Assam Jatiya Parishad

1.6K posts

Assam Jatiya Parishad banner
Assam Jatiya Parishad

Assam Jatiya Parishad

@JatiyaParishad

Official Twitter account of #AssamJatiyaParishad. #Assam first, always and forever.

Assam, India Katılım Eylül 2020
4 Takip Edilen7.3K Takipçiler
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
The Assam Jatiya Parishad has sent a memorandum to the Hon’ble Prime Minister of India seeking a CBI investigation under the supervision of the Supreme Court into the mysterious death of Zubeen Garg. #JusticeForZubeenGarg #JusticeForAssam
Assam Jatiya Parishad tweet mediaAssam Jatiya Parishad tweet mediaAssam Jatiya Parishad tweet media
English
0
0
6
951
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
Zubeen is the pride of Assam, North East,India and the world. People like Zubeen Garg are born once in a century. All the efforts of Zubeen to uplift Assam and people must be respected. Therefore we request you to confer BHARAT RATNA to Zubeen Garg. @PMOIndia @rashtrapatibhvn
Assam Jatiya Parishad tweet media
English
0
2
18
1.2K
Assam Jatiya Parishad retweetledi
Lurinjyoti Gogoi
Lurinjyoti Gogoi@lurinjtgogoi·
আপোনাৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাতে ‘কা’ জাপি দি অসমীয়াৰ অস্তিত্বক নিঃশেষ কৰা হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰীক ভৰসা কৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ আশ্বাস দিলে আপুনি কিন্তু, ক’তা? ৬নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদন এতিয়া ক’ত আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া? জাতিটোক আপুনিয়েই প্ৰতাৰণা কৰা নাইনে? নিজকে চিকুটি চাওক বিবেকেৰে নিজৰ সৈতে কথা পাতক #Dibrugarh #Tinsukia #SarbanandaSonowal
Lurinjyoti Gogoi tweet media
বাংলা
7
18
122
3.7K
Assam Jatiya Parishad retweetledi
Lurinjyoti Gogoi
Lurinjyoti Gogoi@lurinjtgogoi·
আমাৰ স্থিতি স্পষ্ট আমি কেতিয়াও CAA মানি নলওঁ আৰু অসমৰ ওপৰত ধ্বংসাত্মক, জাতিধ্বংসী আৰু অবাঞ্চিত আইন জাপি দিবলৈ খোজা যিকোনো প্ৰচেষ্টাত চৰকাৰে অসমবাসীৰ গণতান্ত্ৰিক ক্ৰোধ আৰু ক্ষোভৰ বহি:প্ৰকাশৰ সন্মুখীন হ’ব লাগিব
Lurinjyoti Gogoi tweet media
বাংলা
8
14
181
4.6K
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
সুবিধাবাদীৰ দল! তোৰ মিছা হ’ব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল। জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান, সাৱধান। #AssamJatiyaParishad #অসম_প্ৰথম
Assam Jatiya Parishad tweet media
বাংলা
0
7
35
972
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত জগদীশ ভূঞা ডাঙৰীয়াৰ অলপ সময়ৰ পাছতেই ০৭:৪৫ বজাৰ পৰা প্ৰতিদিন টাইমৰ এটি টক শ্ব’ত উপস্থিত থাকিব । সকলোকে অনুষ্ঠানটি চাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ ৷ @OfficeOfJB @lurinjtgogoi @basantadeka21
বাংলা
0
3
26
1.1K
Assam Jatiya Parishad retweetledi
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
গুৰুজনা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ চিন্তা চেতনা আৰু আদৰ্শক অতি পৰিকল্পিত ভাবে নি:শেষ কৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ হৈছে। ১৯৮৬ চনত চৰকাৰে ঘোষণা কৰা ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান শ্রীমন্ত শংকৰদেৱ বটা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি নতুন সৰ্বোচ্চ অসামৰিক বটা ঘোষণা কৰা হৈছে। আমাৰ বক্তব্য -
