Main Uddin

7.5K posts

Main Uddin banner
Main Uddin

Main Uddin

@mainuddinassam

Columnist, Author, Blogger, E-marketer, Entrepreneur, Daydreamer and founder at @indilensweb , @Indilens : https://t.co/sQEOlJjkcT

Barpeta Road,Assam,India Beigetreten Şubat 2012
5.7K Folgt8.9K Follower
Main Uddin
Main Uddin@mainuddinassam·
নামনি অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী বহু যুগৰ পুৰণি-দিছপুৰ,দিল্লী,নাগপুৰলৈ বহু তাঁত-বাটি কাঢ়িলো কিন্তু বিফল হলোঁ।সংখ্যালঘু-দৰদী বুলি পৰিচয় দিয়া-যিকোনো দল/নেতাই এই নিৰ্বাচনত নিজৰ নিজৰ দলীয় ইস্তেহাৰত-নামনি অসমত বিশ্ববিদ্যালয় স্থাপন"কৰিব বুলি প্রতিশ্রুতি দিব বুলি আশা থাকিল।
বাংলা
0
0
0
16
Main Uddin
Main Uddin@mainuddinassam·
এটাই আফচোচ থাকি গ'ল- জুবিন গাৰ্গৰ দৰে প্ৰতিভাধৰ ব্যক্তিত্ব বহু দিনৰ মুৰকতহে পৃথিবীলৈ আহে, সেই প্ৰতিভাৰ অপব্যয় বা অপভ্ৰংশ হোৱাত কোনোৱে বাধা নিদিলে ৷ অসুস্থ বেমাৰী দেহাৰে ছিংগাপুৰ ভ্রমণৰ NOC কোনে দিলে আৰু স্কুবা ডাইভিঙৰ অনুমতি কোনে দিলে?
বাংলা
0
0
0
26
Main Uddin
Main Uddin@mainuddinassam·
সৰু প্রশ্ন - SIR য়েই NRC ৰ নতুন ৰূপ নেকি ?
বাংলা
0
0
0
26
Main Uddin
Main Uddin@mainuddinassam·
Indilens Web Solutions Private Limited is fully functional at indilens.live
Main Uddin tweet media
English
0
0
0
18
Main Uddin
Main Uddin@mainuddinassam·
"Anger may in time change to gladness; vexation may be succeeded by content. But a kingdom that has once been destroyed can never come again into being; nor can the dead ever be brought back to life." #world needs #Peace
English
0
0
0
23
Main Uddin
Main Uddin@mainuddinassam·
@bsnl_care My complaint about this advanced period billing , why BSNL needs more advanced deposit before it is used ?
Main Uddin tweet media
English
0
0
0
11
BSNLCare
BSNLCare@bsnl_care·
@mainuddinassam Hi,  We apologize for the inconvenience, Kindly DM us your full address with pincode, connection name and no.,Refunding amount, issue facing duration, and an alternate contact no.  i.ki.show/4DC3295F  Regards,  BSNL-Care (kashish)
English
3
0
0
19
Main Uddin
Main Uddin@mainuddinassam·
@bsnl_care @BSNLCorporate @JM_Scindia @Officejmscindia when bsnl connection was taken in 2007,charged 1 month advanced,installation extra but no refund when it was converted to BSNL FIBRE, agn 1 months advanced 2020, this month it is charged 2 month advanced,why ? ph-03666291169
English
1
0
0
41
Main Uddin
Main Uddin@mainuddinassam·
@bsnl_care I had raised complaints but no reply yet
Main Uddin tweet media
English
0
0
0
11
Main Uddin
Main Uddin@mainuddinassam·
@bsnl_care no refund is not my issue , i had give up that but now why BSNL has asked 2 months advanced in June 2025 ?
English
0
0
0
8
Main Uddin
Main Uddin@mainuddinassam·
এনেই জানিবলৈ ইচ্ছা কাৰণে সুধিলোঁ - ৱাকফ আইনে আমাৰ দৰে সাধাৰণ ধর্মীয় সংখ্যালঘুৰ কিবা উপকাৰী কাম কৰিছে নে ?
বাংলা
0
0
0
18
Main Uddin
Main Uddin@mainuddinassam·
জ্ঞাতার্থে ঘোষণা: ইয়াৰ দ্বাৰা সমূহ গ্ৰাহক তথা সাধাৰণ ৰাইজক জনোৱা যায় যে - Indilens Web Solutions Private Limited ৰ মাত্র তিনিটা ভেঞ্চাৰ আছে -
Main Uddin tweet media
বাংলা
0
0
0
17
Main Uddin
Main Uddin@mainuddinassam·
Chinese AI VS American AI chatGPT তকৈ DeepSeek ৰ তথ্যবোৰ অধিক নির্ভুল যেন লাগে। তথাপি UI চাই কবলৈ বাধ্য যে চীনা সকল কপি কৰাত নম্বৰ ১। chat.deepseek.com
Main Uddin tweet media
বাংলা
0
0
0
15
State Bank of India
State Bank of India@TheOfficialSBI·
@mainuddinassam We regret the inconvenience caused to you. Please register a complaint in this regard at this link - crcf.sbi.co.in/ccf select Raise Complaint - Others >> Personal Segment/Individual Customer // General Banking >> Branch Related >> No Response to queries and mention brief
English
3
0
0
14
Main Uddin
Main Uddin@mainuddinassam·
চাৰিদিনীয়া বা পাঁচদিনীয়া দৌলক ডেকাদৌল আৰু তিনিদিনীয়া দৌলক বুঢ়াদৌল বোলা হয়৷ দৌলোত্‍সৱৰ প্ৰথম দিনটোক "গোন্ধযাত্ৰা" বা বহ্নোৎসৱ বা গন্ধ, দ্বিতীয় দিনটোক "ভৰ দেউল" আৰু তাৰ পাছৰ দিনা "সুঁৱেৰী" বা "ফাঁকুৱা" বোলা হয়।umain30.com/miya/archives/…
বাংলা
0
0
2
37
Main Uddin
Main Uddin@mainuddinassam·
Validity of invalid validity over the validity covers justice in injustice .....
English
0
0
1
36
Main Uddin
Main Uddin@mainuddinassam·
প্রশ্ন : প্রোপাগান্ডা নেৰেটিভ/ অলংকাৰিক ৰেখাঙ্কন কাক বোলে ? উত্তৰ : বর্তমান বা ঐতিহাসিক কোনো সমূহীয়া ঘটনাক, একপক্ষীয় ভাবে অতিৰঞ্জিত কৰি বর্ণনাৰ জৰিয়তে জনমত সৃষ্টি কৰিব বিচৰা ছচিয়েল ইঞ্জিনিয়াৰিঙ প্রক্রিয়াকে প্রোপাগান্ডা নেৰেটিভ/ অলংকাৰিক ৰেখাঙ্কন বুলি কোৱা হয়।
বাংলা
0
0
0
25
Main Uddin
Main Uddin@mainuddinassam·
"বিৰোধিতা আমাৰ পেছা নহয়। সমালোচনাও আমাৰ ব্যৱসায় নহয়। আমি সদায় যোগ্যজনৰ কাষত।"
বাংলা
0
0
0
21