𝕯𝖊𝖛𝖆𝖓𝖆𝖓𝖉𝖆 𝕯𝖚𝖙𝖙𝖆
68 posts

𝕯𝖊𝖛𝖆𝖓𝖆𝖓𝖉𝖆 𝕯𝖚𝖙𝖙𝖆
@devananda_dutta
𝒯𝒽𝑒𝓇𝑒 𝒾𝓈 𝒶𝓁𝓌𝒶𝓎𝓈 𝒶 𝓇𝑒𝒶𝓈𝑜𝓃 𝓉𝑜 𝓈𝓂𝒾𝓁𝑒.
Guwahati, India Katılım Mayıs 2020
221 Takip Edilen35 Takipçiler

ইলেকট্ৰিচিটি বিল এইবাৰ আমাৰ ঘৰত প্ৰায় ৭৫০০ টকা আহিছে। সাধাৰণতে বিল ৪৫০০ টকা মান হয়। বাকী বহুতৰো এনেকুৱা বিল আহিছে বুলি গম পাইছো। নতুন মিটাৰ লগোৱাৰ বাবে বিল বাঢ়িছে বুলি গম পাইছো।
কিবা এটা গণ্ডগোল আছে, @apdclsocial কথাখিনি পৰীক্ষা কৰক। @himantabiswa @GorlosaNandita
বাংলা

@ranojpeguassam @himantabiswa @CMOfficeAssam আৰু আমি কিমান দিন এনেকৈয়ে সমবেদনা জ্ঞাপন কৰি থাকিম, দোষীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰক, গৰু সুৰক্ষা আইনতকৈ নাৰী সুৰক্ষা আইন এতিয়া বেছি প্ৰয়োজনীয়। চৰকাৰ যিহেতু আপোনালোকৰ, নাৰী সুৰক্ষা আইন এখন অনাৰ ব্যৱস্থা কৰক।
বাংলা
𝕯𝖊𝖛𝖆𝖓𝖆𝖓𝖉𝖆 𝕯𝖚𝖙𝖙𝖆 retweetledi

@jbhuyan65 @ranojpeguassam @AjantaNeog আপোনাৰ দাবীটো যুক্তিসংগত কিন্তু এই সময়ত স্কুটিতকৈ যদি পেট্ৰল'কে ধৰি আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য কম কৰে, তেতিয়াহে জনসাধাৰণৰ বেছি কামত আহিব। পেট্ৰলৰ এই দামত এজন শিক্ষাৰ্থীয়ে এখন স্কুটি চলাবলৈ চিন্তা কৰিব লাগিব।
বাংলা

@thebetterindia Can you explain, what is Shaak chingri Bora, I am from Assam, but I don't know what types of dish & I never heard about dish. As a assamese we want to know about dish. Let me answar & Please don't speard misinformation.
English

Heads up: many fried treats ahead. Because it's fry-day. And because #monsoon is incomplete without chai-pakora! (1/2)

English

@KashyapGargee @pankajdeka0 সচাঁকৈ, ৰাজনৈতিক মতাদৰ্শ থাকিল বুলিয়েই, যেই যি পাৰে ক'ব লাগে নেকি। এইবোৰ মানুহৰ মানসিকতা ইয়াতেই গম পোৱা যায়।
বাংলা

ভূৱা বাতৰি প্ৰচাৰ কৰাবোৰৰ ওপৰত বিহিত ব্যৱস্থা লওঁক। বিশেষকৈ অসমৰ কেইটামান সংবাদ পৰ্টেলে তিলটোকে তালকৰি নিজৰ টিআৰপি বঢ়াবলৈ চেষ্টা কৰে আৰু মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে। কিছুমান মানুহো কিন্তু ইয়াৰ ব্যতিক্ৰম নহয়।
Assam Police@assampolice
আনৰ চাবি দিয়া পুতলা নহ'ব ! সত্যাসত্য নিৰূপণ কৰক, খবৰৰ উৎস পৰীক্ষা কৰক আৰু তাৰ পিছত নিজে পতিয়ন গ'লেহে ইয়াক শ্বেয়াৰ কৰক । ভুল প্ৰচাৰে ভালৰ পৰিৱৰ্তে অধিক হানি কৰে। #ThinkBeforeYouShare
বাংলা

Well done @assampolice 👍 we are proud of you and your work. This network should collapse.. And Assam should be free from drugs.
@DGPAssamPolice @gpsinghassam
#DrugsFreeAssam
Guwahati Police@GuwahatiPol
𝐆𝐢𝐯𝐞 𝐮𝐩 𝐨𝐫 𝐄𝐧𝐝 𝐮𝐩 𝐢𝐧 𝐉𝐚𝐢𝐥 !!! 𝐘𝐨𝐮 𝐚𝐫𝐞 𝐨𝐧 𝐨𝐮𝐫 𝐑𝐚𝐝𝐚𝐫 !! Team Crime Branch & Satgaon PS nabbed interstate drug smuggler Lalkhohen Mangte of Manipur from Panjabari area with 302 gm Heroin. #WarOnDrugs #AssamSaysNoToDrugs
English

@Monalis01398028 এইবিলাক কাম পুৰুষে নকৰে বাইদেউ, কা-পুৰুষ হয় এইবোৰ। এইবোৰৰ বাবেই আমি লাজ পাওঁ, বদনামী হোৱা যেন অনুভৱ হয়। এইবোৰৰ বাবেই আমি পুৰুষ জাতি আমাৰ ভণ্টি, বা আৰু মাতৃসকলৰ আগত লজ্জিত হওঁ। এইবিলাক কথা শুনিলেই নিজৰ ওপৰতে কিবা ধিক্কাৰ জন্মে।
বাংলা

Dear sir/Ma'am, I think it will be better if use this mentioned amount to control of covid-19 pandamic situation instead of distribution Scotty. It will be helps us all citizens. In this situation human life is more important than Scotty. @AjantaNeog @himantabiswa @CMOfficeAssam
Ajanta Neog@AjantaNeog
Finance Department has taken steps to release funds as was directed by the Chief Minister 👉 📌Rs 9020.96 lakh sanctioned for grant of scooty to students who have passed out of good fame in higher secondary. Part (2/2)
English

@AjantaNeog Ma'am, First of all many many congratulations to you. I hope it will be helps us if use the mentioned amount in Covid-19 pandemic instead of Scotty, because CM asking donation from public as CM care has not sufficient fund. It will help us to control this pendamic situation.
English

@himantabiswa এক সুন্দৰ পদক্ষেপ লৈছে, কিন্তু নিৰ্বাচনৰ সময়ত দেখিছিলো বহুতো কোটিপটি মন্ত্ৰী বিধায়ক আছে, তেওঁলোকৰে কেইমাহমানৰ দৰমহা বন্ধ কৰি, সেই টকা এই সংকটৰ সময়ত লগাবছোন। হয়তো কিছুমান পাপৰ পায়ছিত্ৰ হ'ব। সেইবোৰটো আমাৰ ৰাইজৰে টকা।
বাংলা
𝕯𝖊𝖛𝖆𝖓𝖆𝖓𝖉𝖆 𝕯𝖚𝖙𝖙𝖆 retweetledi

Love this awesome flying machine VISION from @BlueDart_ carrying over a 1000 oxygen Concentrator’s from Wuhan to Delhi . Pleased to be part of this mission. Thankyou @ishkhanna56 @EOIBeijing @cgiguangzhou @IndiaInShanghai . May God Bring our country good health.


English

@pankajdeka0 @assampolice @GuwahatiPol As per new guidelines ODD even rule & curfew exempted for this employees.


English

Kindly clarify the ODD even rule is applicable or not applicable to Essential supplies to #COVID-19 pandemic services Employees...
@assampolice @GuwahatiPol
English
𝕯𝖊𝖛𝖆𝖓𝖆𝖓𝖉𝖆 𝕯𝖚𝖙𝖙𝖆 retweetledi

@KashyapGargee @JatiyaParishad @RaijorDal একেটা সমষ্টিত দুয়োটা দলে নিৰ্বাচন খেলাতো কেনেকুৱা মিত্ৰজোঁট হ'ল, ই আওপকীয়াকৈ বিজেপি বা কংগ্ৰেছকহে সহায় কৰিব।
বাংলা






















