অৱদান বৰুৱা

18.9K posts

অৱদান বৰুৱা banner
অৱদান বৰুৱা

অৱদান বৰুৱা

@a_random_2020_

Kolkata /Jorhat Assam (NE) 가입일 Temmuz 2020
2K 팔로잉437 팔로워
고정된 트윗
অৱদান বৰুৱা
অৱদান বৰুৱা@a_random_2020_·
কলকাতা মিচিং সমাজ আৰু অসম ভৱনৰ কৰ্মচাৰী সকলৰ সহযোগত আজি অসম ভৱনত আলি আ:য়ে লৃগাংৰ উদযাপন কৰা হল সকলোকে আলি আ:য়ে লৃগাংৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ♥️ Mising Rèngam Írro 🙏
অৱদান বৰুৱা tweet mediaঅৱদান বৰুৱা tweet mediaঅৱদান বৰুৱা tweet media
বাংলা
3
0
7
1.5K
অৱদান বৰুৱা
অসমৰ বীৰ সন্তান লাচিত বৰফুকনৰ মৈদামত আজি সন্ধিয়া বেলাত। ‍আগৰ দিনত ইমান‌ অৱহেলিত এটি স্থান আজি‌ বিশ্ব মানদণ্ড স্তৰত জিলাকা দেখি অতি গৌৰৱ অনুভৱ কৰোঁ।
অৱদান বৰুৱা tweet mediaঅৱদান বৰুৱা tweet mediaঅৱদান বৰুৱা tweet mediaঅৱদান বৰুৱা tweet media
বাংলা
1
0
2
32
Dinocholas
Dinocholas@Borjanakonwar·
Demow—Sibsa road is so shiit
English
1
0
1
62
অৱদান বৰুৱা
@30Kaju04 @sanjib_bharali @nilimsenapati3 সমষ্টি বিলাক একবাৰেই খেলি মেলি আজি দেখিলোঁ আমাৰ ঘৰৰ কাষৰেই অঞ্চল‌ হাবিচুক তিতাবৰ সমষ্টিত পৰিলে, সেইয়া কিন্তু যোৰহাট নগৰৰ ভাগ। Very difficult to say considering switch in areas
বাংলা
1
0
1
9
অৱদান বৰুৱা
শিৱসাগৰৰ মানুহে বৰপুখুৰী পাৰৰ পথ ভাগ কিয় one way হোৱাৰ বিৰোধিতা কৰে‌ ? পথ ভাগ এনেও যথেষ্ট ঠেক
বাংলা
1
0
0
53
অৱদান বৰুৱা
@jayain_raju গৌৰৱ গগৈ ডাঙৰীয়া কেনেকৈ চাউদাং হ'ল ? আৰু ইয়াত chauvanist হোৱাৰ কথা কৰ পৰা আহিল? অসমীয়া হিচাপে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিলেও নিজৰ মাতৃভাষাক ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ।
বাংলা
1
0
1
21
Raju K Gogoi
Raju K Gogoi@jayain_raju·
@a_random_2020_ Hagrama can't speak Assamese like you. It is happening because he is from Bodo community not an Assamese barna Hindu. You are speaking of Gaurav Gogoi and he is a Chowdang of Ahoms so he may not be able to pronounce some words like Chauvinist Assamese.
English
1
0
0
29
Raju K Gogoi
Raju K Gogoi@jayain_raju·
অসমীয়া ভাষা সবল কৰা নিৰ্বাচনৰ সময়ত মই দেখা বহু চৰ্চিত শব্দাৱলী , সেন্দুৰ, সনাতনী, গাণ্ডু, পেল দিয়া, ৰেজিষ্ট্ৰাৰত তেল চুৰ, দালালি, চাই লম। আপুনি আৰু কিবা শব্দ পালে যদি এড কৰি দিব।
বাংলা
6
0
16
829
অৱদান বৰুৱা
@jayain_raju মই পিছে হাগ্ৰামাৰ কথা কোৱা নাছিলোঁ। কাৰ কথা কৈছোঁ আপুনি বুজিছে,‌ সেইজন বড়ো‌ নহয়। And required one clarification as I don't have idea - not all Ahoms are Chawdang right ?
1
0
1
21
Raju K Gogoi
Raju K Gogoi@jayain_raju·
@a_random_2020_ হাগ্ৰামাৰ তেনেকুৱা বহুত আছে। চাউদাং বা বড়োয়ে অসমীয়া উচ্চ বৰ্ণৰ দৰে অসমীয়া কব নোৱাৰা শব্দাৱলী হব।
বাংলা
1
0
0
45
অক্ষত শৰ্মা
@a_random_2020_ টাউনত ট্ৰেফিকৰ অবস্থা ভয়ংকৰ। নীলা গ’গ’বোৰে আৰু নষ্ট কৰি পেলাইছে। পিছে কোনটো ৰাস্তাৰ মেৰামতিৰ প্ৰয়োজন বুলি ভাবা?
বাংলা
1
0
0
9
অৱদান বৰুৱা
পুৱা বন্ধু এটাৰ লগত নিৰ্ণয় কৰোঁ যে আজিৰ বিয়লি চাহ গোলাঘাটৰ এজন বন্ধুৰ ঘৰত হ'ব বুলি। তাকেই ভাবি আমি উলাই দিলোঁ কমাৰবন্ধা আলিয়েদি গোলাঘাটৰ অভিমুখে Jupiter লৈ। এই পথৰ নিৰ্মাণ যে ইমান সুন্দৰ ভাৱে কৰিছে ভাবিবয়ে পৰা নাছিলোঁ। কেৱল ৫০ মিনিটত আমি পালোঁগৈ গোলাঘাট মিছনত ! উন্নয়ন speaks
অৱদান বৰুৱা tweet mediaঅৱদান বৰুৱা tweet mediaঅৱদান বৰুৱা tweet media
অৱদান বৰুৱা@a_random_2020_

