Office of Jagadish Bhuyan

1.7K posts

Office of Jagadish Bhuyan banner
Office of Jagadish Bhuyan

Office of Jagadish Bhuyan

@OfficeOfJB

Office of the General Secretary, @jatiyaparishad. Former Minister, Govt. of Assam. RTs & likes are neither my views nor endorsements.

Assam, India Katılım Mart 2023
56 Takip Edilen1.4K Takipçiler
Sabitlenmiş Tweet
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
॥তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা ॥ ভাৰতীয় সেনাই ভুৱা এনকাউণ্টাৰৰ দ্বাৰা নৃশংসভাৱে হত্যা কৰা ডাঙৰীৰ ৫ জন যুৱকৰ পৰিয়ালে কালি পালে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ কালি নিশা মোৰ এখন যুঁজ সমাপ্ত হ’ল । এইখন যুঁজত আমি চাগে' আংশিকভাৱে জয়ী হলো, কাৰণ ভাৰত চৰকাৰে ক্ষতিপূৰণ দি যুৱককেইজন নিৰ্দোষী বুলি স্বীকাৰ কৰিলে ৷ সেইটো আমাৰ জয় ৷ কিন্তু হত্যাকাৰী সেনা বিষয়া কেইজনক শাস্তিৰ পৰা ৰেহাই দিলে, সেইবাবেই মই এই যুজঁৰ ফলাফলক আংশিক সফলতা বুলি কৈছো। যি কি নহওক, অৱশেষত সুদীৰ্ঘ ৩০ বছৰৰ পিছত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে মই কৰি থকা দীঘলীয়া যুঁজখনৰ শেষ পৃষ্ঠাৰ সমাপ্তি হ’ল ৷ আদালতৰ নিৰ্দেশ অনুসৰি দুৰ্ভগীয়া পৰিয়ালকেইটাৰ একাউন্টত কালি ৩১ জুলাই তাৰিখে ২০ লাখকৈ টকা জমা হ'ল ৷ মই বা আমি সফল হ’লো নে বিফল হ’লো নাজানো; কিন্তু আংশিক ন্যায় পালো। নিজৰ কোনো স্বাৰ্থ নোহোৱাকৈ কাৰোবাৰ বাবে দীঘলীয়া সময় যুঁজি থকাৰ অন্তত যেতিয়া যুঁজ খনৰ এটা সন্তোষজনক সমাপ্তি হয়, হৃদয়ত অনাবিল আনন্দ পোৱা যায়। ৩০ বছৰ পূৰ্বে ৫ জন নিৰীহ যুৱকক সেনা বাহিনীয়ে ঘৰৰ পৰা উঠাই নি সেনা শিবিৰত নৃশংস নিৰ্যাতন চলাইছিল। যুৱককেইজনৰ বাবে মই মহামান্য উচ্চ ন্যায়ালয়ত বন্দী প্ৰতক্ষীকৰণৰ আবেদন কৰিছিলো ৷ মহামান্য উচ্চ ন্যায়ালয়ে যুৱক কেইজনক নিকটৱৰ্তী দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিবলৈ সেনাক নিৰ্দেশ দিলে ৷ কিন্তু ইতিমধ্যেই যুৱককেইজনক নৃশংস ভাৱে নিৰ্যাতন চলোৱা হৈছিল ৷ সেই নিৰ্যাতন ইমান ভয়ঙ্কৰ আছিল যে কোনোবাজনৰ যদি চকু ফুটাই দিয়া