Jintee Das

186 posts

Jintee Das

Jintee Das

@das_jintee

Life is very beautiful

Katılım Ağustos 2020
24 Takip Edilen15 Takipçiler
Jintee Das
Jintee Das@das_jintee·
Sᴜᴍɪᴛᴀ ᴅᴀs🇮🇳@sumidas198

@CMOfficeAssam @himantabiswa Sir, প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি #বিদেশী ন্যায়াধীকৰণৰ #১৬০০ নিৰ্বাচিত প্ৰাৰ্থীয়ে যোৱা প্ৰায় ১৯ মাহ ধৰি নিবনুৱা হয় আছো। গতিকে মহোদয়ে অতি শীঘ্ৰে আমাক নিযুক্তি দি ন্যায় প্ৰদান কৰে যেন। #Release_FT_Appointment. @AjantaNeog

QME
0
0
0
0
Jintee Das
Jintee Das@das_jintee·
PBorah@piyanjol

@CMOfficeAssam @sarbanandsonwal @RanjeetkrDass @doley_naba #FT_Appointment_Assam #Assam_FT_Appointment কৰনা মহামাৰীৰ ৬ মাহ আগতেই বিদেশী ন্যায়ধীকৰণত বাছনিভুক্ত ১৬০০ যুবক যুৱতীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰক।

QME
0
0
0
0
Jintee Das
Jintee Das@das_jintee·
PARAG CHETRY@Paragchettry

@sarbanandsonwal @CMOfficeAssam মহাশয় সন্মান পূৰ্বক জনাও যে আমাৰ পৰীক্ষা আপোনালোকে অনুষ্ঠিত কৰিছিল,বাচনিও আপোনালোকে কৰিলে ।এতিয়া ১২ মাহ ওকলিল। অতি সাধাৰণ প্ৰশ্ন আমাৰ চাকৰিৰ কি হব?সেয়া জনৰো আমাৰ অধিকাৰ নাই নে? আমাক কিয় এনে অন্যাই কৰা হৈছে?আমাৰ ভুলটো কি? #FT_Appointment_Assam

QME
0
0
0
0
Jintee Das
Jintee Das@das_jintee·
PARAG CHETRY@Paragchettry

@sarbanandsonwal @CMOfficeAssamমহাশয় আপোনাৰ বিভাগৰ এনে একমাত্ৰ পৰীক্ষা যিটো সম্পূৰ্ণ স্বছ আৰু নিকা ভাবে হৈছিল আৰু আদালত ৰ মেৰপাচত সুমুৱা নাছিল । কিন্তু দুৰ্ভাগ্যবশতঃ সেয়াও বিনা নিযুক্তিত ১২ মাহ পাৰ হবলে হল। আপোনাৰ বিভাগত কিয় এনে হেমাহি?? #Assam_Ft_Appointment

QME
0
0
0
0