Riku Bhattacharjee

957 posts

Riku Bhattacharjee banner
Riku Bhattacharjee

Riku Bhattacharjee

@Riku786181

Working at Dhansri Auto Ventures Pvt. Ltd (Tata Motors) - Don't use Social Media to Impress People, use it to Impact People

Margherita, Assam, India Katılım Şubat 2022
164 Takip Edilen191 Takipçiler
Mitalee Nubeebuckus
Mitalee Nubeebuckus@mitalee05·
যেতিয়া লৈ @INCAssam @AJPAssam @RaijorDal e তৃণমূল লেভেলত কাম নকৰি মিয়া প্ৰীতি কৰি থাকিব আৰু ছচিয়েল মিডিয়াকে ৰণক্ষেত্ৰ বুলি ভাবিব তেতিয়ালৈ ১০ ১২টা চিট পাব l অসমীয়াৰ বাবে কাম কৰক l অসমত কাম কৰক @GauravGogoiAsm @lurinjtgogoi @OfficeOfJB @AkhilGogoiAG ৰিজাল্ট দেখি লাজ লাগিছে
বাংলা
6
1
38
1.2K
Riku Bhattacharjee
Riku Bhattacharjee@Riku786181·
@OfficeOfJB Thank you Sir for understanding the naked truth but other opposition leader never trying to understand this truth
English
0
0
1
70
Office of Jagadish Bhuyan
জনতাৰ এই ৰায়দানৰ পৰা আমি সকলো বিৰোধী দলে বহু কথাৰ নিৰ্মোহ বিশ্লেষণ কৰিব পাৰিব লাগিব। EVMত দৃষ্টি নিক্ষেপ কৰি থাকিলে আমি নিজৰ ভুলসমূহৰ কেতিয়াও সঠিক বিশ্লেষণ কৰিব নোৱাৰিম। আমাৰ দলেও কৰিব লগা বহু কাম আমি কৰা নাছিলো, সেই ব্যৰ্থতাৰ দায়িত্ব আমি নেতৃত্বই স্বীকাৰ কৰো আৰু আহিব লগা দিনত এই ত্ৰুটি সমূহ সংস্কাৰৰ বাবেও চেষ্টা কৰিম। ১) বিজেপি দলৰ সংগঠন তৃণমূললৈ সু-সংগঠিত সেই সত্য আমি স্বীকাৰ কৰি ল'বই লাগিব। বিজেপিৰ এই সংগঠন এদিনৰ ফলশ্রুতি নহয়, এয়া ১৯২৫ চনত জন্মলাভ কৰা RSSৰ ১০০ বছৰীয়া ত্যাগ আৰু কষ্টৰ ফল। ২) জনসমাগম আৰু আবেগ ১০০% ভোটলৈ পৰিৱৰ্তন হ’ব বুলি ভাবি ল'ব নালাগে। ৩) দলৰ সংগঠন তৃণমূললৈ শক্তিশালী কৰিব নোৱাৰিলে নিৰ্বাচনত জয়লাভ কৰাতো কঠিন। ৪) আজি-কালি গৰিষ্ঠসংখ্যক ভোটাৰ ৰাইজে দল আৰু প্ৰতীক চাই ভোট দিয়ে, প্ৰাৰ্থীৰ যোগ্যতা বিশ্লেষণ নকৰে সেইবাবেই দলৰ সংগঠন প্ৰতিটো পৰিয়াললৈ সম্প্ৰসাৰণ কৰিবলৈ দলসমূহে নিৰন্তৰ প্ৰয়াস কৰিবই লাগিব। ৫) চৰকাৰৰ জনবিৰোধী কাম সমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাত আমি সফল নহ’লো। ৬) আমাৰ দলে নিজৰ ভুলসমুহৰ নিৰ্মোহ বিশ্লেষণ কৰিম, অন্য দল সমূহেও কৰিব বুলি আশা কৰিলো। এইখিনি মোৰ ব্যক্তিগত অনুভৱ।
বাংলা
14
1
73
4.8K
Mrinal Saikia
Mrinal Saikia@Mrinal_MLA·
#Election2026 #ElectionResult2026 ভোটগণনা কেন্দ্ৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ... Towards Counting Centre…
Mrinal Saikia tweet mediaMrinal Saikia tweet mediaMrinal Saikia tweet media
বাংলা
41
28
