Sabitlenmiş Tweet
𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐
1.8K posts

𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐
@pankajdeka0
✊✊জয় আই অসম✊✊ 👉👉 অসমীয়া 🌳🌳Nature Lover🌱🌱🌿
Guwahati,Assam Katılım Mart 2015
2.3K Takip Edilen1.1K Takipçiler

Same day mail send to given mail ID but This issue has not been resolved yet. If not provided home collecting service then why this service showing in ESIC helth connect application. @esichq
ESIC - Employees' State Insurance Corporation@esichq
@pankajdeka0 Dear member, Please provide the details i.e. Name, IP No., Grievance in brief, revelant screenshot etc. to feedback@esic.gov.in
English


@esichq Today was house sampling appointment but none of the people came to take the sample
English

The Home Sample Collection service provided by ESIC assists the elderly in getting their health check-up done from the ease of their home.
#ESICHq #HomeSampleCollection #AskAnAppointmentApp #OnlineFacilities #ESIService


English
𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐 retweetledi

I have ordered from flipkart @flipkartsupport.. Shipment send to my address via @delhivery The delivery boy not informed me about my parcel and cancelled without my permission.. @help_delhivery
Dear @flipkartsupport please support for arranging delivery my shipment....

English

@assampolice @GhtyTrafficPol please confirm
𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐@pankajdeka0
Dear Sir @GhtyTrafficPol @assampolice challan no AS102177240223193912... We have payment by online.... But today check m-parivan app but stil pending challan amount.... Payment screenshot attached as below..... @TransportAssam Please check and confirm. @MORTHIndia
English

Dear Sir @GhtyTrafficPol @assampolice challan no AS102177240223193912... We have payment by online.... But today check m-parivan app but stil pending challan amount.... Payment screenshot attached as below.....
@TransportAssam Please check and confirm.
@MORTHIndia


English

@bikashdeka4u @himantabiswa @CMOfficeAssam UPSC, APSC পৰীক্ষ পাতিলেও ইণ্টাৰনেট কৰ্তন নকৰে চাগে......??
বাংলা

ইন্টাৰনেট বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই লগতে এইটোও প্ৰমাণ কৰি দিলে যে তেওঁৰ অধীনত প্ৰশাসনে বৰ্তমান অসমত এটা সাধাৰণ পৰীক্ষাও পাতিব নোৱাৰে !!
@himantabiswa @CMOfficeAssam
বাংলা