হৈছিল , কোনোবাজনৰ আঁঠুৰ ঘিলা ভাঙি দিয়া হৈছিল ৷ আন কোনোবাজনৰ জিভা কাটি দিছিল ৷ গতিকে যুৱক কেউজনক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিব পৰা অৱস্থাত নাছিল বাবেই সেই ৫ জন যুৱকক ডিব্ৰু-ছৈখোৱা ৰাষ্চ্ৰীয় উদ্যানৰ মাজলৈ নি গুলিয়াই হত্যা কৰি উগ্ৰপন্থীৰ লগত এনকাউণ্টাৰ বুলি সেনাই ঘোষণা কৰিলে। সেয়া এক হৃদয়বিদাৰক ঘটনা। মই পুনৰ আদালতত লেখ আবেদন দাখিল কৰিলো ৷ তাৰ পিছত দীঘলীয়া পৰিক্ৰমা ৷ CBI তদন্ত, উচ্চতম ন্যায়ালয়,সেনাৰ ক'ৰ্ট মাৰ্শ্বেল ৷ তাৰ পিছত সূদীৰ্ঘ ২৯ বছৰৰ পিছত ন্যায়ালয়ে দিলে ক্ষতিপূৰণৰ নিৰ্দেশ আৰু ৩০ বছৰৰ পিছত কালি পৰিয়াল সমূহে পালে ২০ লাখ টকাকৈ ক্ষতিপূৰণ। মোৰ ৩০ বছৰীয়া দস্তাবেজৰ কালি নিশা শেষ পৃষ্ঠাৰ সমাপ্তি হ’ল । এই যুঁজখনৰ ফলাফলত নি:স্ব আৰু অখ্যাত কেইজনমান সাধাৰণ ভাবে জীৱন নিৰ্বাহ কৰা চকীদাৰ, নাৱৰীয়া আদিৰ দৰে সাহসী ব্যক্তিৰ অপৰিসীম ত্যাগ জড়িত আছে আৰু নৈতিকভাৱে দায়িত্ব ল’ব লগা বহু ডাঙৰ আৰু বিখ্যাত নেতা এই যুঁজ খনৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিল ৷ এই ৩০ বছৰত দায়িত্ব লব লগা সকলে মোক কেতিয়াও এবাৰো নুসুধিলে যে যুঁজখন কি পৰ্যায়ত আছে ! আদালতৰ ৰায়দানৰ পিছতো সেই সকলে মোক ফোন এটা কৰিও খবৰ ল’বলৈ বোধহয় আহৰি নাপালে। যি কি নহওক, যিকোনো সামাজিক ন্যায়ৰ যুঁজত সাধাৰণ লোকসকলেই সকলো ত্যাগ স্বীকাৰ কৰে আৰু নিৰাপদ দূৰত্বত থকা সকলে সকলো সুফল ভোগ কৰে। এই ৩০ বছৰীয়া যুঁজ খনত কি পালো বা কি হেৰুৱালো সেয়া বিচাৰৰ ভাৰ সময়ৰ হাতত দিলো ৷ কিন্তু এটা সফলতা নিশ্চিত ভাৱে হৈছে সেয়া হ’ল, ভবিষ্যতলৈ কোনো নিৰীহ ব্যক্তিক যদি ক্ষমতাৰ অপব্যৱহাৰ কৰি অন্যায় ভাৱে আৰক্ষী বা নিৰাপত্তা বাহিনীয়ে হত্যা কৰে, ইতিহাসৰ পুনৰাবৃত্তি হ’ব, আৰু কোনোবা জগদীশ ভূঞাই ৩০ বছৰ যুঁজি হ'লেও দোষীক শাস্তি দিবলৈ সক্ষম হ’ব । এয়াই আমাৰ দেশৰ গণতন্ত্ৰৰ মাদকতা ৷ পলম হ'লেও যুঁজি থাকিলে এদিন ন্যায় পোৱা যায়। এই যুঁজখনত মোক সহায় কৰা প্ৰতিজনকে হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো ৷ যদিও সেই সকলৰ সৰহসংখ্যকৰেই মোৰ এই প'ষ্ট চাব পৰা ফোন নাই গতিকে সেইসকলে