Basanta Deka

553 posts

Basanta Deka banner
Basanta Deka

Basanta Deka

@basantadeka21

Physics teacher and political activist. Author of The Universe and God; and The Design, The Betrayal, The Assam Movement among others.

Guwahati, Assam Katılım Nisan 2021
58 Takip Edilen1.5K Takipçiler
Basanta Deka
Basanta Deka@basantadeka21·
Guardians dear, open your eyes to please admit your child in vernacular medium schools despite visible shortcomings. Kids will learn and see more of life and Nature than half-baked things. Kids need fertile soil only to flourish. They don't need smart dress and English 1/2
English
1
0
2
151
Basanta Deka retweetledi
Ved_Borah 🌾
Ved_Borah 🌾@VedBorah·
মৰ্কেটত এইবাৰ নতুন আইটেম 🥳 @OfficeOfJB FB পোষ্ট
Ved_Borah 🌾 tweet media
বাংলা
0
3
16
447
Basanta Deka retweetledi
Dr Ranjan
Dr Ranjan@DocRGM·
Modi as Gujarat CM had declared that Petroleum was discovered in Gujarat in 2005, CAG found that 21,000 Cr was spent by Gujarat Govt & not one tea spoon of OIL was found!! Now again Modi Govt is claiming they have found OIL reserves in Andaman. Don't be surprised if it's a scam.
English
345
4.2K
12.5K
681.8K
Basanta Deka retweetledi
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে অস্ত্ৰ প্ৰদান কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। 😡 খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে - • অসম চুক্তিৰ ৫ নং দফা অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ব্যৱস্থা কৰক। • অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰক। • ইনাৰ লাইন পাৰ্মিট (ILP) প্ৰৱৰ্তন কৰক। • মুক্ত সীমান্ত সম্পূৰ্ণ বন্ধ কৰক। আৰু কি লাগে? যদি সুৰক্ষা দিব লাগে, এই ব্যৱস্থাবোৰৰ দ্বাৰা সুৰক্ষা দিয়ক। বন্দুকৰ দ্বাৰা জাতিৰ সুৰক্ষা নহয়, বিনাশ হ’ব! 😞 #অসম_চুক্তি #খিলঞ্জীয়া_সুৰক্ষা
বাংলা
1
2
26
877
Basanta Deka retweetledi
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
