Dulumani Rajbongshi

1.2K posts

Dulumani Rajbongshi banner
Dulumani Rajbongshi

Dulumani Rajbongshi

@dulu0986

মোৰ সপোনত এটা চঞ্চল হৰিণা পোৱালী ওৰে ৰাতি দেও দি থাকে, উভতি যে মই আহিব নোৱাৰো।।।।

Assam (Guwahati ), India Katılım Kasım 2018
162 Takip Edilen1.5K Takipçiler
Dulumani Rajbongshi
Dulumani Rajbongshi@dulu0986·
@PramodBoroBTR অনুগ্ৰহ কৰি BTR LP UP মেৰিট লিষ্ট published কৰক চাৰ
বাংলা
0
0
0
3
Pramod Boro
Pramod Boro@PramodBoroBTR·
Bodofa is the soul of Bodoland, his ideals are our guiding light. Honoured to unveil a bust of our revered Bodofa Upendra Nath Brahma, the Father of All Bodo People, at Adabari in Kokrajhar today. Sought Bodofa’s blessings for continuing our journey of peace, unity and progress.
Pramod Boro tweet mediaPramod Boro tweet mediaPramod Boro tweet mediaPramod Boro tweet media
English
1
2
12
232
Dulumani Rajbongshi retweetledi
Milanjyoti ♥️ Raaz
Milanjyoti ♥️ Raaz@RajbongshiMilan·
দেউতাক অবিহনে জীয়াই থকা সংগ্ৰাম খনত প্ৰকৃতিৰ ইমান ক্ষোভ হল যে একমাত্ৰ ঘৰটো ভাগি পেলালে এতিয়া কাকনো কব?প্রতিসাজ ভাতৰ চিন্তা কৰিব লগীয়া উপাৰ্জনহীন দুজনী মেধাবী ছাত্ৰী আৰু মাকৰ কষ্ট,সংগ্ৰাম, তাড়না আৰু অধিক বাঢ়িল!কামৰূপ,সৌৰামুৰি,বাৰাংহাটী @himantabiswa @CMOfficeAssam
Milanjyoti ♥️ Raaz tweet mediaMilanjyoti ♥️ Raaz tweet mediaMilanjyoti ♥️ Raaz tweet mediaMilanjyoti ♥️ Raaz tweet media
Assam, India 🇮🇳 বাংলা
1
12
174
0
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
নলবাৰীৰ ‘ প্ৰণিতা ৰেষ্টুৰেণ্ট ’৷ নৃপেন্দ্ৰ দাসে এটা খেৰৰ ঘৰত চাহ- চিংৰাৰে আৰম্ভ কৰিছিল ব্যৱসায়৷দৈনিক অসম৷ @cmpatowary @BhagawatiKr @hrishikeshgosw3 @imjintudas @Kushalkalita @NabajyotiLahkar @Drkknath @mrinaltalukdar8 @ManojKumarBais8 @xitoo27 @geetasriT @mukulcd @AbiNashKalita0
JITENDRA K CHOUDHURY tweet media
বাংলা
9
8
89
0
Dulumani Rajbongshi
Dulumani Rajbongshi@dulu0986·
আজি Pratiksha হস্পিতালৰ সমীপতে 'ডেকা ৰেষ্টুৰেণ্ট' নামৰ এখন ৰেষ্টুৰেণ্টত ভাত খাব সোমাই হাঁহৰ মাংসৰ order দিলোঁ। আমাক ৰাম ঠগণ দি broiler মাংসহে দিলে। আমি সোৱাদ বুজি কোনো বিতৰ্ক নোহোৱাকৈ কথাটো সৰুকৈ সিহঁতক বুজাই দিলোঁ।সিহঁতে মানি নললেও আমি বুজাটো বুজিলোঁ। গতিকে সাৱধান@BhagawatiKr
বাংলা
4
0
14
0
ৰিয়াজ🍂
ৰিয়াজ🍂@MillionDreamer8·
জীৱনত পোন প্ৰথমবাৰৰ বাৰে কোনোবা এখন চিনেমা ইউটিউবত পইচা দি চালো। মাত্ৰ ২৫ টকা...। কিন্তু চিনেমাখনে দিয়া বাৰ্তাৰ তুলনাত ২৫ টকা তেনেই মূল্যহীন। সকলোকে অনুৰোধ যে ২৫ টকা দি অসমীয়া চিনেমাৰ উন্নয়নত অৰিহনা যোগায়।
ৰিয়াজ🍂 tweet media
বাংলা
4
7
67
0
Ranoj Pegu
Ranoj Pegu@ranojpeguassam·
Visited Karimganj Senior Secondary School of Science and discussed various issues of the institution.
Ranoj Pegu tweet mediaRanoj Pegu tweet media
English
24
11
181
0
Dulumani Rajbongshi
Dulumani Rajbongshi@dulu0986·
@alimpika_borah দেৰিকৈ হলেও জন্ম দিনৰ বহুত বহুত শুভকামনা জনালোঁ।
বাংলা
1
1
13
0
Bhaskar Boruah
Bhaskar Boruah@BHASKARB0RUAH·
পুহ মাহৰ ৪ তাৰিখে মৰঠাণ্ডাত পুৱা ৫ বজাত এই মহাজনৰ জন্ম হৈছিল!🎂
বাংলা
37
0
119
0
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️@Real_Skyleee·
🥀 Twitter ৰে জন্মদিনৰ শুভেচ্ছা দিলে 🥰🥰🥰🥀
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ tweet media
বাংলা
36
2
96
0
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️@Real_Skyleee·
Venus Fly Trap নামৰ এই উদ্ভিদ ডালক পতংগ খোৱা উদ্ভিদ বুলি কয় অসমীয়াত। দুদিন আগতে ফটো দিছিলো। এজনে ক'লে ভিডিও দেখুৱা বুলি। গতিকে এয়া ভিডিও 🥰🥀
বাংলা
1
3
27
0