bharat regon
34 posts

bharat regon
@Regon401
✈️ Travel ✍️ Writer govt employee 💼


#8pm : #Election2026 Visited eighteen villages contacting people from Forty two booths today. In the evening attended Khumtai LAC election management committee meeting with Sri Om Prakash Chaudhary Hon'ble Finance Minister of Chattisgarh and Sri Bhavya Bishnoi Hon'ble Ex-MLA Adampur,Hariyana. আজি ১৮ খন গাঁৱত উপস্থিত হৈ ৪২ টা ভোট কেন্দ্ৰৰ ৰাইজৰ সৈতে মত বিনিময় কৰোঁ। মই সকলো স্থানতে দুটাই প্ৰশ্ন কৰিলোঁ — ১) মই কিবা ক'ব লাগিব নেকি? সকলো স্থানতে উত্তৰ আহিল নালাগে, নালাগে। ২) আপোনালোকে মোক কিবা ক'ব নেকি? বেছিভাগ স্থানতে উত্তৰ আহিল ক'ব লগা নাই, নকওঁ। মাত্ৰ আপোনাক আশীৰ্বাদ দিছোঁ। কেইটামান স্থানত কিছু অভাৱ-অভিযোগৰ বিষয়ে ব্যক্ত কৰে। এটা স্থানতো বক্তৃতা নিদিয়াকৈ দিনটো পাৰ হ'ল। সন্ধিয়া ৭ বজাত সমষ্টি নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠকত উপস্থিত থাকোঁ। @OPChoudhary_Ind @bbhavyabishnoi






















