DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo

214 posts

DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo banner
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo

DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo

@DevajitMoran2

RTI Activist, Wild-life Activist.. Animal rescuer..

Digboi, India Se unió Ocak 2019
93 Siguiendo54 Seguidores
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo
লিডু টিঁপংৰ চালি অঞ্চলত অবাধ গতিত কয়লা মুক্ত খনন হোৱাৰ ফলত অৱশেষত অনেকৈ জুই জ্বলি উঠিল। অবৈধ কয়লা মুক্ত খননৰ বিৰুদ্ধে অসম চৰকাৰে কিবা গুৰুত্বপূৰ্ণ ব্যৱস্থা লব নে ? @himantabiswa @CMOfficeAssam @sarbanandsonwal @mygovassam @cnnbrk @NewsLiveGhy
বাংলা
0
1
1
40
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ নাম লৈ "গোবিন চৰকাৰ নামৰ লোক জনে ডিগবৈ বন সংগমণ্ডলত চলাই আছে কাঠৰ ছিণ্ডিকেট।কত পালে ইমান সাহস গাড়ী পাৰ কৰিব নিদিলে মন্ত্ৰীৰ ভয় দেখুৱাই আমাৰ বন বিষয়াক Transfer দিয়াৰ ভাবুকি @himantabiswa @mygovassam @CMOfficeAssam
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet media
বাংলা
0
0
0
36
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo
Do Share 🙏 দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বাবে সুখবৰ , পোন প্ৰথম বাবাৰ বাবে দুষ্পাপ্য কেঁকো সাপ উদ্ধাৰ কৰা হয়, গতিকে বন বিভাগ আৰু প্ৰকাশনলৈ অনুৰোধ যাতে এই দুষ্পাপ্য প্ৰাণী বিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰাখে । #বনবন্ধ #wildlifephotography #RESCUE
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet mediaDEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet mediaDEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet media
বাংলা
0
0
0
19
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo
ডিগবৈ লাক্ষীপথাৰৰ পৰা এক সপ্তাহত দুটাকৈ king cobra উদ্ধাৰ , ঘন অৰণ্যত থকা king cobra বৰ্তমান জনাঞ্চললৈ অহাৰ এটাই কাৰণ বন ধ্বংস, এই বন্য প্ৰাণী বিলাকে নিজৰ বাসস্থান আৰু খাদ্য হেৰুৱাই সংকটত ভুগিছে । আহক আমি সকলোয়ে প্ৰকৃতি ৰক্ষাৰ হকে কাম কৰোঁ🙏 #বনবন্ধু #kingcobra #wildlife #rescue
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet mediaDEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet mediaDEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet mediaDEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet media
বাংলা
0
0
1
33
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo
আজি ডিগবৈৰ নিচেই কাষতে থকা লাক্ষীপথাৰ গাঁওৰ পৰা এই ৰজা ফেঁটী ( king cobra ) সাপটো উদ্ধাৰ কৰা হয় ।পুনৰ লক্ষীপথাৰ বনাঞ্চলত ডিগবৈ বন বিভাগৰ উপস্থিত মুকলি কৰি দিয়া হয়।পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু বিষাক্ত সাপৰ ভিতৰত"ৰজা ফেঁটী "সাপটো অন্যতম । #kingcobra #savewildlife #viral
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet mediaDEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet mediaDEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet mediaDEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet media
বাংলা
0
0
2
29
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo
इस साल असम के काजीरंगा नेशनल पार्क में गैंडों की पहली हत्या।चार-पांच दिन पहले शिकारियों ने गैंडे को मार डाला था और उसके सींग लेकर फरार हो गए थे। घटना बगोरी रेंज के कथपारा वन छावनी क्षेत्र की है।वन विभाग अभी तक कोई सुराग नहीं लगा पाया है | @rashtrapatibhvn @PMOIndia @narendramodi
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet media
हिन्दी
0
0
0
37
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo
Do share 🙏 বনবিভাগৰ মুৰব্বী ৰ পৰা প্ৰশাসনৰ মুৰব্বী লৈকে সকলোৱে উচিত তদন্তৰ পৰিবৰ্তে ,বন ধ্বংসকাৰীক দিহিং পাটকাই পৰ্বতক ধ্বংস কৰিবলৈ উৎসাহিত কৰা নাই নে? অতি সোনকালে CBI তদন্ত কৰি দুখীক শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ @CMOfficeAssam @himantabiswa @mygovassam @sarbanandsonwal
বাংলা
0
0
2
35
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo
ধ্বংস মই দেখিছোঁ হাল্লা মই কৰিছোঁ হাল্লা মই কৰিলেও ভ্ৰূক্ষেপে কৰা নাই মানুহে বুজাইছে মোক সময় নষ্ট কৰিছ ভাই যিমান মোক কলেও কিন্ত মই শুনা নাই ভাই !!! এনেকৈয়ে চৰকাৰে কয়লা মাফিয়াৰ হাতত পাটকাই পৰ্বতক ধ্বংস কৰিবলৈ গতাই দিছে নেকি ? @himantabiswa @CMOfficeAssam @mygovassam
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet media
বাংলা
0
0
0
39
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo
কয়লা গাড়ীক চৰকাৰ , বন বিভাগ , প্ৰশাসনে ঠিকেই সুৰক্ষা প্ৰদান কৰে পিছে অসমত থকা আমাৰ ৰাষ্ট্ৰীয় সম্পদৰ সুৰক্ষা প্ৰদান কৰিবলৈ কাৰো সময় নাই | এই খন অসমত বন মাফিয়াই সুৰক্ষা পাই কিন্ত বন্য প্ৰাণীবোৰৰ সুৰক্ষা নাই ! @himantabiswa @CMOfficeAssam @mygovassam @rashtrapatibhvn
DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo tweet media
বাংলা
0
0
0
35