𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐

1.8K posts

𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐 banner
𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐

𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐

@pankajdeka0

✊✊জয় আই অসম✊✊ 👉👉 অসমীয়া 🌳🌳Nature Lover🌱🌱🌿

Guwahati,Assam Sumali Mart 2015
2.3K Sinusundan1.1K Mga Tagasunod
Naka-pin na Tweet
𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐
পিতৃৰ ভৰিত পিন্ধা চেণ্ডেল যোৰ যদি চিঙা হয় তেন্তে পুত্রই পিন্ধা দামী কাপোৰৰ কোনো মূল্য নাই, যদিহে মাতৃক বেয়া ব্যৱহাৰ কৰা তেন্তে মন্দিৰত গৈ দেৱীক পূজা কৰাৰ কোনো অর্থ নাই...!
বাংলা
0
0
8
0
𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐 nag-retweet
Narendra Modi
Narendra Modi@narendramodi·
জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছো। সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰ গীত সকলো শ্ৰেণীৰ মানুহৰ মাজত অতি জনপ্ৰিয় আছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।
বাংলা
681
2.4K
16.9K
1.4M
Pankaj Bhattacharjee
Pankaj Bhattacharjee@pankajbhatta·
প্ৰথম অবস্থাত ভয়ত অথবা মানসিক ভাবে ভাঙি পৰা জ্ঞানদ্বীপ হাজৰিকাই আজি OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে পাণবজাৰ থানাত প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ তুলি এজাহাৰ দাখিল। থানালৈ আনি মাৰপিট কৰা,শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযোগ।
Pankaj Bhattacharjee tweet mediaPankaj Bhattacharjee tweet media
বাংলা
24
33
335
18.3K
Bikash Deka
Bikash Deka@bikashdeka4u·
ইন্টাৰনেট বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই লগতে এইটোও প্ৰমাণ কৰি দিলে যে তেওঁৰ অধীনত প্ৰশাসনে বৰ্তমান অসমত এটা সাধাৰণ পৰীক্ষাও পাতিব নোৱাৰে !! @himantabiswa @CMOfficeAssam
বাংলা
10
2
59
2.4K
Office of Jagadish Bhuyan
Office of Jagadish Bhuyan@OfficeOfJB·
পুৱা এজন প্ৰতিবেশীয়ে মোক সুধিলে, আপুনি ২২ তাৰিখে পদুলিত চাকি জ্বলাবনে ? মই সুধিলো, কিয় জ্বলাব লাগে ? তেখেতে ক’লে,অযোধ্যাত ৰাম মন্দিৰ মুকলি হ’ব যে, সেই কাৰণে ! মই কলো, নজ্বলাওঁ৷ এইবাৰ তেখেতে মোক সুধিলে, কিয় , আপুনি হিন্দু নহয় নেকি ? মই ক’লো: ১)মই গৰ্বিত সনাতনী হিন্দু আৰু মই ঘৰৰ থাপনাত পুৱা-গধুলি ঈশ্বৰৰ নামত সদায় চাকি জ্বলাওঁ। সনাতন হিন্দুধৰ্ম ৰক্ষাৰ পবিত্ৰ দায়িত্বৰে ধৰ্মৰ আসনত উপবিষ্ট চাৰিওজন শংকৰাচাৰ্য প্ৰভুৱে এই প্ৰক্ৰিয়া হিন্দু ধৰ্মৰ বৈদিক বিধিৰে হোৱা নাই বুলি ক্ষোভ ব্যক্ত কৰিছে। শংকৰাচাৰ্য প্ৰভু চাৰিওগৰাকী মতে অৰ্ধনিৰ্মিত মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা নহয় আৰু ২২ তাৰিখ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে শুভ দিন নহয়।