
সংখ্যাত নহয়, প্ৰকৃতাৰ্থত এটা পদৰ বিপৰীতে এজন প্ৰাৰ্থীক নিযুক্তি দিবলৈ যিবোৰ বিভাগত সম্ভৱ হয়, Waiting List ৰ ব্যৱস্থা কৰক । নতুবা এইকেইদিনতে আপোনাৰ চৰকাৰে Overlapping নোহোৱাকৈ Preference দিব পৰাকৈ Web Portal মুকলি কৰি দিয়ক । ধন্যবাদ । @CMOfficeAssam @himantabiswa