নাজানিব মই যে কৃতজ্ঞতা জনাইছো সেইবাবেই মই সেই সকলৰ ঘৰলৈ গৈ এদিন কৃতজ্ঞতা জনাম। আনন্দ আৰু বেদনা সংমিশ্রিত হৃদয়ৰে ৩০ বছৰীয়া তেজেধোৱা বুৰঞ্জীৰ পৃষ্ঠাবোৰ আজৰি সময়ত মনত পেলাম। মোৰ জীৱন যাত্ৰাৰ সফলতা আৰু বিফলতাৰ ওখোৰা মোখোৰা পথত এই পৃষ্ঠা সমূহ সদায় সংপৃক্ত হৈ ৰ’ব। পৰিশেষত,এই যুঁজৰ অন্যতম সেনাপতি সকল অধিবক্তা সৰ্বশ্রী অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰনাৱনন্দ পাঠক, কমলনয়ন চৌধুৰী আৰু পৰী বৰ্মন বাইদেউ,মৰোনোত্তৰ পৰীক্ষা কৰা ডা০মহন্ত, সেই সময়ৰ অতিৰিক্ত উপায়ুক্ত পি কে গোস্বামী,সেই সময়ৰ ডুমডমাৰ ৰাজহ চক্ৰ বিষয়া নিৰঞ্জন বৰুৱা, তালাপ আৰক্ষী চকীৰ সেইসময়ৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক গোস্বামী,এই সকলোকে আজি মই হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো। আৰু এজনক কৃতজ্ঞতা নজনালে মোক পাপে চুব, সেইজন হ’ল সেই সময়ৰ তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক প্ৰয়াত আৰ কে সিং আৰু কৃতজ্ঞতা জনাইছো ক'ৰ্ট মাৰ্শ্বেলৰ সময়ত অভিযোগকাৰীৰ পক্ষত ঠিয় দিয়া অধিবক্তা মেজৰ কৰণ সিং । তালাপৰ সংবাদকৰ্মী নিৰ্মল বৰা আৰু ছাত্ৰ কৰ্মী পুহেশ্বৰ সোনোৱালে এই দিঘলীয়া সময়ত মোৰ পৰা মোকৰ্দমাৰ বিষয়ে প্ৰায়েই খবৰ কৰিছিল, তেওঁলোক দুজনকো ধন্যবাদ জনালো।
Office of Jagadish Bhuyan tweet mediaOffice of Jagadish Bhuyan tweet mediaOffice of Jagadish Bhuyan tweet mediaOffice of Jagadish Bhuyan tweet media
বাংলা
27
43
256
14.3K
Office of Jagadish Bhuyan
জনতাৰ এই ৰায়দানৰ পৰা আমি সকলো বিৰোধী দলে বহু কথাৰ নিৰ্মোহ বিশ্লেষণ কৰিব পাৰিব লাগিব। EVMত দৃষ্টি নিক্ষেপ কৰি থাকিলে আমি নিজৰ ভুলসমূহৰ কেতিয়াও সঠিক বিশ্লেষণ কৰিব নোৱাৰিম। আমাৰ দলেও কৰিব লগা বহু কাম আমি কৰা নাছিলো, সেই ব্যৰ্থতাৰ দায়িত্ব আমি নেতৃত্বই স্বীকাৰ কৰো আৰু আহিব লগা দিনত এই ত্ৰুটি সমূহ সংস্কাৰৰ বাবেও চেষ্টা কৰিম। ১) বিজেপি দলৰ সংগঠন তৃণমূললৈ সু-সংগঠিত সেই সত্য আমি স্বীকাৰ কৰি ল'বই লাগিব। বিজেপিৰ এই সংগঠন এদিনৰ ফলশ্রুতি নহয়, এয়া ১৯২৫ চনত জন্মলাভ কৰা RSSৰ ১০০ বছৰীয়া