ASCPCR Official

194 posts

ASCPCR Official banner
ASCPCR Official

ASCPCR Official

@ascpcr

Statutory body u/s 17 of CPCR Act, 2005 for Child Rights Protection and Monitoring Authority under the JJ Act, 2015, POCSO Act, 2012 and RTE Act, 2009.

Assam Katılım Eylül 2020
0 Takip Edilen55 Takipçiler
ASCPCR Official
ASCPCR Official@ascpcr·
কঠোৰ কামৰ বোজাই শিশুসকলৰ মাজত বয়সতকৈ আগতে বাৰ্দ্ধক্য কঢ়িয়াই আনে আৰু তেওঁলোক পুষ্টিহীনতা, হতাশাত ভোগে আৰু ৰাগিয়াল বস্তুৰ প্ৰতি আকৰ্ষিত হৈ পৰে। আহক #ASCPCR আৰু @UNICEFএ লোৱা পদক্ষেপ সুৰক্ষাৰ সৈতে সহযোগ কৰি শিশুশ্ৰমৰ চিকাৰ প্ৰতিটো শিশুৰ বাবে সহায়ৰ হাত হৈ ঠিয় দিও। @UNICEFIndia
ASCPCR Official tweet media
বাংলা
0
0
0
0
ASCPCR Official
ASCPCR Official@ascpcr·
বিগত কেইবছৰমান ধৰি ভাৰত চৰকাৰে শিশুশ্ৰমৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছে আৰু প্ৰতিটো শিশুৰ মনোভাৱ জনাৰ উদ্দেশ্যে কাম কৰিছে। আহক, আমি মাত মাতো দৰিদ্ৰতা, অসমঅধিকাৰ তথা শিশুশ্ৰমৰ মূখ্য কাৰকবোৰৰ বিৰুদ্ধে। @UNICEF @UNICEFIndia @CHILDLINE1098 @NCPCR_ @scps_assam @mygovassam
ASCPCR Official tweet media
বাংলা
0
0
1
0
ASCPCR Official
ASCPCR Official@ascpcr·
কোটিৰ ঘৰত এনে শিশু আছে যিসকলক যোৰ কৰি টকাৰ দি বা নিদিয়াকৈ কাম কৰোৱাই তেওঁলোকক শিক্ষা, শৈশৱ আৰু সুন্দৰ ভৱিয্যতৰ পৰা বঞ্চিত কৰোৱা হয়। আহক, আমি সুৰক্ষাৰ সৈতে সহযোগ কৰোঁ।#ASCPCR আৰু @UNICEF এ পদক্ষেপ লৈছে শিশুক কামত নিয়োজিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ উদ্দেশ্যৰে। @UNICEFIndia
ASCPCR Official tweet media
বাংলা
0
0
1
0
ASCPCR Official
ASCPCR Official@ascpcr·
কোটিৰ ঘৰত এনে শিশু আছে যিসকলক এতিয়াও জোৰ কৰি শ্ৰম, অপহৰণ আৰু বন্ধোৱা শ্ৰম কৰোৱা হয়। আহক, আমি সকলো শিশুকে শিক্ষিত কৰি তোলো যাতে তেওঁলোকে উপৰোক্ত ভয়াৱহ পৰিস্থিতিত কাম কৰাৰ পৰা বাছি থাকিব পাৰে। #EndViolenceAgainstChildren @UNICEF @UNICEFIndia @CHILDLINE1098 @NCPCR_ @scps_assam
ASCPCR Official tweet media
বাংলা
0
0
0
0
ASCPCR Official
ASCPCR Official@ascpcr·
শিশুশ্ৰম এটা আন্তৰাষ্ট্ৰীয় অসুবিধা সেয়ে ইয়াৰ সমাধানো আন্তৰাষ্ট্ৰীয় হ’ব লাগে। বহুতো দেশত মানুহে একেলগ হৈ শিশুসকলক শিশুশ্ৰমৰ পৰা আনি বিদ্যালয়ত নাম লগাই দিছে। আহক,আমি এখন শিশুশ্ৰম মুক্ত পৃথিৱীৰ বাবে কাম কৰোঁ #childlabouriscrime #EndViolenceAgainstChildren @UNICEF @UNICEFIndia
ASCPCR Official tweet media
বাংলা
0
0
0
0
ASCPCR Official
ASCPCR Official@ascpcr·
Child labour is a global problem that requires a global solution. In many countries, people work together to get children out of work and into school. Let us work together towards a #childlabour free world. Let us unite for #Suraksha, an initiative by #ASCPCR & @UNICEF
ASCPCR Official tweet media
English
0
0
0
0
ASCPCR Official
ASCPCR Official@ascpcr·