পুৱা এজন প্ৰতিবেশীয়ে মোক সুধিলে, আপুনি ২২ তাৰিখে পদুলিত চাকি জ্বলাবনে ?
মই সুধিলো, কিয় জ্বলাব লাগে ?
তেখেতে ক’লে,অযোধ্যাত ৰাম মন্দিৰ মুকলি হ’ব যে, সেই কাৰণে !
মই কলো, নজ্বলাওঁ৷ এইবাৰ তেখেতে মোক সুধিলে, কিয় , আপুনি হিন্দু নহয় নেকি ?
মই ক’লো:
১)মই গৰ্বিত সনাতনী হিন্দু আৰু
মই ঘৰৰ থাপনাত পুৱা-গধুলি ঈশ্বৰৰ নামত সদায় চাকি জ্বলাওঁ। সনাতন হিন্দুধৰ্ম ৰক্ষাৰ পবিত্ৰ দায়িত্বৰে ধৰ্মৰ আসনত উপবিষ্ট চাৰিওজন শংকৰাচাৰ্য প্ৰভুৱে এই প্ৰক্ৰিয়া হিন্দু ধৰ্মৰ বৈদিক বিধিৰে হোৱা নাই বুলি ক্ষোভ ব্যক্ত কৰিছে। শংকৰাচাৰ্য প্ৰভু চাৰিওগৰাকী মতে অৰ্ধনিৰ্মিত মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা নহয় আৰু ২২ তাৰিখ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে শুভ দিন নহয়।গতিকে মই এই অধৰ্মৰ অংশীদাৰ নহওঁ৷
২) আমাৰ দেশত দৈনিক হাজাৰ মন্দিৰ মুকলি হয়, আমিতো কেতিয়াও তাৰ বাবে পদুলিত চাকি নজ্বলাওঁ, এইবাৰ কিয় জ্বলাম ?
৩) অসমত যে সত্ৰ-নামঘৰ সমূহ প্ৰতিষ্ঠা হয়, অযোধ্যাৰ মানুহে পদুলিত চাকি জ্বলাই নেকি ?
৪) আমাৰ গুৰুজনা শ্রীমন্ত শংকৰদেৱ,
শ্রী শ্রী মাধৱদেৱ, শ্রীশ্রী অনিৰুদ্ধ দেৱ আদি জাতীয় গুৰুসকলৰ পূণ্য তিথিত অন্য ৰাজ্যই চাকি জ্বলাই নেকি ?
অৰ্ধনিৰ্মিত মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা নহয় আৰু ২২ তাৰিখ শুভ দিন নহয় তথাপিও ইমান খৰধৰ কিয় ?
কাৰণ এই কাৰ্যসূচী প্ৰভু ৰামৰ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে কৰা নাই, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলক ক্ষমতাত প্ৰতিষ্ঠাৰ বাবেহে কৰিছে।
কোনাবাই প্ৰভু ৰামক নিজৰ ক্ষমতা লাভৰ ট্ৰেডমাৰ্ক হিচাপে ব্যৱহাৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে কিন্তু এজন প্ৰকৃত হিন্দু হিচাপে মই এই কাৰ্যৰ অংশীদাৰ হৈ অধৰ্ম নকৰো।
এতিয়া আমাৰ দেশত এচামে ঈশ্বৰকো শান্তিত থাকিব নিদিয়ে, টনা আজোৰা কৰি আছে।
প্ৰভু ৰামৰ নাম নোলোৱাকৈ,
হিন্দু-মুছলমানৰ নাম নোলোৱাকৈ বিজেপিয়ে এটা বিধানসভাৰ নিৰ্বাচন খেলক ।
ঈশ্বৰক মানৱতাৰ প্ৰতীক হ’বলৈ দিয়ক, ৰাজনীতিৰ প্ৰতীক হ’বলৈ নিদিব।
চৰকাৰৰ কাম দেশত সু-শাসন প্ৰতিষ্ঠা, মূল্যবৃদ্ধি ৰোধ কৰা, নিবনুৱাক সংস্থাপন দিয়া, ভাল দিন অনা ইত্যাদি ইত্যাদি;
কিন্তু মন্দিৰ বনোৱা, চৰকাৰী বন্ধ ঘোষণা কৰি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা, এইবোৰ চৰকাৰৰ কাম নহয়।
মোৰ কথাখিনি একান্তমনে শুনি প্ৰতিবেশীজনে মোক সুধিলে, মই কি কৰিম ?
মই ক’লো, আপুনি যি ভাল দেখে তাকেই কৰক, মই আনক মানা নকৰো।
তেখেতে ক’লে, নাই নাই মইও নজ্বলাওঁ, এইখিনি ভবাৰ পিছত মই অংশীদাৰ হ’লে ভুল কৰা হ’ব।
এয়া মোৰ আজি পুৱাৰ কথোপকথন 🙏
বাংলা
𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐 retweetledi

Chandrayaan-3 Mission:
🇮🇳Chandrayaan-3 is set to land on the moon 🌖on August 23, 2023, around 18:04 Hrs. IST.
Thanks for the wishes and positivity!
Let’s continue experiencing the journey together
as the action unfolds LIVE at:
ISRO Website isro.gov.in
YouTube youtube.com/watch?v=DLA_64…
Facebook facebook.com/ISRO
and DD National TV
from 17:27 Hrs. IST on Aug 23, 2023.
@DDNational @PIB_India
#Chandrayaan_3
#Ch3
A message: isro.gov.in/Chandrayaan3So…

YouTube

English

🤔I Have A গভীৰ প্ৰশ্ন #ElonMusk টুইটাৰটো কিয় X বনাই দিলে বা🙄🙄
এতিয়া Xক মনত নেপেলাওঁ বুলি কলেওঁ
টুইটাৰটো দেখিলে এবাৰ হ'লেও মনত পৰিব🫣
এৰাহ Xবুলা Khatara বস্তুটো দেই🤣🤣
বাংলা

Yesterday PLI policy maturity claim is solve thank you for your quick support. 🙏
India Post@IndiaPostOffice
@pankajdeka0 Sir/Madam, We have already forwarded your issue to our concerned department for necessary action. Inconvenience caused is deeply regretted.
English

কিন্তু আজিলৈ থিক কৰি দিয়া নাই। অধ্যক্ষ মহোদয় এই ক্ষেত্ৰত আপুনি ব্যৱস্থা গ্ৰহণ কৰে। 🙏 @himantabiswa @keshab_mahanta
বাংলা

@abhijitsarma অধ্যক্ষ মহোদয় আপোনাক জনাব বিচাৰো যে Ortha Dept. New building 🏢 ৰ দ্বিতীয় মহলাৰ unit 3 ৰ ১২ খন ফেনৰ ভিতৰত ৪ খন বৰ্তমান ভাল condition ত আছে আৰু বাকী ৮ খনৰ অবস্থাত একেবাৰে বেয়া, ইয়াৰ ফলত এই গৰমত ৰুগী সকলে বহুত অসুবিধা সন্মুখীন হৈছে, এই সম্পৰ্কে আগতে অভিযোগ দিছিল
বাংলা