ত্যাগ আৰু কষ্টৰ ফল। ২) জনসমাগম আৰু আবেগ ১০০% ভোটলৈ পৰিৱৰ্তন হ’ব বুলি ভাবি ল'ব নালাগে। ৩) দলৰ সংগঠন তৃণমূললৈ শক্তিশালী কৰিব নোৱাৰিলে নিৰ্বাচনত জয়লাভ কৰাতো কঠিন। ৪) আজি-কালি গৰিষ্ঠসংখ্যক ভোটাৰ ৰাইজে দল আৰু প্ৰতীক চাই ভোট দিয়ে, প্ৰাৰ্থীৰ যোগ্যতা বিশ্লেষণ নকৰে সেইবাবেই দলৰ সংগঠন প্ৰতিটো পৰিয়াললৈ সম্প্ৰসাৰণ কৰিবলৈ দলসমূহে নিৰন্তৰ প্ৰয়াস কৰিবই লাগিব। ৫) চৰকাৰৰ জনবিৰোধী কাম সমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাত আমি সফল নহ’লো। ৬) আমাৰ দলে নিজৰ ভুলসমুহৰ নিৰ্মোহ বিশ্লেষণ কৰিম, অন্য দল সমূহেও কৰিব বুলি আশা কৰিলো। এইখিনি মোৰ ব্যক্তিগত অনুভৱ।
বাংলা
11
1
69
3.5K
Office of Jagadish Bhuyan
এয়া ২০১৪, ২০১৬ বা ২০২১ ৰ নিৰ্বাচন নহয়; এয়া ২০২৬ চনৰ নিৰ্বাচন। —————————————————— # ২০২১ চনত বিৰোধী বহুধাবিভক্ত আছিল, কিন্তু বিজেপিৰ মিত্ৰতা সংঘবদ্ধ আছিল, বুথলৈকে ভোট Transfer হৈছিল। ২০২৬ চনত বিৰোধী সংঘবদ্ধ হৈছে, বুথ পৰ্যায়লৈকে ভোট Transfer হৈছে, কিন্তু বিজেপিৰ মিত্ৰতা সু-সংঘবদ্ধ হোৱা নাই; সকলোতে চিপৰাঙে ক্ৰিয়া কৰিছে। # এইবাৰৰ নিৰ্বাচন কেৱল ৪০ লাখ মহিলা হিতাধিকাৰীয়ে নিৰ্ণয় নকৰে,হিতাধিকাৰী আচনিত অন্তৰ্ভূক্ত নোহোৱা ৮০ লাখ মহিলা আৰু ৭০ লাখ যুৱ প্ৰজন্মৰ ভোটাৰেও নিৰ্ণয় কৰিব। # ২০২১ চনত সংখ্যালঘু ৰাইজৰ ভোট বিভাজন হৈছিল, কিন্তু এইবাৰ ২৪ টা সমষ্টিত সংখ্যালঘু ৰাইজ একত্ৰিতভাৱে বিৰোধী পক্ষৰ লগত আছে। আমাৰ দেশত ধাৰাবাহিকভাৱে হোৱা যোৱা ১০টা নিৰ্বাচনত ৫৭% Exit poll বিফল হৈছে; এইবাৰ অসমত Exit poll চূড়ান্তভাৱে বিফল হ’ব, কাৰণ এইবাৰৰ নিৰ্বাচন মনস্তাত্বিক হে হৈছে, অংক নহয়। এইবাৰ Exit poll ৰ অংক জংক- পংক হ’ব; ৪ মে’লৈ অপেক্ষা কৰক।
বাংলা
3
5
27
1.1K
Office of Jagadish Bhuyan
এইবাৰ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বানুমান যোগ-বিয়োগ,পূৰণ-হৰণ কৰি উলিয়াব নোৱাৰিব! এইবাৰ লাগিব মনস্তাত্বিক বিশ্লেষণ! ৪ মে’ লৈ অপেক্ষা কৰক-
বাংলা
1
0
22
486
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
কথা একেখিনিয়েই, ঠাই বেলেগ। ভুৱা প্ৰতিশ্ৰুতিৰ বন্যা আৰু কিমান বোৱাব?
