Sabitlenmiş Tweet

কেবিনেট বৈঠক ত যি ১ লাখ নিযুক্তি দিয়াৰ কথা আলোচনা কৰা হৈছে, বিদেশী ন্যায়াধিকৰণৰ ১৬০০ নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি ৰ বাবেও বিবেচনা কৰিব বুলি আশা কৰিলো। ছাৰ আমি উৰ্ত্তীণ হৈ প্ৰায় ২ বছৰে অপেক্ষা কৰি আছোঁ। অতি সোনকালে নিযুক্তি দি আমাক ন্যায় প্ৰদান কৰে যেন.
#HimantaBiswaSarma
বাংলা
























