shuvojit

50 posts

shuvojit

shuvojit

@sdeb45576

Assam, India Katılım Aralık 2022
138 Takip Edilen3 Takipçiler
shuvojit
shuvojit@sdeb45576·
আজিৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা ও শুভকামনা জনালো
বাংলা
0
0
0
56
GP Singh
GP Singh@gpsinghips·
ধন্যবাদ। আমি গৌৰৱান্বিত যে আমি অসমীয়া ক'ব পাৰিছো। আমি অসমক ভাল পাওঁ।
Buttom Dutta@DuttaButtom

অসমৰ বৰ্তমানৰ DGP GP Singh ছাৰৰ interview টো ভাল লাগিল। তেওঁ লগতে তেওঁৰ জীয়েক যি গৰাকী IPS । দুয়োজনে ইমান সুন্দৰকৈ অসমীয়া কৈছে। @gpsinghips

বাংলা
29
19
513
25.3K
shuvojit
shuvojit@sdeb45576·
@ranojpeguassam ছাৰ, প্ৰথমে নতুন বিজ্ঞাপন দিয়াৰ বাবে বহুত বহুত ধন্যবাদ👏👏। ছাৰ, আমি প্ৰায় 30000 Assam Tet উত্তীৰ্ণ প্ৰাৰ্থী এতিয়াও কৰ্মসংস্থাপন হোৱা নাই, নতুন বিজ্ঞাপনত প্রায় ৫০০০ পদ বৃদ্ধি কৰিবলৈ অনুৰোধ জনালোঁ😭🙏🙏🙏 @himantabiswa @AjantaNeog @CMOfficeAssam @mygovassam
বাংলা
0
0
0
16
shuvojit
shuvojit@sdeb45576·
Respected Sir, The advertisement of DEE LP/UP with minimum level posts Vacants announced by Assam Tribune,Samayik Prasanga and other papers.These posts is insufficient for us like(ATET,CTET SSA)and others etc. So,Please Sir,Increase the posts when you upload the official website
shuvojit tweet media
English
0
1
1
111
shuvojit
shuvojit@sdeb45576·
@ranojpeguassam ছাৰ, প্ৰথমে নতুন বিজ্ঞাপন দিয়াৰ বাবে বহুত বহুত ধন্যবাদ👏👏। ছাৰ, আমি প্ৰায় 30000 Assam Tet উত্তীৰ্ণ প্ৰাৰ্থী এতিয়াও কৰ্মসংস্থাপন হোৱা নাই, নতুন বিজ্ঞাপনত প্রায় ৫০০০ পদ বৃদ্ধি কৰিবলৈ অনুৰোধ জনালোঁ😭🙏🙏🙏 @himantabiswa @AjantaNeog @CMOfficeAssam @mygovassam
shuvojit tweet media
বাংলা
8
14
3
189
Chao Santanu Konwar
Chao Santanu Konwar@ImSantanuKonwar·
আজি হৈ যোৱা DHS পৰীক্ষাত নিব দিয়া হৈছিল মোবাইল । Roll No - 20916012 উপাধি বেগম, নামৰ আগৰ খিনি চিনি পোৱা নাযায়, তথাপিও Roll No টো ৰে গম পোৱা যাব, মানুহজনী কোন উচিত তদন্ত লাগে😥😥 Source Facebook 🙏 #AssamPolice @AssamCid @gpsinghips @CMOfficeAssam
Chao Santanu Konwar tweet media
Assam, India 🇮🇳 বাংলা
71
81
401
24.8K
shuvojit
shuvojit@sdeb45576·
দূৰ্নীতি-অন্যায়ৰ বিৰুদ্ধে বলিষ্ঠতাৰে কাম কৰা অসমৰ মাননীয় মূখ্যমন্ত্ৰী মহোদয় আমাৰ নৱপ্ৰজন্মৰ বাবে এজন আদৰ্শপুৰুষ।আমাৰ অসম প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলকো ঘৰৰে ল'ৰা বুলি দুখৰ সমভাগী হৈ DEEৰ পদত হ'লেও নিযুক্তি দিবলৈ তেখেতলৈ কাতৰ অনুৰোধ জনালোঁ🙏 @himantabiswa @ranojpeguassam
KᎥNᏳ _☬_🇮🇳@BAHARUL35235513

🙏Sir, it's Our humble request to you sir, advertisement for Lp and Up tet qualified candidates Assam .Please release minimum 10 thousands vacancy DEE Lp and Up as soon as possible.🙏 @ranojpeguassam @himantabiswa @CMOfficeAssam @DeeAssam @mygovassam

বাংলা
0
2
2
46
shuvojit
shuvojit@sdeb45576·
অসম প্ৰাথমিক টেট উত্তীৰ্ণ বহুসংখ্যক প্ৰাৰ্থী এতিয়াও নিযুক্তি পৰা বঞ্ছিত হৈ আছোঁ। ছাৰ আমাক SSA/DEEৰ অধীনত হ'লেও নিযুক্তি দিবলৈ মূখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ😭🙏 @himantabiswa @ranojpeguassam @AjantaNeog @Pijush_hazarika @jayanta_malla @CMOfficeAssam @mygovassam
বাংলা
0
1
0
46
Ranoj Pegu
Ranoj Pegu@ranojpeguassam·
Gunotsav is our humble initiative to help assess every school-going child’s performance and improve school education in Assam. I hope all teachers, education officials,… 2/3
English
2
1
17
1.7K
Ranoj Pegu
Ranoj Pegu@ranojpeguassam·
After the successful completion of the first phase of #Gunotsav in January 2023, the second phase begins in Baksa, Chirang, Chairaideo, Dhubri, Dima Hasao, Hailakandi, Jorhat, Kamrup (Metro), Sonitpur and West Karbi Anglong Districts. 1/3 #Gunotsav2023
Ranoj Pegu tweet media
English
5
8
58
3.6K