ৰিক্ত সংহতি | Rikto Xonghoti

422 posts

ৰিক্ত সংহতি | Rikto Xonghoti banner
ৰিক্ত সংহতি | Rikto Xonghoti

ৰিক্ত সংহতি | Rikto Xonghoti

@xonghoti

#Bitcoin Education in Assamese || @MyFirstBitcoin_ light node || Web: https://t.co/32rBVzUZic || ⚡[email protected]

เข้าร่วม Haziran 2020
132 กำลังติดตาม194 ผู้ติดตาม
ทวีตที่ปักหมุด
ৰিক্ত সংহতি | Rikto Xonghoti
We are now officially a part of @MyfirstBitcoin_ node network জনাবলৈ পাই সুখী হৈছোঁ যে আনুষ্ঠানিকভাৱে আজিৰ পৰা বিশ্বৰ প্ৰথমটো Bitcoin ডিপ্লমা কৌৰ্ছ নেটৱৰ্কৰ আমিও অংশীদাৰ হ'লো। লগতে শীঘ্ৰেই এই কৌৰ্ছটি অসমীয়া ভাষাত, অসমীয়া মানুহৰ মাজলৈ অনা হ'ব। তাৰবাবে সকলোৰে আশীৰ্বাদ আশা কৰিলো
My First Bitcoin@MyFirstBitcoin_

We’re building a distributed network of Bitcoin communities, dedicated to producing and sharing impartial and independent Bitcoin education to the world. If you’re a Bitcoin community and are interested in joining forces, apply here: tinyurl.com/bdfv3yrt

