arghadeep barua

578 posts

arghadeep barua banner
arghadeep barua

arghadeep barua

@arghadeep69

Katılım Eylül 2012
173 Takip Edilen201 Takipçiler
Sabitlenmiş Tweet
arghadeep barua
arghadeep barua@arghadeep69·
Join us this Sunday 18.07.21, @ 7pm where we'll be attended by two Amazingly rooted persons from DEEPOR BEEL, who ll guide us in understanding deepor beelor & it's people. Let's come 2gether 2 save our precious wetland. #SaveDeeporBeel #ReimagineRailwayLine
English
1
3
12
0
arghadeep barua
arghadeep barua@arghadeep69·
আমাৰ আৰ্দ্ৰভূমি আৰু বন্যপ্ৰাণী সমূহ এই লুভীয়া আৰু আক্ৰোশ মূলক বিকাশৰ লক্ষ্যসমূহৰ বাবে আমাৰ কাৰণে গুৰুত্বহীন হৈ পৰিছে। #ReimagineRailwayLine #FreeTheCorridors
বাংলা
0
4
1
0
arghadeep barua
arghadeep barua@arghadeep69·
"আৰ্দ্ৰ ভূমিৰ মাজেৰে যোৱা ৰে'লৱে লাইনৰ পুন সংস্থাপনৰ বাবে আমি কেন্দ্ৰলৈ এটা প্ৰস্তাৱ পঠিয়াইছো, যিহেতু ইয়াৰ বাবে শব্দ প্ৰদূষণ হয় আৰু ই পৰিভ্ৰমী চৰাইবোৰক যথেষ্ট অসুবিধা দিয়ে।" ৰাজ্যিক পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বক্তব্য thehindu.com/news/national/… hrough-sanctuary/
বাংলা
1
2
1
0
arghadeep barua
arghadeep barua@arghadeep69·
WII ৰ প্ৰস্তাৱ অনুসৰি আৰু 'দিল্লী ইনটিগ্ৰেটেড মাল্টি- মডেল ট্ৰেনজিট ছিষ্টেম লিমিটেড' ৰ ব্যৱহাৰিক প্ৰতিবেদনৰ ভিত্তিত,"NGT আদেশ (২০২০) অনুসৰি ৰে'ল বিভাগে হস্তীকুলৰ অহা যোৱা কৰা ৫ টা পথ অতিক্ৰম কৰি দীপৰ বিলৰ বাহিৰত ৰে'ল পথ পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰা উচিত"। #FreeTheCorridors
arghadeep barua tweet media
বাংলা
0
6
9
0