200 Additional Foreigners Tribunal Staff Associati

244 posts

200 Additional Foreigners Tribunal Staff Associati banner
200 Additional Foreigners Tribunal Staff Associati

200 Additional Foreigners Tribunal Staff Associati

@1600_Staff

Newly open 200 Additional Foreigners Tribunal Assam 1600 Staff Association.

Katılım Haziran 2020
15 Takip Edilen292 Takipçiler
200 Additional Foreigners Tribunal Staff Associati
আমাক ন্যায় লাগে,আমাক আমাৰ প্ৰাপ্য লাগে। সোনকালে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। @himantabiswa @AjantaNeog
Jayanta Das@imjintudas

@JITENDRAKCHOUDH @AjantaNeog @diprassam ছাৰ আমিও message আৰু mail কৰিছিলোঁ কিন্তু আমাৰ কথাটো এখেতলোকে বিবেচনা নকৰে। #ForeignersTribunal ৰ ১৬০০ নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীক চৰকাৰে নিযুক্তি নিদিয়ে। আজিলৈকে এবাৰো এই প্ৰসংগত মুখ্যমন্ত্ৰী @himantabiswa ডাঙৰীয়াই হওঁক বা চৰকাৰৰ কোনেও উত্থাপন কৰা নাই। @AjantaNeog

বাংলা
0
7
13
0
200 Additional Foreigners Tribunal Staff Associati retweetledi
Jayanta Das
Jayanta Das@imjintudas·

5
10
0
200 Additional Foreigners Tribunal Staff Associati
Jayanta Das@imjintudas

এইটো ক্ষেত্ৰত আপোনালোকে নিমাত কিয় ? @himantabiswa মহাশয় আপুনি আগতে কৈছিলে যে আপোনাৰ বিভাগ নহয় আপুনি নাজানে একো। এতিয়া আপুনি মুখ্যমন্ত্ৰী লগতে গৃহ বিভাগৰ দায়িত্বত আছে। মামসিক ভাবে আমি ২ বছৰে অশান্তি ভুগিলোঁ।সকলোৰে কথা ভাবিছে আমাৰ কথাও এবাৰ ভাৱক, আপোনাৰ ওপৰত ভৰসা কৰিছিলোঁ।

QAM
0
2
4
0
200 Additional Foreigners Tribunal Staff Associati retweetledi
Jayanta Das
Jayanta Das@imjintudas·
প্ৰাক্তন মুখ্যমন্ত্ৰী @sarbanandsonwal ডাঙৰীয়া, আপুনি #ForeignersTribunal ৰ নিৰ্বাচিত ১৬০০ প্ৰাৰ্থীৰ লগতে ১৬০০ পৰিয়ালৰ লগত যি অন্যায় কৰিলে তাৰে ফল আজি আপুনি হাতে হাতে পালে। আপোনাৰ দৰে এজন অপদাৰ্থ মানুহ মুখ্যমন্ত্ৰী হিচাবে পাই বিশেষকৈ আমি জীৱনত বহুখিনি হেৰুৱালোঁ ।
বাংলা
1
11
18
0
200 Additional Foreigners Tribunal Staff Associati retweetledi
Jayanta Das
Jayanta Das@imjintudas·
মহাশয় @sarbanandsonwal @himantabiswa tet উত্তীৰ্ণ বিলাকক আমাতকৈ পিছত ইণ্টাৰভিউ দি আজি আমাতকৈ আগতে নিযুক্তি পত্ৰ দিলে আপোনালোকে,আমাৰো ঘৰ পৰিয়াল আছে,আমাৰো মা দেউতাৰ আশা ভৰসা আছে,কিন্তু আপোনালোকে যিটো অন্যায় আমাৰ লগত কৰিলে না ইয়াৰ ফল গোটে জীৱন আপোনালোকৰ পৰিয়ালেও ভুগিব।
বাংলা
6
26
61
0
200 Additional Foreigners Tribunal Staff Associati retweetledi
Jayanta Das
Jayanta Das@imjintudas·
গণতান্ত্ৰিক ভাবে নিজৰ প্ৰাপ্যৰ কাৰণে মাত মতাৰ বাবে আজি আমাৰ কেইবাজনো যুৱকক বশিষ্ট থানাত সুমাই থৈছে। #weWantJustice #ForeignersTribunal @SamujjalBhatta @BhagawatiKr @JITENDRAKCHOUDH @lurinjtgogoi @jbhuyan65
Jayanta Das@imjintudas

প্ৰটেষ্ট কৰিব গলে আপোনালোকে @sarbanandsonwal @himantabiswa থানাত ভৰাই থব পাৰে,কিন্তু নিযুক্তি পত্ৰ দিব নোৱাৰে। বৰ বেয়াকৈ পাপ লাগি মৰিব আপোনালোকে । ইয়াৰে পিছৰ পৰিস্থিতি কিমান ভয়ংকৰ কৰি তুলিম চাই থাকক আপোনালোকে । #ForeignersTribunalAssam #ReleaseFtAppointmemt