Dergaon - Golaghat State Highway 34 Truly overwhelmed by the quality of construction, very smooth. Reached Golaghat from Jorhat in just 45 minutes. Development speaks

বাংলা
1
0
1
103
অৱদান বৰুৱা
@IMAkshat37 এইবাৰ টাউনৰ মাজলৈ যোৱা‌ নহ'ল। পিছে এটি ৰোডৰ ঠাই বিশেষে মেৰামতিৰ প্ৰয়োজন আছে বুলি ভাবোঁ।
বাংলা
1
0
0
27
অৱদান বৰুৱা
@Borjanakonwar সেইতো এটা পৃথক আলোচনাৰ বিষয়। মই নিৰ্বাচনী ৰণৰ বিষয়ে হে কৈছোঁ, খোৱাংৰ জনক যোৰহাটত পাইছোঁ আৰু কি কৰিছে সেইবিলাকো গম পাওঁ। বিজয়ী নহয় খাতাং।
বাংলা
0
0
0
29
Dinocholas
Dinocholas@Borjanakonwar·
@a_random_2020_ Akhil will win:fair contest btwn gg and goswami:the drama unleashed twrds lurin shows frustation which may tell a other story
English
1
0
1
82
অৱদান বৰুৱা
@riyaz0074 @Konpai_099 The more you dive deep into miya regions of Lower and Central Assam the more you'll witness Islamic orthodoxology. দেখিছোঁ দিয়ক মিয়াৰ গুঢ়ামি
English
1
0
2
19
Riyaz Ahmed
Riyaz Ahmed@riyaz0074·
@Konpai_099 It's the other way out-Islamic orthodoxy is fading away Hindutva is on the rise. Yes, in most of the upper Assam muslim population to some extent seems to distance itself from some Assamese culture, and the credit goes to the polarization in Indian society. Need a deep study.
English
2
0
0
244
কণপাই বৰুৱা
While the spotlight is often on Hindutva, we somehow miss the rise of Islamic orthodoxy in Assam. There are legacies of people like Bihu Oza Maimot Tatinga & Senimai, who were Muslims but played a vital role in reviving Bihu through their performances. They symbolized our shared heritage. Sadly, that landscape has completely changed. A friend of mine, who has a PhD from IIT though, chooses not to participate in Bihu dances because she, like many others, considers this dance form as ‘haram’ within her religious beliefs.
Prag News@PragNews

Namaz was offered at a polling station in Bongaigaon district. A polling officer temporarily halted the voting process to offer prayers. Voting was suspended for some time before resuming @dcbongaigaon @ECISVEEP #election2026 #voting #pragnews

English
10
41
235
12.7K
seven packs of mushroom koka
@a_random_2020_ lol sorry ur drivel about indigenous assamese identity only works in ur echo chambers and within ur state, rehne dein. And miyas are more assamese than u'll ever be, cry about it.
English
3
0
0
25