179
8.1K
Satyajit Singh Jeetu
Satyajit Singh Jeetu@SatyajitJeetu11·
নিৰ্বাচনৰ ফলাফলৰ দিনা গম পোৱা যাব, অসমত কিমান সঁচা জুবিন অনুৰাগী আছে..? #JusticeForZubeenGarg "জয় জুবিন দা"
বাংলা
4
3
14
452
Raju K Gogoi
Raju K Gogoi@jayain_raju·
For the people of Assam, have you received any call from any exit poll agency after casting your votes ? Or have any of their field worker met you ? If no then don't believe their results. Note that in Assam their margin of error will be same as 2024 LS results. 30%. #assampolls
English
5
4
41
3.6K
Riku Bhattacharjee
Riku Bhattacharjee@Riku786181·
Let's celebrate the labour that build up this great land, from field to field, from desk to desk, we build it hand to hand - Happy Labour Day ✊
Riku Bhattacharjee tweet media
English
0
0
3
31
Dr Kamal Krishna Nath
সকলোৱে দিছে। মইও দিলোঁ। এয়া কোনো Exit poll নহয়। মোৰ ব্যক্তিগত পূৰ্বানুমান হে। গতিকে দায় দোষ নধৰে যেন। বিৰোধী মঞ্চ (ASOM): 60-65 বিজেপি মঞ্চ (NDA): 55-60 অন্যঃ 5-10
বাংলা
1
0
4
168
Riku Bhattacharjee
Riku Bhattacharjee@Riku786181·
সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। 🙏
Riku Bhattacharjee tweet media
বাংলা
0
0
5
55
Riku Bhattacharjee
Riku Bhattacharjee@Riku786181·
@drm_tsk @AshwiniVaishnaw @RailwaySeva Train Controllar of Tsk Div is a worthless personality. Yesterday 75903 DEMU cover 107 KM from Dhamalgaon to Margherita by 5 hours. This is an example of negilance by IR. Look the matters. Daily Passengers are suffering
English
1
0
0
77
Riku Bhattacharjee
Riku Bhattacharjee@Riku786181·
Wishing you clarity of mind, purity of soul & success in every endeavour of this Basanti Puja 🙏
Riku Bhattacharjee tweet media
English
0
0
0
55
Riku Bhattacharjee
Riku Bhattacharjee@Riku786181·
@mainimahanta Don't worry Ma'am. Revolution'll knocking at the door. Very shortly entire system'll reshuffle.
English
0
0
4
250
maini mahanta
maini mahanta@mainimahanta·