Office of Jagadish Bhuyan tweet mediaOffice of Jagadish Bhuyan tweet mediaOffice of Jagadish Bhuyan tweet media
বাংলা
2
11
56
2.1K
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
অসম জাতীয় পৰিষদৰ ফালৰ পৰা আগন্তক লোকসভা নিৰ্বাচন সন্দৰ্ভত কোনো প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হোৱা নাই৷ সংবাদ মাধ্যমত এই সন্দৰ্ভত প্ৰকাশিত তালিকা সন্দৰ্ভত দলৰ এয়াই আনুষ্ঠানিক স্থিতি৷
বাংলা
0
0
30
1K
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
যাউতিযুগীয়া ৰংঘৰৰ বাকৰিত ৰাইজে সংকল্প ল'লে এক অসমৰ, ঐক্যবদ্ধ অসমৰ। অসমীয়া ৰাইজে জানে কিদৰে যুঁজৰ বাবে সাজিব লাগে অস্ত্ৰ। এই অস্ত্ৰৰ নামেই একতা, এই অস্ত্ৰৰ নৱৰূপ সমন্বয়, এই অস্ত্ৰৰ বাবেই আজি মুখে মুখে একেই কথা একেই সুৰ- 'এক অসম,ঐক্যবদ্ধ জনতা।'
বাংলা
0
4
30
1.3K
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
2/2; অসমৰ ঐতিহাসিক বীৰ বীৰছা মুণ্ডা, নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগতে গীতিকবিৰ প্ৰতিমূৰ্তিতো মাল্যাৰ্পণ কৰা হ'ব। এই যাত্ৰাত সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাতে কামনা কৰিলোঁ।
বাংলা
0
0
2
260
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
1/2: অসমৰ ইতিহাসপ্ৰসিদ্ধ ঠাই চৰাইদেউৰ পৰা এক অসম যাত্ৰাৰ চতুৰ্দশ দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব। জ্ঞানপীঠ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলিৰে এই যাত্ৰাৰ আশীষ লোৱা হ'ব। জাতি,ধৰ্ম,ভাষা,সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে ''এক অসম,ঐক্যবদ্ধ অসমীয়া''ৰ এই লক্ষ্যৰে আগবাঢ়িব।
Assam Jatiya Parishad tweet media
বাংলা
2
3
26
931
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
2/2: তাৰ পাছত এই পদযাত্ৰা শিৱদলত সমাপ্ত হ'ব। ইয়াৰ পাছতে নাজিৰাত উপস্থিত হৈ এক অসম যাত্ৰাৰ কাৰ্যসূচীত অংশ লব। #এক_অসম_যাত্ৰা
বাংলা
0
0
0
201
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
1/2: এক অসম যাত্ৰাৰ ত্ৰয়োদশ দিনৰ কাৰ্যসূচী ইতিহাসপ্ৰসিদ্ধ শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰংঘৰৰ পৰা আৰম্ভণি হ'ব। 'আমি অসমীয়া নহওঁ দুখীয়া' বিখ্যাত উক্তিৰ স্ৰষ্টা সাহিত্যৰথীৰ লগতে অসমীয়া ভাষা সাহিত্যৰ পুৰোধা ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব।
Assam Jatiya Parishad tweet media
বাংলা
1
0
10
423
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
এক অসম - ঐক্যবদ্ধ অসম
Assam Jatiya Parishad tweet media
বাংলা
0
0
23
1.3K
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
2/2: আমি আশা কৰা এক অসম,ঐক্যবদ্ধ অসমৰ বাস্তৱ ৰূপায়ণ হ'বলৈ লাগিব নগাঁওবাসীৰ সহযোগিতা। সকলো আহক, ঐক্যবদ্ধ হওঁ,পণ লওঁ এক অসমৰ #এক_অসম_যাত্ৰা
বাংলা
0
0
1
168
Assam Jatiya Parishad
Assam Jatiya Parishad@JatiyaParishad·
1/2: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বৰদোৱাৰ পৰা আৰম্ভ হ'ব এক অসম যাত্ৰাৰ দশম দিনৰ কাৰ্যসূচী। মহাপুৰুষজনাৰ তাত্ত্বিক বাক্য সাৰোগত কৰি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজক এই যাত্ৰাৰ লক্ষ্যই সামৰিব।
Assam Jatiya Parishad tweet media
বাংলা
1
2
25
977