শংকৰ জ্যোতি বৰুৱাৰ হেণ্ডকাফ আৰু জাতীয় স্বাভিমান - ****************************************** শংকৰ জ্যোতি বৰুৱাৰ হাতত হেণ্ডকাফ দেখি স্বাভাৱিকতে সকলোৱে কষ্ট পাইছে। শংকৰে যদি কিবা বেআইনী কাম কৰিছে, তেন্তে আইনে শাস্তি দিয়ক, কিন্তু এজন দাগী অপৰাধীৰ দৰে হেণ্ডকাফ কিয় লগাইছে, সেইটোৱে সকলোৰে প্ৰশ্ন আৰু আমাৰো প্ৰশ্ন। শংকৰ জ্যোতি বৰুৱাৰ ঘটনা বিক্ষিপ্ত ঘটনা নহয়, বিজেপিৰ শাসনকালত পূৰ্বতেও এনে বহু ঘটনা সংঘটিত হৈছে আৰু ভৱিষ্যতলৈও হ’ব। কিন্তু এনেধৰণৰ ঘটনাত যি ধৰণৰ প্ৰতিবাদ হ’ব লাগিছিল, পূৰ্বতে সেই ধৰণৰ প্ৰতিবাদ নোহোৱাৰ বাবেই এনে ঘটনাসমূহ সংঘটিত হৈয়েই আছে। কেইটামান গুৰুত্বপূৰ্ণ কথা আমি সকলোৱে জনাৰ লগতে মনত ৰখাও ভাল হ’ব যে - ১) যি সকলে শংকৰৰ হাতৰ হেণ্ডকাফে জাতীয় স্বাভিমানত আঘাট কৰা বুলি ভাবিছে, সেই সকলে এইটোও জানিব লাগিব যে বিজেপি দল আৰু চৰকাৰ অসমীয়া জাতীয়তাবাদক শক্তিশালী কৰিবলৈ শাসনত বহা নাই, বিজেপি দল আৰু চৰকাৰে হিন্দী, হিন্দু আৰু হিন্দুস্তান শক্তিশালী কৰিবলৈহে শাসনত বহিছে, গতিকে তেওঁলোকৰ লক্ষ্য প্ৰাপ্তিৰ বাবে জাতীয়তাবাদক দুৰ্বল কৰিবই লাগিব। সেয়েহে শংকৰৰ ঘটনা বিক্ষিপ্ত, প্ৰথম বা শেষ ঘটনা নহয়। এনে বহু ঘটনা পূৰ্বতেও ঘটিছিল আৰু ভৱিষ্যতলৈও ঘটিব। এই সত্যটো সকলোৱে জানিব লাগিব। মই আৰু আমাৰ দলৰ সতীৰ্থসকলে এই সত্য জানো বাবেই আমি দিনে-নিশাই বিজেপিক শাসনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আছো। ২) আজি শংকৰ জ্যোতি বৰুৱাৰ হাতৰ হেণ্ডকাফে আমাৰ যি সকলৰ হৃদয় জোকাৰি গৈছে, আমি সকলোৱে (শংকৰ জ্যোতি বৰুৱা সহ) আজিয়েই সংকল্প ল’ব লাগে যে আমি কোনো কাৰণতেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ’লেও বিজেপি দলক ভৱিষ্যতৰ নিৰ্বাচনত সহায় নকৰোঁ আৰু কোনো কাৰণতেই বিজেপি দলত যোগদান নকৰো। অন্যথা, ভৱিষ্যতলৈ আৰু বহু শংকৰৰ জীৱনলৈ এই দুৰ্যোগ আহিব। শংকৰৰ হেণ্ডকাফে আমাৰ জাতীয় স্বাভিমানৰ ভেটি প্ৰকৃতাৰ্থত শক্তিশালী কৰক। ৩) একে সময়ত এইটোও কৈ থোৱা ভাল হ’ব যে, কেৱল অনা-অসমীয়াক গালি-গালাজ কৰাই জাতীয়তাবাদ নহয়। প্ৰকৃত জাতীয়তাবাদৰ বাবে সু-নিৰ্দিষ্ট জাতীয় দৰ্শন, বিজ্ঞানসন্মত আৰু সু-সংহত ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিকল্পনা লাগিব। অসমত স্থায়ীভাৱে বসবাস কৰি অসমক মাতৃভূমি বুলি ভবা বহু অনা-অসমীয়া লোক আছে আৰু সেই সকলৰ বহুতেই নিজকে অসমীয়া বুলি কৈ গৌৰৱবোধ কৰে, সেই সকলেও সামাজিক আৰু ৰাজনৈতিক সুৰক্ষা পাব লাগিব যাতে জাতীয়তাবাদৰ ধ্বনিয়ে তেওঁলোকক আতংকিত নকৰে। ৪) আজি যি সকলে শংকৰ জ্যোতি বৰুৱাৰ ঘটনাক বিক্ষিপ্ত ঘটনা বুলি মৌন হৈ আছে, সেই সকলোৱে জানিব লাগিব যে, বালীলৈ যি পাত কাড়, বিজেপিৰ স্বাৰ্থ পূৰণ নহ’লে, সুগ্ৰীৱলৈও সেই একে পাত কাড় সাজু হৈ আছে। ৫) মুখ্যমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীলৈকে যিসকলে শংকৰৰ হেণ্ডকাফ কাণ্ডত কষ্ট পোৱা বুলি কৈছে, সেই সকলৰ নাটকত কোনেও বিশ্বাস নকৰিব, কাৰণ ৰাজনৈতিক নিৰ্দেশ নাথাকিলে কোনো উপ-পৰিদৰ্শক, পৰিদৰ্শক বা আৰক্ষী অধীক্ষকে শংকৰ জ্যোতি বৰুৱা পৰ্যায়ৰ নেতা এজনক হেণ্ডকাফ লগোৱাৰ কাম নকৰে বা তেনে কথা ভাবিবও নোৱাৰে। ৬) অসমত বহু দাগী অপৰাধীয়ে অসম আৰক্ষীৰ পৰা নিৰাপত্তাৰক্ষী লৈ বাধাহীনভাৱে চোৰাং ব্যৱসায় চলাই আছে। প্ৰচাৰ হৈ থকা ভিডিঅ’ত দেখা অনুসৰি, শংকৰ জ্যোতি বৰুৱাই কোনো ব্যক্তিক মাৰধৰ কৰা নাছিল, গতিকে যদি মাৰধৰ কৰা কোনোবাৰ সংগীহে আছিল, তেনেক্ষেত্ৰতো শংকৰে হেণ্ডকাফ লগাবলগীয়া অপৰাধ নিশ্চয় কৰা নাছিল। অসমত যি সকলে কণী, মাছ, কাঠ, গৰু, শিল, বালি আৰু কয়লাৰ অৱৈধ চিন্ডিকেট মুক্তভাৱে চলাই আছে, যি সকলে ৰাইজৰ ধন নিৰ্বিবাদে লুণ্ঠন কৰি আছে, সেই সকলোতকৈ শংকৰ ডাঙৰ অপৰাধী নেকি? এইটো এটা ৰাজনৈতিক পৃষ্ঠভূমিত হোৱা ঘটনা, গতিকে ইয়াক ৰাজনৈতিকভাৱেই সমাধান কৰিব লাগিব। সমাধানৰ এটাই পথ আৰু সেয়া হ’ল বিজেপিক শাসনৰ পৰা আঁতৰ কৰা। এই সত্যকেই স্বাভিমানী প্ৰতিজন অসমীয়াই আৰু সকলো জাতীয় দল আৰু সংগঠনে মনত ৰাখিলেহে অসমীয়াৰ স্বাভিমান সুৰক্ষিত হ’ব। অন্যথা, আজি স্বাভিমানত আঘাট কৰা বুলি ভবা সকলৰ এজনেও যদি অহা দিনত বিজেপিক সহায় কৰে, তেন্তে বিজেপিহে সকলোতকৈ অধিক লাভৱান হ’ব। এই দিশসমূহ সকলোৱে মনত ৰখা ভাল। এই সমূহ মোৰ নিত্বান্তই ব্যক্তিগত অনুভৱ। কাৰোবাৰ দৃষ্টিত শুদ্ধ নহ’ব পাৰে কিন্তু মোৰ দৃষ্টিত শুদ্ধ। জ্যেষ্ঠ সাংবাদিক মনোজ দাদাই প্ৰথম এই হেণ্ডকাফ বিষয়ত সামাজিক মাধ্যমত পষ্ট দিয়া দেখিছিলো, মনোজ দাদালৈও এইচেগতে ধন্যবাদ জনালো।🙏
বাংলা
5
5
42
1.8K
Basanta Deka
Basanta Deka@basantadeka21·
@sabeer I think possible. Please build on your own. Demonstrate to parties. Let ECI brains find fault. Let's take it positively. So, repeat, build on your own first.
English
0
0
0
23
Sabeer Bhatia
Sabeer Bhatia@sabeer·
Everything has become an app—food, transport, banking, shopping, even relationships. Why not elections? It’s time the world’s largest democracy leads with a secure voting app. If ModiJi is ready, I’m ready to build it. India could export it to the world and earn billions.