বাংলা
1
3
20
3K
ৰিক্ত সংহতি | Rikto Xonghoti
স্বতন্ত্ৰ প্ৰযুক্তিৰ পৰিচয় ও ব্যৱহাৰৰ বিষয়ত অহা ২৮ তাৰিখ শনিবাৰে, আবেলি ৩ বজাৰ পৰা, গুৱাহাটীত এখনি সৰু মিটআপ + বিনামূলীয়া কৰ্মশালাৰ আয়োজন কৰিবলৈ মনস্থ কৰিছো এপাক দেখা দিলে সুখী হ'ম 🙏🏻 তলৰ link টোত গৈ ৰেজিষ্টাৰ কৰিলে লোকেশ্যনটো তাতে পাব luma.com/2pqgvfib
ৰিক্ত সংহতি | Rikto Xonghoti tweet media
বাংলা
0
1
4
253
ৰিক্ত সংহতি | Rikto Xonghoti
এক দীঘলীয়া বিৰতিৰ মূৰত অহা 21 মাৰ্চ তাৰিখে আকৌ এবাৰ সৰুকৈ বিটকইন মিট আপ এখনি পাতিবলৈ আয়োজন কৰিছো, এইবেলি মিলন বজাৰ, গোলাঘাটত - ওচৰে পাজৰে থকা সকলে সাউতকৈ মাত এষাৰ দিবহি বুলি আশা থাকিল... 🙏🏻 luma.com/3hq9xc2z
বাংলা
0
0
4
145
Pallab J D Goswami
Pallab J D Goswami@PallabJD1·
@xonghoti এতিয়াৰ পৰা বগীবিলৰ পাৰত বিটকইনৰ উপস্থিতি সাব্যস্ত হল... 🤗
বাংলা
1
0
2
23
ৰিক্ত সংহতি | Rikto Xonghoti
Update 2: যুৱ মহোৎসৱৰ সামৰণিত আমি বিশেষ কৃতজ্ঞতা জনাব বিচাৰিছো বগীবিলৰ উত্তৰ পাৰত অৱস্থিত Po:yub eco resort ৰ সমূহ কৰ্মকৰ্তালৈ, যি ৰিজৰ্ট খনিত আমাৰ লগতে বিটকইনৰ উপস্থিতিক এক স্মৰণযোগ্য মূহুৰ্ত্তলৈ পৰিবৰ্তিত কৰিলে 🙏🏻 লগতে ষ্টাফ মেম্বাৰ গৌৰৱ আৰু হীৰকক বিটকইনৰ জগতলৈ স্বাগতম 🤗
ৰিক্ত সংহতি | Rikto Xonghoti tweet media
বাংলা
2
1
3
158
ৰিক্ত সংহতি | Rikto Xonghoti
Update 2: চাৰিজন মানুহ বহি দুটা বিটকইনৰ কথা পাতিব পৰাকৈ আয়োজন এটি কৰিছিলোঁ... তাৰে ফলশ্ৰুতিত আগ্ৰহী এগৰাকীক Bitcoin Standard ৰ এটি কপি উপহাৰ দিবলৈ পাই আমি ধন্য 🙏🏻
ৰিক্ত সংহতি | Rikto Xonghoti tweet mediaৰিক্ত সংহতি | Rikto Xonghoti tweet media
বাংলা
1
2
4
125
ৰিক্ত সংহতি | Rikto Xonghoti
Bitcoin এটা meme? কিন্তু কেনেকৈ? জানিবলৈ লগ হওঁ আহক, অহা 25 জানুৱাৰী দেওবাৰে, গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত, HQ4A2 ৰ আয়োজিত অনুষ্ঠানত... অধিক তথ্যৰ বাবে যোগাযোগ কৰক: instagram.com/hq4a2 - with @AnuragSaikia and @DesiBitcoinShow
ৰিক্ত সংহতি | Rikto Xonghoti tweet media
বাংলা
1
1
4
284
ৰিক্ত সংহতি | Rikto Xonghoti
সদৌ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই ভোগালীয়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সমৃদ্ধি আৰু জ্ঞানৰ পোহৰ 🙏🏼
ৰিক্ত সংহতি | Rikto Xonghoti tweet media
বাংলা
0
2
3
74
ৰিক্ত সংহতি | Rikto Xonghoti รีทวีตแล้ว
Plebs Together Strong
Plebs Together Strong@plebstogether·
Order your Bitasha open source Bitcoin ASIC home miner here bitasha.com
English
0
1
3
122
ৰিক্ত সংহতি | Rikto Xonghoti รีทวีตแล้ว
Plebs Together Strong
Plebs Together Strong@plebstogether·
Super exciting to see these 2 indigenous opensource products - @cryobrick hardware wallet and @bitaxeindia hobby miner - emerging from the 2 @Bitplebs_in summits we co-organised in Goa last year! India’s builder ecosystem is just getting started ✨
Plebs Together Strong tweet media
English
3
5
17
660
ৰিক্ত সংহতি | Rikto Xonghoti
বিদায় ২০২৫ 🙏🏼 আৰু খন্তেক সময়ৰ পিছতে আৰম্ভ হব এটি নতুন বছৰৰ... কিছু নতুন আশা, নতুন উৎসাহ আৰু নতুন সম্ভাৱনাৰ সৈতে সকলোটিকে ৰিক্ত সংহতি পৰিয়ালৰ তৰফৰ পৰা বিগত বছৰটোৰ বাবে ধন্যবাদ আৰু অনাগত বছৰটোৰ বাবে শুভেচ্ছা যাছিলোঁ ❤️🥳🎉
বাংলা
0
1
3
85
ৰিক্ত সংহতি | Rikto Xonghoti รีทวีตแล้ว
Bitshala
Bitshala@bitshala_org·
Concluded a fruitful Hardware Wallets Workshop in Chennai on 21st Dec 2025✅ Participants gained hands-on understanding of: ➡️HD wallets & BIP-39 mnemonics ➡️Importance of cold storage for seed phrases ➡️Types of hardware wallets ➡️Trade-offs between closed-source and open-source wallets ➡️Basics of @COLDCARDwallet & @SeedSigner operations ➡️Generating seed phrases using Coldcard & SeedSigner ➡️Composing testnet transactions on @SparrowWallet ➡️Signing with SeedSigner & Coldcard ➡️Broadcasting and receiving testnet transactions Great engagement and practical learning throughout! 🚀🔐
Bitshala tweet mediaBitshala tweet mediaBitshala tweet media
Bitshala@bitshala_org

Bitcoin Hardware Wallet Workshop | Chennai | Sunday, 21st Dec 2025 | 11:00 AM - 1:00 PM ​​If you are in Chennai, come join us to learn about: 1) ​​What bitcoin hardware wallets are ​​2) Types of bitcoin hardware wallets ​​3) Seed Phrases ​​4) Hands on use of a seed signer along with sparrow wallet over testnet Register at : luma.com/uqwds6ji

English
1
6
29
2.5K