দলে'কাই

24.9K posts

দলে'কাই banner
দলে'কাই

দলে'কাই

@ChD_1980

#poliTickle #COWmedy #bakwASS #Gyan etc... এই টাইমলাইনৰ সকলোবোৰ চৰিত্ৰ, ঘটনা আৰু স্থিতি সম্পূৰ্ণৰূপে কাল্পনিক। ইয়াৰ সৈতে কোনো জীৱিত বা মৃত ব্যক্তিৰ সম্পৰ্ক নাই।

Jonai, India Katılım Şubat 2012
82 Takip Edilen5.3K Takipçiler
Sabitlenmiş Tweet
দলে'কাই
দলে'কাই@ChD_1980·
Don't worry about what I'm tweeting, worry about why I'm on your mind. Thanks!
English
7
1
78
0
দলে'কাই
দলে'কাই@ChD_1980·
সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন ও শুভকামনা জ্ঞাপন কৰিলোঁ। #ElectionResult2026
বাংলা
1
0
13
310
Pranab Mahanta
Pranab Mahanta@PranabMahanta0·
@ChD_1980 " বীৰে আত্মপ্ৰশংসা নকৰে !" 🤗
বাংলা
1
0
2
67
দলে'কাই
দলে'কাই@ChD_1980·
আপুনি জানেনে? ‒ নিজেই নিজকে প্ৰশংসা কৰা মানুহবোৰ সাধাৰণতে মিছলীয়া আৰু নিৰ্লজ্জ হয়।
বাংলা
3
0
27
528
দলে'কাই
দলে'কাই@ChD_1980·
য'তেই ধৰ্ম, তাতেই অন্যায়। একমত নে?
বাংলা
1
0
16
415
দলে'কাই
দলে'কাই@ChD_1980·
আজি বিশ্বৰ সবাটোকৈ সুখী দেশ সেইসমূহ দেশ, যিসমূহ দেশৰ অধিকাংশ জনতাই ঈশ্বৰ অথবা ধৰ্মৰ মকৰাজালৰ পৰা ওলাই আহিছে। #FunnyPeople
বাংলা
4
1
26
631
দলে'কাই
দলে'কাই@ChD_1980·
@parthatribune আচলতে এই সকলোবোৰ নাটক কেৱল গোবৰ ভক্তসকলক পৈশাচিকভাৱে আনন্দিত কৰিবলৈকে কৰা হয়... বাকী সাধাৰণ জনতাই এইবোৰত বিশেষ মনোযোগ নিদিয়াই ভাল দিয়ক। বিঃদ্ৰঃ - হাঁহি থাকক আৰু আনকো হঁহুৱাওক... হাঁহিবলৈ জিএছটি নালাগে।
বাংলা
0
0
0
2
দলে'কাই
দলে'কাই@ChD_1980·
@suja_saikia डर का माहौल है... #বিশ্বৰ_সৰ্ববৃহৎ_গণতন্ত্ৰ
हिन्दी
1
0
1
10
দলে'কাই
দলে'কাই@ChD_1980·
@PranabMahanta0 "গৱৰ্ণনেঞ্চ" অউৰ "গোবৰনেঞ্চ" ম্যে ফৰ্ক হৌতা হ্যায়।
দলে'কাই tweet media
বাংলা
0
0
0
2
Pranab Mahanta
Pranab Mahanta@PranabMahanta0·
@ChD_1980 ক্ষমতা পুষ্ট লোক সকলৰ সহনশীলতা তেওঁলোকৰ খ্যাতি বৃদ্ধি কৰে! কিন্তু ক্ষমতাশালী সকল হিংস্ৰ প্ৰবৃত্তিৰ হ'লে তেওঁলোকে এদিন নহয় এদিন এলাইবাদু লৈ পৰ্যাৱসিত হয়! ইতিহাসে আমাক ইয়াকে শিকোৱা নাই জানো?
বাংলা
1
0
9
280
দলে'কাই
দলে'কাই@ChD_1980·
"যদিহে এইবাৰ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ আহে, তেনেধৰণৰ (মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ বিৰুদ্ধে লিখা) লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কেৱল জেৰাই নহয়, আৰক্ষী থানাত নাঙঠ কৰি খুবকৈ কোবোৱা হ'ব। পিচত লেঙুৰিয়াই লেঙুৰিয়াই মিডিয়াৰ সন্মুখত হাজিৰ কৰোৱা হ'ব৷ আৰু জেললৈ ১/২