English
187
108
633
35K
Basanta Deka
Basanta Deka@basantadeka21·
Treating education as business will absolutely harm our heritage of independent thinking. Erosion of our civilizational values wouldn't take much time to manifest. Highly centralised systems are the surest path to finally weaken our vast country. In education, the government 3/4
English
1
0
0
128
Basanta Deka
Basanta Deka@basantadeka21·
Full autonomy should be restored to all the institutions of higher learning and the school boards across the country in matters of framing of syllabus and curriculum, examination pattern, academic session, preparation of text books and recruitment policy, etc. The present 1/4
English
1
0
0
154
Basanta Deka
Basanta Deka@basantadeka21·
among the experts regarding foundation height, fragility of soil and level of seismic history at the site. The appeal is to save countless lives and immeasurable property should worst fears which surfaced among the experts come true. @PMOIndia #NHPC @RahulGandhi 2/3
English
1
0
2
195
Basanta Deka
Basanta Deka@basantadeka21·
Another significant earthquake at a place beyond NE region. The region is shaking repeatedly. The commissioning of NHPC Lower Subansiri Dam should be postponed indefinitely. The scientists are expecting a major earthquake in the larger region. There were vital differences 1/3
English
1
0
3
227
Basanta Deka
Basanta Deka@basantadeka21·
Sweden has gone back to the golden path of teaching and learning by abandoning digital classrooms. Creativity, originality and research declined for students and teachers due to digital dependence. It encouraged copy pasting, repetition and boredom. Sweden has saved its (2)
English
1
1
5
339
Basanta Deka retweetledi
Diganta Borah
Diganta Borah@Diganta82288504·
বিজেপি চৰকাৰে কিহৰ অংকত মেডিকেল কলেজবোৰ বনাই থৈছে? বৰ্তমান ৰাজ্যৰ কেইখন মেডিকেল কলেজত হৃদৰোগ, যকৃত, বৃক্ক, স্নায়ুৰোগৰ চিকিৎসা কৰিবলৈ চিকিৎসক আছে? তিনিচুকীয়া মেডিকেল কলেজত হৃদৰোগৰ চিকিৎসা কিয় নহয়? বাহিৰে ৰংছঙীয়া ভিতৰি কোৱাভাতুৰীৰ দৰেই হৈছে বিজেপি চৰকাৰ।
বাংলা
2
2
48
1.8K
Basanta Deka retweetledi
Ved_Borah 🌾
Ved_Borah 🌾@VedBorah·
"অসমৰ ভূগৰ্ভৰ সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ লুণ্ঠন চলি আছে। প্ৰতিৰোধ কৰিবলৈ ঐক্যবদ্ধ আৰু শক্তিশালী কণ্ঠৰ প্ৰয়োজন আছে। জাতীয় শক্তি সমূহ আগুৱাই আহক এয়া আমাৰ জাতীয় দায়বদ্ধতা।" - @OfficeOfJB
বাংলা
1
5
40
938
Basanta Deka retweetledi
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
আজিৰ দৈনিক অসমৰ বাতৰি - বিজেপিৰ শাসন কালত ২০১৫ চনৰ পৰা ২০২৪ চনলৈ - “দেশত ভয়ংকৰ আৰ্থিক অসমতা”
Office of Jagadish Bhuyan tweet media
বাংলা
1
2
18
624
Basanta Deka retweetledi
Lurinjyoti Gogoi
Lurinjyoti Gogoi@lurinjtgogoi·
অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক দুলদুল বৰকটকী ডাঙৰীয়াৰ দেহাৱসানত মৰ্মাহত হৈছোঁ। এগৰাকী আপোন ককাইদেউক হেৰুৱাই বাকৰুদ্ধ হৈ পৰিছোঁ৷ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অসম জাতীয় পৰিষদলৈ এই পৰিক্ৰমাটোত তেখেত আমাৰ অভিভাৱকৰ দৰে আছিল। আন্তৰিকতা আৰু জাতীয় দায়বদ্ধতাৰে তেখেতে আমাৰ সৈতে হাতে-হাত মিলাই খোজ খোজ দি ভৱিষ্যতৰ এখন স্বাভিমানী অসমৰ সপোন দেখিছিল। দুলদুল বৰকটকী ডাঙৰীয়াৰ বিয়োগ অসম জাতীয় পৰিষদৰ বাবে বৃহৎ ক্ষতি। বৃহত্তৰ বিশ্বনাথ অঞ্চলৰ বাবেও তেখেতৰ বিয়োগ অপূৰণীয় ক্ষতি হৈ ৰ’ব। তৃণমূল পৰ্যায়ত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল তেখেতে। আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে আমি চলাই থকা সংগ্ৰামখনৰ এগৰাকী সহযোদ্ধাক হেৰুৱাই দলৰ প্ৰতিগৰাকী সতীৰ্থ মৰ্মাহত। দুলদুলদাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে, শোকাকুল পৰিয়ালবৰ্গলৈ সমবেদনা যাচিছোঁ। অসম জাতীয় পৰিষদৰ প্ৰতি তেখেতে আগবঢ়াই যোৱা অৱদান আৰু জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে তেখেতে কৰা ত্যাগক আমি সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিম। আপুনি বৰ সোনকালেই গুচি গ’ল দুলদুলদা! বৰ দুখ দি গুচি গ’ল আপুনি। য’তে আছে শান্তিত থাকক!
Lurinjyoti Gogoi tweet media
বাংলা
7
3
51
1.8K