বাংলা
1
4
12
227
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
A torrent of BJP pledges has hit West Bengal’s election campaign trail. They’ve set deadlines and made grand promises: • May 5: The "deadline" for all Bangladeshis to leave. • May 4: The "surrender date" for those in syndicates. • The Big Claim: A "flood of development" if they assume power. Before Bengal believes the hype, let’s look at Assam—where the BJP has been running this exact script since 2014. The people of Assam trusted them. Now, we ask the tough questions: 1️⃣ The "Expulsion" Myth: How many Bangladeshis have actually been expelled from Assam in the last 12 years of BJP rule? The numbers don’t match the rhetoric. 2️⃣ The "Syndicate" Hub: Far from surrendering, Assam has become a playground for "black syndicates." From coal, timber, and stone to cattle, eggs, and fish—the kingpins are thriving. How many have actually laid down their arms? 3️⃣ The "Flood" of (Real) Water: In the "Smart City" of Guwahati, 15 minutes of rain turns main roads into rivers requiring boats. As of today, after 60 hours, Guwahati remains submerged. Is this the "flood of development" promised to Bengal? 🛶 The Verdict: The people of West Bengal are discerning, intellectual, and proud. We see through these recycled ploys. We don’t need a "development model" that results in waterlogged cities and unchecked syndicates. Bengal will not be taken in. 🚫 @AITCofficial @MamataOfficial @MahuaMoitra @sayani_ghosh #WestBengalElections #BengalElection2026 #GuwahatiFloods #TMC #JagoBangla #BengalRejectsBJP
English
0
3
3
101
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
Heartfelt congratulations to Pradyot Bikram Manikya Deb Barma and the entire TIPRA Motha team on their massive victory in the TTAADC elections! The people of Tripura have won. They’ve sent a powerful message to the entire nation. Winning 24 out of 28 seats is a powerful testament to the strength of regional aspirations and indigenous unity in Tripura. This landslide victory stands as a true inspiration for all regional political parties across India, proving that dedicated, people-centric politics can triumph and protect local identity and interests. Wishing Pradyot Bhai and TIPRA Motha all the best as they continue to serve the people of Tripura! @PradyotManikya @tipra_official #TIPRAMotha #PradyotBikramManikya #TTAADC #Tripura #RegionalPolitics #NortheastIndia
Office of Jagadish Bhuyan tweet media
English
1
3
13
841
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
হিন্দী বলয়ৰ প্ৰভুত্ব বৃদ্ধি কৰি উত্তৰ-পূৰ্বাঞ্চল আৰু দক্ষিণ ভাৰতৰ ৰাজনৈতিক অস্তিত্ব নি:শেষ কৰিব বিচৰা বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ সংসদত উফৰি গ’ল। সন্মিলিত বিৰোধীয়ে গ্ৰহণ কৰা স্থিতিক অভিনন্দন জনালোঁ। আমাৰ দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ গৰিমা নি:শেষ কৰি কেৱল হিন্দী বলয়ৰ প্ৰভুত্ব বিস্তাৰ কৰি বিজেপিয়ে দিল্লীত নিজৰ দখল স্থায়ী কৰাৰ বাবে কৰা ষড়যন্ত্ৰ উফৰাই দেশৰ বিৰোধী দল সমূহে প্রদৰ্শন কৰা ঐক্যবদ্ধ শক্তিয়ে দেশবাসীলৈ নতুন আশা কঢ়িয়াই আনিলে । ফেচিষ্ট চৰকাৰখনৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামৰ এয়াই শুভ আৰম্ভনি হওক ।
Office of Jagadish Bhuyan tweet media
বাংলা
0
2
3
214
Office of Jagadish Bhuyan retweetledi
Shaheen Ahmed
Shaheen Ahmed@Aakori_Baakori·
Educated, a woman, simple, intelligent, sincere, non opportunist and connected to my roots, ie, Lakhtokia - parameters that are important for me. Hands down Kunki Chowdhury wins my vote and I want every Khilonjiya or Indigenous Axomiya to vote for this shining star. 1