মোৰ জীৱনসংগী চলচিত্ৰ পৰিচালক বাণী দাস এইবাৰ মৰিগাঁও সমষ্টিৰ পৰা এঘড়ী যুঁজিম বুলি ওলাওতে বহু প্ৰশ্নই জুমুৰি দি ধৰিছিল মনত৷ মানুহজনৰ বিষয়ে মই কোৱাতো উচিত নহব বুলিয়েই একো নকও৷ ক’ব বিচাৰিছো কালি মনোনয়ন-পত্ৰ দাখিলৰ পুৰ্বে হোৱা এক অভিজ্ঞতাৰ বিষয়ে৷ বন্ধুবৰ্গইও কৈছিল- আজিৰ নিৰ্বাচনত সৎ, বিনয়ী বা নিকা ভাবমুৰ্তিৰ কাম নাই, যদি পইচাৰ বৰষুণ নমাব নোৱাৰা৷ মই কাৰ্যালয়ত বহি সমুখৰ খেলপথাৰখনত জিলাৰ তিনিটা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ বাবে সমবেত হোৱা ৰাইজলৈ চাই ভাবি আছিলো- অধিকাংশই দুখীয়া পৰিয়ালৰ এনেকুৱা নিৰীহ মানুহখিনিৰ মুখৰ ভাত আঁচনিৰ ধনো কেনেকৈ লুটিপুটি খাব পাৰে একাংশ নেতাই? তেনে সময়তে মোৰ সমুখত উপস্থিত হৈছিল এজন মলিয়ন সাজ পিন্ধা ক্ষিণমিন বৃদ্ধ৷ মোৰ নমস্কাৰ দিয়া হাত দুখনত ধৰি হাতৰ মুঠিত গুজি দি গ’ল - সোতমোচ খোৱা এশ, পঞ্চাশ আৰু বিশটকীয়া তিনিখন নোট৷ তাৰ পিচতে আন এজন লোকে দিলে পাঁচশ টকা৷ মই চকুপানী ধৰি ৰাখিব পৰা নাছিলো৷ সৰ্বমূঠ এই ৬৭০ টকা মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৰ্থিক সম্পদ যেন অনুভব হৈছিল সেই মুহুৰ্তত৷
বাংলা
12
3
110
3.1K
Riku Bhattacharjee retweetledi
Deepraj Dutta
Deepraj Dutta@DeeprajDutta14·
Unstoppable. Unbeaten. Undisputed. 🇮🇳🇮🇳 Team India brings another trophy home! The dominance continues! 🏆💙 #TeamIndia #Champions #BleedBlue
English
0
1
2
94
দলে'কাই
দলে'কাই@ChD_1980·
বিশ্বৰ এইসকল নেতাৰ বহুতো ভুল থাকিব পাৰে, কিন্তু তেওঁলোকে আমেৰিকাৰ ওচৰত নতি স্বীকাৰ কৰা নাই।
দলে'কাই tweet media
বাংলা
5
0
22
456
asomiyapratidin
asomiyapratidin@pratidinasomiya·
📷'বিজেপিৰ সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰাই যোৰহাটতো প্ৰতিদ্বন্দিতা কৰিব' 📷যোৰহাটত গৌৰৱ গগৈক প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য #AsomiyaPratidin #GouravGogoi #BJPGovernment
বাংলা
1
0
5
664
Riku Bhattacharjee
Riku Bhattacharjee@Riku786181·
Wishing you all on the auspicious occasion of festival of spring... 🌈 🙏
Riku Bhattacharjee tweet media
English
1
0
2
57
Riku Bhattacharjee
Riku Bhattacharjee@Riku786181·
@bsnl_care My wife using BSNL Sim vide Mobile No. 9577738400 which is not working since one week. Yesterday she replaced the SIM from BSNL, Margherita, Assam but issues remains same. No network should and during dial no registered network shows. Plz look into the matter & resolve
English
1
0
0
41
Dhrubajyoti Das
Dhrubajyoti Das@DxDhrubajyoti·
মা লক্ষ্মীক সম্পদৰ দেৱী বুলি গণ্য কৰা হয়। বিশ্বাস মতে, শুকুৰবাৰৰ দিনটোত লক্ষ্মীক উপাসনা কৰিলে তেওঁ খুব সোনকালে সন্তুষ্ট হয়। মা লক্ষ্মীৰ আৰ্শীবাদ প্ৰাপ্তসকলৰ ঘৰত কোনোদিনেই ধনৰ অভাৱ নহয়। অৱশ্যে, মা লক্ষ্মীক উপাসনা কৰোতে সদায় তেওঁৰ পছন্দৰ ফুল আগবঢ়াব লাগে।
Dhrubajyoti Das tweet media
বাংলা
1
0
3
61