dey
Aprita Dey@itsapritadey·
মানুহক দুই ধৰণে ঠগিব পাৰি। প্ৰথমটো ফটো ওপৰত চুলি এদাল ৰাখি, আৰু দ্বিতীয়টো হৈছে see more.....
Aprita Dey tweet media
বাংলা
4
2
55
3.7K
🎀সংগীতা🎀
🎀সংগীতা🎀@Sangitadas21·
কাৰ কাৰ দেখিলেই লোভ লাগি যায়?? ফটো সংগ্ৰহ: Instagram 😋😋
🎀সংগীতা🎀 tweet media🎀সংগীতা🎀 tweet media
বাংলা
10
0
123
5.6K
H.Sa
H.Sa@Hemanta39881280·
@Sangitadas21 মজা ,আচাৰ হব
বাংলা
1
0
1
38
Ramen kr Das
Ramen kr Das@RamenkrDas2·
@Sangitadas21 মই অলপহে খাব পাৰিম 🥴🥺😓
বাংলা
1
0
2
63