Shaheen Ahmed tweet media
English
18
4
51
1.1K
Dr Kamal Krishna Nath
Dr Kamal Krishna Nath@Drkknath·
@OfficeOfJB আপোনালৈ শুভেচ্ছা। ৰাইজৰ আৰ্শীবাদে আপোনাক এইবাৰ জয়ী কৰিব বুলি আমি আশাবাদী। সুস্থ, সবল আৰু প্ৰগতিশীল জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ আমি সপক্ষে আছোঁ।
বাংলা
1
0
4
32
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
১৫ মিনিটৰ এজাক সাধাৰণ বৰষুণৰ ফলশ্রুতি এয়া 👇। এই মুহূর্তত অসমৰ ৰাজধানীৰ এয়াই প্ৰতিচ্ছবি।
Office of Jagadish Bhuyan tweet mediaOffice of Jagadish Bhuyan tweet mediaOffice of Jagadish Bhuyan tweet media
বাংলা
8
2
45
1.5K
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
আজমলৰ ভয় দেখুৱাই অচিনাকি মানুহৰ ভয় দেখুৱাই অসমীয়া মানুহক বুৰ্বক সজাই ব্লেক মেইলিং কৰি ক্ষমতালৈ অহা বিজেপিয়ে আজমলৰ দলৰ অচিনাকী বিধায়কৰ সহায় লৈ ৰাজ্যসভালৈ মিত্ৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰি সুবিধাবাদৰ সকলো সীমা অতিক্ৰম কৰিলে …… ! AIUDF ৰ অচিনাকী বিধায়কৰ লগত বন্ধুত্ব কৰি বিজেপি নেতৃত্বাধীন NDAৰ প্ৰাৰ্থীয়ে ৰাজ্যসভাৰ মনোনয়ন দিয়াৰ দৃশ্য এয়া 👇 । এইবাৰৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই ডিঙিৰ শিৰ ফুলাই ফুলাই কি ভয় দেখুৱাব বাৰু ? মিঞা, আজমল, মোগল, অচিনাকী আদি শব্দ সমূহ এইবাৰ নচলিব । হিমন্ত বিশ্ব শৰ্মাই বন্ধু বুলি ভবা নিজৰ চিনাকী মানুহবোৰ অসমবাসীৰ বাবে অচিনাকী কিয় হ’ব লাগে ? ক্ষমতাৰ বাবে বিজেপি দলে আৰু কিমান তললৈ নামিব ? ভণ্ডামি আৰু নিৰ্লজ্জতাৰো সীমা থকা উচিত ! “বিজেপি আজমল ভাই ভাই ……”
Office of Jagadish Bhuyan tweet media
বাংলা
10
3
29
1K
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
The recent racist abuse of three young women from Arunachal Pradesh in Delhi’s Malviya Nagar is heartbreaking and unacceptable. What started as a petty dispute over AC drilling dust turned into vile racial slurs, sexist insults, false accusations about their character (“massage parlour”, “sell momos”, “gutter chaap”), and degrading attacks on their Northeast identity. No one deserves this humiliation. No Indian should face hate in their own country because of how they look or where they’re from. This isn’t isolated—stereotypes, mockery, and discrimination against Northeast people persist far too often. It must stop. We can’t brush it off as a “small fight.” Hateful words wound deeply and fuel division. Stand against racism everywhere—call it out, support victims, demand justice and accountability. India’s true strength is our diversity. Let’s protect it, not tear it down. Enough is enough. @himantabiswa @PemaKhanduBJP @SangmaConrad @Neiphiu_Rio #StandWithNortheast #EndRacismNow #NoMoreSilence #DelhiRacism
English
0
2
11
485
Zinc-E
Zinc-E@45merchandised_·
@OfficeOfJB Are you tryiing to portray to the world that AJP and INC are having a personal rift?
English
1
0
0
67
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
As border states sharing the India-China frontier, Assam and Arunachal hold immense strategic importance from a defense perspective. In this regard, today’s addition of warplane (fighter aircraft) landing capabilities on the national highway in Dibrugarh district is undoubtedly a significant and decisive enhancement for defense preparedness. We will always extend our full support to every plan and initiative undertaken to protect our nation’s sovereignty, territorial integrity, and national security. We warmly welcome this important step taken in the field of defense. For us, the nation’s interest always comes first. 🇮🇳
Office of Jagadish Bhuyan tweet mediaOffice of Jagadish Bhuyan tweet media
English
2
1
24
947