Sabitlenmiş Tweet
Mitalee Nubeebuckus
12.5K posts

Mitalee Nubeebuckus
@mitalee05
Loves South Park,The Rock, Zubeen Da & Queen-the band/RT's are not my opinion, From Majestic Assam Khati Axomiya, খাটি অসমীয়া ❤Freddie Mercury Dwayne Johnson❤
Basingstoke, England Katılım Şubat 2011
2.8K Takip Edilen3.9K Takipçiler

@DhrubaneelA @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG আমাৰ বিৰোধী ইমানেই কমজোৰ অসমত বেলেগ বেলেগ ভাৱে জিকাৰ দৰকাৰেই নাই l বিৰোধীয়ে জিকাই দিছে বিজেপিক
বাংলা

@mitalee05 @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG বিজেপিৰ শুদ্ধভাৱে নিৰ্বাচন খেলি দেখাওক। নিৰ্বাচন আয়োগৰ হহায় লৈ বিৰুধী জনতাৰ ভোট কাতি আৰু ইউপি বিহাৰ পৰা ভোটাৰ আনি ভোট দিয়াই নহয়।
বাংলা

যেতিয়া লৈ @INCAssam @AJPAssam @RaijorDal e তৃণমূল লেভেলত কাম নকৰি মিয়া প্ৰীতি কৰি থাকিব আৰু ছচিয়েল মিডিয়াকে ৰণক্ষেত্ৰ বুলি ভাবিব তেতিয়ালৈ ১০ ১২টা চিট পাব l
অসমীয়াৰ বাবে কাম কৰক l অসমত কাম কৰক @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG
ৰিজাল্ট দেখি লাজ লাগিছে
বাংলা

@DhrubaneelA @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG ময়ো বিদেশীক বিদেশী বুলিয়ে ধৰো l কিন্তু কংগ্ৰেছৰ চিট জিকিবলৈ অসমীয়াক চেক্ৰিফাইচ কৰি মিয়া প্ৰীতি is sickening 🤮🤢 আৰু সেয়েহে হাৰিছে l গান্ধাৰীৰ কলা কাপোৰ মৰাতকৈ self analysis কৰাটো ভাল হব l
বাংলা

@mitalee05 @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG আমি বিদেশীক বিদেশী বুলিয়েই ভাৱো' ধৰ্ম লৈ নেভাৱো। বিজেপিয়ে হে কেৱল মুছলমানক বিদেশী ভাৱে। মুছলমানতকৈ বেছি বঙালী দিদেশী আছে অসমত সেইবাবে nrc খন শুদ্ধকৈ নকৰি বন্ধ কৰি পেলালে। সেই হিন্দু বিদেশীবোৰৰ নাম কতা যাব বুলি ভয় খালে।
বাংলা

@rana1303 @DhrubaneelA @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG মুঠতে কোনোবা এজনে হিম্মত কৰি কওক বিদেশী মানে বিদেশী l এটা পাৰ্টি মিঞাৰ আনটো ভগনিয়া আৰু বহিৰাগতৰ l দুয়োটা ডেঞ্জাৰ
বাংলা

এয়া অসমীয়া বঙালী কথা নহয়, এতিয়া ৰাইজে ভোট দিয়ে ধৰ্মীয় দৃষ্টিকোণৰে। আৰু বিজেপিয়ে কা আইনৰ জৰিয়তে বঙালী অসমত সংস্থাপিত কৰিব বা কৰিছে, কংগ্ৰেছে কিন্তু কৰা নাছিল। কংগ্ৰেছৰ দিনত যিমান বাংলাদেশী বিতাড়ণ কৰিছিল বিজেপিয়ে কিন্তু তাৰে এশ ভাগৰ এক ভাগো কৰা নাই, এয়া মোৰ কথা নহয় এয়া চৰকাৰে সদনত দিয়া তথ্য। কংগ্ৰেছৰ দিনত বিদেশীৰ ক্ষেত্ৰত ধৰ্মীয় দৃষ্টিকোণ নাছিল এতিয়া কিন্তু আছে, হিন্দু বাংলাদেশী এতিয়া ভাৰতত থাকিব পাৰিব মুছলিম বাংলাদেশী নোৱাৰে। আৰু এয়া মাত্ৰ ভাসন বাস্তৱ কিন্তু বিপৰীত।
বাংলা

@Riku786181 @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG Thank you 😊
English

@mitalee05 @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG You are absolutely right, I'm agree with you.
English

@Ashim_27091969 @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG Not needed in Assam. Opposition's laziness is more than enough 😴
English

@mitalee05 @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG No one is talking about all the machineries under the captivity of the BJP, be it CEC, ED, CBI, CID Judiciary, distribution of freebies openly. 😂😂😂
English

@Deveng0rg @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG I am a fan of my Assam, Assamese people, Assamese language and Assamese culture. Couldn't care less about anyone who can't protect these.
English

@mitalee05 @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG You are a fan of GG. But unfortunately days of dynasty politics are over. AJP and RD were foolish to think they could ride on back of GG and cross the electoral bridge.
English

@DhrubaneelA @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG অসমীয়াৰ বাবে **
বাংলা

@mitalee05 @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG শিৱসাগৰত অখিল গগৈক মিঞাই জিকালে নি ?
আৰু লুৰিনক ডিব্ৰুগড়ত মাত্ৰ ৯হেজাৰ ভোটত মিঞাই হৰালে নেকি ?
এই হিন্দু মুছলমানৰ ঘৃণা ৰাজনীতিত মানুহ জেতিয়ালে ফচি থাকিব তেতিয়ালে না দেশৰ উন্নতি হব না ৰাজ্যৰ।
বাংলা

@WatchGuwahati @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG Totally agree with you. We need someone who will stand with us and not follow appeasement policy
English

@mitalee05 @INCAssam @AJPAssam @RaijorDal @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG The moment Congress chosen people like Aman wadud and Reetam Singh the acceptability of Congress among indigenious people diminished .
Also Congress did not take any stand on NRC and deportinon of foreigners and other local issues
For AJP and RD it was a strategic mistake to
English

@Amara__Don Only Shilpa Rao and Alka Yagnig goat. Rest are annoying
English