শিশুশ্ৰম ও দৰিদ্ৰতা উতপ্ৰোতভাৱে জড়িত আছে। ই এক কেতিয়াও শেষ নোহোৱা চক্ৰ। আহক, আমি যেন শিশুশ্ৰমৰ পক্ষ নলওঁ। খনি, পথাৰ, উদ্যোগ, ঘৰুৱা কাম-কাজত দেখিলেও যেন বিৰোধিতা কৰোঁ। আহক, আমি #ASCPCR আৰু @UNICEF এ লোৱা পদক্ষেপ #সুৰক্ষা সহযোগ কৰি শিশুসকলক বিপথে পৰিচালিত হোৱাৰ পৰা সহায় কৰোঁ|
ASCPCR Official tweet media
বাংলা
0
0
0
0
ASCPCR Official
ASCPCR Official@ascpcr·
Child labour and poverty are directly related to each other and this vicious cycle is never ending. Let us no longer accept child labour,not in mines,not on fields,not in factories,not in domestic settings and not in the products we buy. #saynotochildlabour @UNICEF @UNICEFIndia
ASCPCR Official tweet media
English
0
0
0
0
ASCPCR Official
ASCPCR Official@ascpcr·
শিশুসকলক সহজে বিপথে পৰিচালিত কৰিব পাৰি আৰু তেওঁলোকক কম টকাতে শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি। এইসমূহ কাৰণতে আমাৰ চাৰিওপাশে শিশুশ্ৰম বাঢ়ি আহিছে। আহক, আমি #ASCPCR আৰু @UNICEF এ লোৱা পদক্ষেপ সুৰক্ষাৰ সৈতে সহযোগ কৰি শিশুসকলক বিপথে পৰিচালিত হোৱাৰ পৰা সহায় কৰোঁ। @UNICEFIndia
ASCPCR Official tweet media
বাংলা
0
0
0
0
ASCPCR Official
ASCPCR Official@ascpcr·
যদিও তেওঁলোক নিজস্ব কিছুমান কাৰণ তথা পৰিস্থিতিৰ আগত বাধ্য, শিশু ৰাস্তাত নহয়, স্কুলতহে থাকিব লাগে। আহক, আমি সুৰক্ষাৰ সৈতে সহযোগ কৰোঁ। #ASCPCR আৰু @UNICEF এ এই পদক্ষেপ লৈছে শিশুশ্ৰম ৰোধ কৰাৰ উদ্দেশ্যৰে। @UNICEF @CHILDLINE1098 @scps_assam @NCPCR_ @assampolice @utsahassamOrg
ASCPCR Official tweet media
বাংলা
0
0
1
0
ASCPCR Official
ASCPCR Official@ascpcr·
জানিবুজি বা নজনাকৈয়ে হওঁক, মানুহে পৰোক্ষভাৱে হাৰাশাস্তিজনিত কথাত সহযোগ কৰি আহিছে। কেতিয়াবা নিজকে আনতকৈ ওপৰত বুলি দেখুৱাবলৈ অথবা কেতিয়াবা মাথো ফুৰ্তিৰ বাবে। আহক, আমি সুৰক্ষাৰ সৈতে সহযোগ কৰোঁ। #ASCPCR আৰু @UNICEF এ এই পদক্ষেপ লৈছে ছাইবাৰ হাৰাশাস্তিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যৰে।
ASCPCR Official tweet media
বাংলা
0
0
0
0
ASCPCR Official
ASCPCR Official@ascpcr·
Knowingly or unknowingly people contribute to the bullying in virtual space. Somewhere it’s for the feeling of superiority and sometimes for simply having fun. Let us support #Suraksha, an initiative by ASCPCR and @UNICEF that aims to curb Cyber Bullying of child. @assampolice
ASCPCR Official tweet media
English
0
0
0
0
ASCPCR Official
ASCPCR Official@ascpcr·
লোকপ্ৰিয়তা আৰু মনোৰঞ্জন আদিৰ বাবে আচলতে শিশুসকল হাৰাশাস্তিত লিপ্ত হৈ পৰে, যাৰ ফলত তেওঁলোকৰ পঢ়াশুনাত ব্যাঘাত জন্মে। আহক, আমি প্ৰতিটো শিশুকে সঠিক পথ দেখুৱাও। তেতিয়াহে প্ৰযুক্তিবিদ্যা তেওঁলোকৰ বাবে অভিশাপস্বৰূপ নহৈ আশিৰ্বাদস্বৰূপ হ’ব। #endviolenceagainstchildren #childrights
ASCPCR Official tweet media
বাংলা
0
0
0
0