Dhiraj Dev (ধীৰাজ দেৱ )™

53.6K posts

Dhiraj Dev (ধীৰাজ দেৱ )™ banner
Dhiraj Dev (ধীৰাজ দেৱ )™

Dhiraj Dev (ধীৰাজ দেৱ )™

@DhirajDev

উদাসীন, সংগীবিহীন, বিধ্বস্ত আত্মা৷ Retweets are not endorsements.

গুৱাহাটী, Talup T.E, (Assam) เข้าร่วม Kasım 2009
432 กำลังติดตาม4.2K ผู้ติดตาม
ทวีตที่ปักหมุด
Dhiraj Dev (ধীৰাজ দেৱ )™
'টোপনি ভাল, কিন্তু মৃত্যু তাতোকৈ বেছি ভাল। কিন্তু আটাইতকৈ বেছি ভাল হ'লহেঁতেন - যদি মোৰ কেতিয়াও জন্মই নহ'লহেঁতেন ! ~ হাইনৰিখ্ হাইনে
বাংলা
1
1
20
2.4K
Dhiraj Dev (ধীৰাজ দেৱ )™
চৰকাৰখনে নিজৰে পিঠি থপৰিয়াই তৎ পোৱা নাই। আশাকৰো প্ৰধানমন্ত্ৰীয়ে ৰাফেলৰ আগত নেমু-জলকীয়া বান্ধি #ELF ত নাৰিকল ভাঙিব নাপাহৰে ! #JaiHo
বাংলা
4
0
3
223
Dhiraj Dev (ধীৰাজ দেৱ )™
@PabitraRabhaBJP সেইটো হয়, মই চৰকাৰত নাই আৰু কেতিয়াও থকাৰ সম্ভাৱনাও নাই। গতিকে 'আপোনালোকৰ দৰে' কথাটো মোৰ ক্ষেত্ৰত নেচেল 😊
বাংলা
0
0
0
5
Dhiraj Dev (ধীৰাজ দেৱ )™
এতিয়াৰ পৰা অফিচৰ বছে মোৰ বেয়া Performance ৰ বাবে Show Cause Notice দিলে ময়ো "Its a conspiracy of Congress" বুলি কৈ দিম বাপ্পেকে 😆 #চিকা_শৰ্মা
0
0
7
247
Dhiraj Dev (ধীৰাজ দেৱ )™
অসমীয়া বোলছবিৰ ইতিহাসত বাণিজ্যিক ভাবে বিফলতম ছবি হব #কীটানু_ভূঞা ৰ '#খাকী । #BoycottKhaki
বাংলা
1
0
6
306
Himanta Biswa Sarma
Himanta Biswa Sarma@himantabiswa·
Aai Kachai Khati Gusani has blessed this land from the sacred Sri Sri Ishwari Harhi Devalaya since 1722. Today, I was humbled to offer my obeisance at this historic shrine of the Chutia community and pray for the well-being of all. We remain firmly committed to the preservation and development of this revered temple.
Himanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet media
English
24
100
418
31K
Dhiraj Dev (ধীৰাজ দেৱ )™ รีทวีตแล้ว
Oxomiya Jiyori 🇮🇳
Oxomiya Jiyori 🇮🇳@SouleFacts·
High above the clouds, a moment that words can barely hold ✈️ An Indian pilot, on his son’s very first flight, invites him into the cockpit— not just to see the aircraft, but to feel the magic behind his father’s wings. With gentle hands and a proud smile, he guides his little one forward. At 30,000 feet, love takes flight, and a lifelong memory is born. Because some journeys don’t begin on a runway— they begin with family, pride, and a smile that lasts forever ❤️
English
3
7
20
937
KRISHNA PUZARI
KRISHNA PUZARI@KPuzari·
অসমীয়া সাংবাদিকতাৰ উত্তৰণ। 36 হাজাৰ টকীয়া (RS.36000) মোবাইল উপহাৰ ! লবলৈ হেতা ওপৰা !!
KRISHNA PUZARI tweet media
বাংলা
8
5
41
2.6K
Dhiraj Dev (ধীৰাজ দেৱ )™
অসমৰ অধিবক্তা সমাজে জুবিনৰ হত্যাৰ অভিযুক্তসকলৰ হৈ ওকালতি নকৰাৰ পিছতো আজি সকলো অভিযুক্তৰ নিজ নিজ অধিবক্তা সাজু ! জুবিনৰ হত্যাৰ ন্যায় বিচৰা ভিক্টৰ দাস, বিকাশ অসম আদি বহুতো জেইলত আছে, তেওঁলোকৰ মুক্তিৰ বাবে Garrima Saikia Garg ৰ চৰকাৰৰ প্ৰতি কোনো আহ্বান নাই ! আচৰিত হৈছো 😔
বাংলা
0
0
2
97
Dhiraj Dev (ধীৰাজ দেৱ )™
মোৰ ভাৰাতীয়াই মালিক 'Go Back' শ্লোগান দিব আৰু মই শুনি থাকিম। ইমানো বহল অন্তৰৰ নহয় দেই, পিঠি ফালি পঠিয়াই দিম। আকৌ বোলে SC, 6th Schedule আদি কবছো পিন্ধাই থৈছে চৰকাৰ বাহাদুৰে ! লাহেকে কেলাহে বুলিলো আৰু 😡 #WithOurKarbiPeople
বাংলা
0
0
9
200
Dhiraj Dev (ধীৰাজ দেৱ )™
সেই বিদুৰভাইটোক মই এক দশকৰো আগতে চিনি পাই #Autoknow নাম দিছিলো। সি মোক Block কৰিছিল, কৰক তাৰ বাহিৰে মোৰ কি ঘটিটো কৰিব। জুবিনৰ চৰিত্ৰহনন কৰিব আহে ! হাতত ৰছী লগাই পুলিচৰ গাড়ীত উঠোৱাৰ ফটো তোৰ থাকে বিদুৰভাই ! আমি গৰিমা বৌ বা পামী বাইদেওৰ নিচিনা ভাল মানুহ নহয় কে*া। মনত ৰাখিবি 😡
বাংলা
1
0
16
1.1K