গতিকে মই এই অধৰ্মৰ অংশীদাৰ নহওঁ৷ ২) আমাৰ দেশত দৈনিক হাজাৰ মন্দিৰ মুকলি হয়, আমিতো কেতিয়াও তাৰ বাবে পদুলিত চাকি নজ্বলাওঁ, এইবাৰ কিয় জ্বলাম ? ৩) অসমত যে সত্ৰ-নামঘৰ সমূহ প্ৰতিষ্ঠা হয়, অযোধ্যাৰ মানুহে পদুলিত চাকি জ্বলাই নেকি ? ৪) আমাৰ গুৰুজনা শ্রীমন্ত শংকৰদেৱ, শ্রী শ্রী মাধৱদেৱ, শ্রীশ্রী অনিৰুদ্ধ দেৱ আদি জাতীয় গুৰুসকলৰ পূণ্য তিথিত অন্য ৰাজ্যই চাকি জ্বলাই নেকি ? অৰ্ধনিৰ্মিত মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা নহয় আৰু ২২ তাৰিখ শুভ দিন নহয় তথাপিও ইমান খৰধৰ কিয় ? কাৰণ এই কাৰ্যসূচী প্ৰভু ৰামৰ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে কৰা নাই, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলক ক্ষমতাত প্ৰতিষ্ঠাৰ বাবেহে কৰিছে। কোনাবাই প্ৰভু ৰামক নিজৰ ক্ষমতা লাভৰ ট্ৰেডমাৰ্ক হিচাপে ব্যৱহাৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে কিন্তু এজন প্ৰকৃত হিন্দু হিচাপে মই এই কাৰ্যৰ অংশীদাৰ হৈ অধৰ্ম নকৰো। এতিয়া আমাৰ দেশত এচামে ঈশ্বৰকো শান্তিত থাকিব নিদিয়ে, টনা আজোৰা কৰি আছে। প্ৰভু ৰামৰ নাম নোলোৱাকৈ, হিন্দু-মুছলমানৰ নাম নোলোৱাকৈ বিজেপিয়ে এটা বিধানসভাৰ নিৰ্বাচন খেলক । ঈশ্বৰক মানৱতাৰ প্ৰতীক হ’বলৈ দিয়ক, ৰাজনীতিৰ প্ৰতীক হ’বলৈ নিদিব। চৰকাৰৰ কাম দেশত সু-শাসন প্ৰতিষ্ঠা, মূল্যবৃদ্ধি ৰোধ কৰা, নিবনুৱাক সংস্থাপন দিয়া, ভাল দিন অনা ইত্যাদি ইত্যাদি; কিন্তু মন্দিৰ বনোৱা, চৰকাৰী বন্ধ ঘোষণা কৰি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা, এইবোৰ চৰকাৰৰ কাম নহয়। মোৰ কথাখিনি একান্তমনে শুনি প্ৰতিবেশীজনে মোক সুধিলে, মই কি কৰিম ? মই ক’লো, আপুনি যি ভাল দেখে তাকেই কৰক, মই আনক মানা নকৰো। তেখেতে ক’লে, নাই নাই মইও নজ্বলাওঁ, এইখিনি ভবাৰ পিছত মই অংশীদাৰ হ’লে ভুল কৰা হ’ব। এয়া মোৰ আজি পুৱাৰ কথোপকথন 🙏
বাংলা
20
15
120
5.5K
Bini 🇮🇳
Bini 🇮🇳@Bini988·
কথা নপতা বহু দিনে হ'ল কিন্তু হঠাৎ ৰাতি সপোনত আহি মই ভাবি থকা সকলোবোৰ তেওঁ পুৰ কৰি মনটো ভাল লগাই থৈ গ'ল!! 💓
বাংলা
6
7
105
7.2K
𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐 nag-retweet
ISRO
ISRO@isro·
Chandrayaan-3 Mission: 🇮🇳Chandrayaan-3 is set to land on the moon 🌖on August 23, 2023, around 18:04 Hrs. IST. Thanks for the wishes and positivity! Let’s continue experiencing the journey together as the action unfolds LIVE at: ISRO Website isro.gov.in YouTube youtube.com/watch?v=DLA_64… Facebook facebook.com/ISRO and DD National TV from 17:27 Hrs. IST on Aug 23, 2023. @DDNational @PIB_India #Chandrayaan_3 #Ch3 A message: isro.gov.in/Chandrayaan3So…
YouTube video
YouTube
ISRO tweet media
English
7.9K
28.1K
159.4K
8.8M
Joyshree Gogoi
Joyshree Gogoi@JoyshreeGogoi11·
🤔I Have A গভীৰ প্ৰশ্ন #ElonMusk টুইটাৰটো কিয় X বনাই দিলে বা🙄🙄 এতিয়া Xক মনত নেপেলাওঁ বুলি কলেওঁ টুইটাৰটো দেখিলে এবাৰ হ'লেও মনত পৰিব🫣 এৰাহ Xবুলা Khatara বস্তুটো দেই🤣🤣
বাংলা
8
3
54
1.8K
𝓟𝓪𝓷𝓴𝓪𝓳 𝓓𝓮𝓴𝓪 🇮🇳🌐
@abhijitsarma অধ্যক্ষ মহোদয় আপোনাক জনাব বিচাৰো যে Ortha Dept. New building 🏢 ৰ দ্বিতীয় মহলাৰ unit 3 ৰ ১২ খন ফেনৰ ভিতৰত ৪ খন বৰ্তমান ভাল condition ত আছে আৰু বাকী ৮ খনৰ অবস্থাত একেবাৰে বেয়া, ইয়াৰ ফলত এই গৰমত ৰুগী সকলে বহুত অসুবিধা সন্মুখীন হৈছে, এই সম্পৰ্কে আগতে অভিযোগ দিছিল
বাংলা
1
0
1
80