
@GauravGogoiAsm
@RahulGandhi নমস্কাৰ 🙏🙏
অমি নিৰ্বাচন কিয় হাৰিলো' সেই প্ৰশ্ন প্ৰত্যেক বুথ, মণ্ডল আৰু ব্লকৰ সদস্য সকলক সুধিব কাৰণ তেওঁ লোকৰ পদবী হেৰুৱাৰ ভয় নাই, ভয় দলীয় কৰ্মত খটোৱা নিজৰ উপাৰ্জনৰ ধন কেইটা ক'ত কেনেকৈ মিলাব' কাৰণ #ৰাম_ৰাজ্যত শোষণ প্ৰতিযোগিতা।
বাংলা