বাংলা
5
0
23
1.4K
দলে'কাই
দলে'কাই@ChD_1980·
বাপ-বন্ধুসকল, আপোনালোকে বাৰু এই অধমক আজিলৈকে ৰাঘৱ চড্ডা বোলাজনৰ বিষয়ে কিবা কোৱা শুনিছেনে? #হু_ইজ_ৰাঘৱ_চড্ডা
বাংলা
1
0
12
470
দলে'কাই
দলে'কাই@ChD_1980·
আবে চন, আমি সকলোৱেই নিজৰ নিজৰ কাম কৰোঁ বে... কিছুমানে একো নকৰে... কিন্তু কমচে কম অলপতো লাজ কৰিব লাগে বে কে**। #FunnyPeople
বাংলা
0
0
4
203
দলে'কাই
দলে'কাই@ChD_1980·
@jayain_raju মিত্ৰৌঁ, মুঝে পাঁচ বছৰ অউৰ দেনা... মতিলাল নেহৰুৰ কাহিনী এতিয়াও ক'বলৈ বাকী আছে।
বাংলা
0
0
1
68
Raju K Gogoi
Raju K Gogoi@jayain_raju·
মোডীজিয়ে ৭ মিনিটৰ এটা ভিডিয়ৰে বংগবাসীক আহ্বান জনালে যে তেওঁলোকৰ প্ৰগতি আৰু যুৱ প্ৰজন্মৰ উজ্বল ভৱিষ্যতৰ কাৰণে বিজেপিক ক্ষমতালৈ আনিব লাগে। হে বংগভাষী এই মানুহজনক বিশ্বাস কৰাৰ আগতে এবাৰ যোৱা দহবছৰত হোৱা অসমৰ প্ৰগতি আৰু অসমৰ যুৱক সকলে লাভ কৰা উজ্বল ভৱিষ্যতবোৰ চাই লব।
বাংলা
2
1
15
838
দলে'কাই
দলে'কাই@ChD_1980·
প্ৰেৰণৰ পৰিবৰ্তে আৰক্ষীয়ে অধিক জেৰাৰ বাবে নিজৰ জিম্মাত বিচাৰিব৷" এৰা! চুৱা চেলেকা "প্ৰভুভক্ত"টোৱে মালিকৰ হৈ মেছেজটো ঠিকেই দিছে... এণ্ড দ্য মেছেজ ইজ ভেৰী লাউড এণ্ড ক্লিয়াৰ ‒ "তুম চাল্লা গোলাম লৌগ হামাৰী জুতী কে নীচে হী ৰহেগা।" হায়! বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। #TooMuchFUN ২/২
বাংলা
0
0
17
352
দলে'কাই
দলে'কাই@ChD_1980·
হেৰৌ চুৱা চেলেকা দালালহঁত, তহঁতৰ যদি ঝালমুড়িৰ ইতিহাস লিখা হৈ গ'ল, তেন্তে মণিপুৰৰ ফালেও অলপ চকু দে... সেইফালে পৰিস্থিতি অতি বিষম। #জহনীত_যোৱা_নিউজ_চেনেল
দলে'কাই tweet media
বাংলা
2
2
19
562
দলে'কাই
দলে'কাই@ChD_1980·
স্বামী বিবেকানন্দ জীৰ পুণ্য আত্মাই আজি ভাবিছে চাগে যে এইষাৰ কথা মই কেতিয়া কৈছিলোঁ?
বাংলা
4
1
13
273
Raju K Gogoi
Raju K Gogoi@jayain_raju·
@ChD_1980 প্ৰথমতে বিবেকানন্দয়েই কৈছিল। পাছতহে নেতাজীয়ে কলে। হুৱাটচেপ বুৰঞ্জীত স্পষ্টকৈ লিখা আছে।
বাংলা
1
0
2
49
দলে'কাই
দলে'কাই@ChD_1980·
মাননীয় প্ৰধানমন্ত্ৰীৰ "दीदी ओ दीदी" ৰ অপাৰ সফলতাৰ পিছত এইবাৰ মাননীয় গৃহমন্ত্ৰীৰ শেহতীয়া সংস্কাৰী "নাৰী শক্তি বন্দন"... "ऐ दीदी... कान खोलकर सुन लो!"
বাংলা
0
0
3
126