বাংলা
3
22
32
0
200 Additional Foreigners Tribunal Staff Associati retweetledi
PBorah
PBorah@piyanjol·
@sarbanandsonwal ইফালে আজি বিদেশী ন্যায়ধীকৰণত নিযুক্তিৰ তালিকা প্ৰকাশ হোৱা প্ৰায় এবছৰ হলত নিৰ্বাচিত প্ৰাৰ্থীসকলে নিযুক্তি বঞ্চিত হৈ প্ৰতিবাদ কৰাত বশিষ্ট থানাই গ্ৰেপ্তাৰ কৰিছে। এইয়া @sarbanandsonwal চৰকাৰে ঘোৰ অন্যায় কৰা নাইনে? @CMOfficeAssam twitter.com/imjintudas/sta…
Jayanta Das@imjintudas

প্ৰটেষ্ট কৰিব গলে আপোনালোকে @sarbanandsonwal @himantabiswa থানাত ভৰাই থব পাৰে,কিন্তু নিযুক্তি পত্ৰ দিব নোৱাৰে। বৰ বেয়াকৈ পাপ লাগি মৰিব আপোনালোকে । ইয়াৰে পিছৰ পৰিস্থিতি কিমান ভয়ংকৰ কৰি তুলিম চাই থাকক আপোনালোকে । #ForeignersTribunalAssam #ReleaseFtAppointmemt

বাংলা
1
7
7
0
200 Additional Foreigners Tribunal Staff Associati retweetledi
200 Additional Foreigners Tribunal Staff Associati retweetledi
Pulin Bharali Boruah
Pulin Bharali Boruah@BoruahBharali·
সচাকৈ ধিক্কাৰ দেই , এইয়াই নেকি আপোনালোকৰ সু শাসন , সন্মানীয় সোণোৱাল ডাঙৰীয়া এইয়াই নেকি আপোনাৰ নিষ্ঠা,সততা ! ধিক ! #release_foreignerstribunal_appointment @himantabiswa @CMOfficeAssam @sarbanandsonwal @hrishikeshgosw3 @assampolice @lurinjtgogoi @SamujjalBhatta @DGPAssamPolice
Jayanta Das@imjintudas

প্ৰটেষ্ট কৰিব গলে আপোনালোকে @sarbanandsonwal @himantabiswa থানাত ভৰাই থব পাৰে,কিন্তু নিযুক্তি পত্ৰ দিব নোৱাৰে। বৰ বেয়াকৈ পাপ লাগি মৰিব আপোনালোকে । ইয়াৰে পিছৰ পৰিস্থিতি কিমান ভয়ংকৰ কৰি তুলিম চাই থাকক আপোনালোকে । #ForeignersTribunalAssam #ReleaseFtAppointmemt

বাংলা
0
10
8
0
200 Additional Foreigners Tribunal Staff Associati retweetledi
Dr. Samujjal Bhattacharjya
Dr. Samujjal Bhattacharjya@SamujjalBhatta·
অসম চৰকাৰে বিদেশী ন্যায়াধীকৰণৰ ১৬০০ নিৰ্বাচিত প্ৰাৰ্থীক এতিয়ালৈ নিযুক্তি দিয়া নাই।এইয়া চূড়ান্ত অন্যায়।ই @mygovassam ৰ বিদেশী সমস্যা সমাধানত অনিহাৰ প্ৰতিফলন। নিৰ্বাচিত প্ৰাৰ্থীক শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰক। @sarbanandsonwal #Release_FT_Appointment #FT_Appointment
বাংলা
32
91
295
0
200 Additional Foreigners Tribunal Staff Associati retweetledi
Jayanta Das
Jayanta Das@imjintudas·
প্ৰটেষ্ট কৰিব গলে আপোনালোকে @sarbanandsonwal @himantabiswa থানাত ভৰাই থব পাৰে,কিন্তু নিযুক্তি পত্ৰ দিব নোৱাৰে। বৰ বেয়াকৈ পাপ লাগি মৰিব আপোনালোকে । ইয়াৰে পিছৰ পৰিস্থিতি কিমান ভয়ংকৰ কৰি তুলিম চাই থাকক আপোনালোকে । #ForeignersTribunalAssam #ReleaseFtAppointmemt
বাংলা
11
35
60
0
200 Additional Foreigners Tribunal Staff Associati
মহাশয় @sarbanandsonwal কথাটো অলপ গুৰুত্ব সহকাৰে লওক আৰু অতি সোনকালে আমাক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক ।
Jayanta Das@imjintudas

মহাশয় @sarbanandsonwal বিদেশী ন্যায়িধিকৰণৰ ১৬০০ নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি দিব নে নাই ? আজি ১৫ তা মাহ পাৰ হৈ গল তথাপি আপুনি আমাক নিযুক্তি প্ৰদান নকৰিলে। আপোনাৰ নিজৰ হাতত থকা বিভাগ এটাৰ নিযুক্তিও আপুনি দিব নোৱাৰে ইয়াতকৈ দুখ লগা কথা আৰু কি হব পাৰে।

বাংলা
2
13
16
0